নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী : এটি সোঁৱৰণ
জয়ন্ত দেৱ শৰ্মা “এটা এটা মাত্ৰ শব্দ সেউজীয়া বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল শব্দটো” কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে অনেক...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
জয়ন্ত দেৱ শৰ্মা “এটা এটা মাত্ৰ শব্দ সেউজীয়া বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল শব্দটো” কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে অনেক...
প্ৰদীপ শইকীয়া যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী স্বনামধন্য...
লুইত কিৰণ দাস কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷...
কবিৰত্ন নীলমণি ফুকনক অনুপ্ৰাণিত কৰা কিছুসংখ্যক শিল্পকৰ্মৰ আলোকচিত্ৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT...
অৰিন্দম বৰকটকী জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ...
ড০ দীপমণি দাস কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ...
জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ-দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷ কবিয়ে যি...
দেৱপ্ৰতীম হাজৰিকাযোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি নীলমণি...
ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ। ২০২১...
ড০ দীপশিখা ভাগৱতী ”অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো, আব় স্তব্ধতা দাও, ... ঋতু বিতানে থেমে যাক ...
(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত)এম. কামালুদ্দিন আহমেদনীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক...
ড০ অজিত ভৰালী অসমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন-মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ’ল – সত্যনা�...
দেৱকৃষ্ণ বৰুৱা“Painting is a form of poetry made to be seen.” কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’ নাৰ্ড’দা...
কল্যাণী চক্ৰবৰ্ত্তী গগৈ জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি ফুকনৰ কবিতাত প্ৰতীkবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ...
ৰাজীৱ বৰা শিৰোনামটো দেখি ভাব হ’ব পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ, আয়াসসাধ্য আৰু সেন্দূৰীয়া আমটোৰ...
(অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম...
চাবিনা বেগম অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন সেই কথা পুনৰাই নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা...
ড০ ৰত্নোত্তমা দাস বিক্ৰম সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হ’ব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ শ্ৰেণীৰ...
গীতিকা শইকীয়া কাব্য সংকলন : জাপানী কবিতা নীলমণি ফুকন প্ৰথম প্ৰকাশ : ১৯৭১ চন, দ্বিতীয় প্ৰকাশ : ১৯৯৩, তৃতীয় সংস্কৰণ : ২০০৫ এটা ভাষা কেৱল...
(১) কবিতাক কল্পতৰু কৰা তাপসজনকবি নীলমণি ফুকন ছাৰক লগ পোৱাৰ পাছত কবিতাৰ প্ৰতি মোৰ ধাৰণা সলনি হৈছিল। ছাৰে এটা ৰাস্তা দেখুৱাই দিছিল। সেই...
ড° নন্দ সিং বৰকলা নান্দনিকভাৱেই সৰল, দৃষ্টিনন্দন শব্দমূল্যৰ অৰ্থঘন চৰিত্ৰৰ শব্দ-বাক্যৰ বিৰল মনাকৰ্ষক গাঁথনি, য’ত ক্ৰমশঃ ভূচিত্ৰাৱলী, ধৰ্ম...
নীলিমা ঠাকুৰীয়া হক ( আৰ্ট বস্তুটো চিৰদিনৰ ডিছছেইটিছফেকছন, অহেতুকী । কিবা এটা প্ৰপাগেট কৰা তাৰ কাম নহয়। ...
ড° চুলতান আলী আহমেদনীলমণি ফুকনৰ কবিতা আলোচনা কৰোঁতে স্বাভাৱিকভাৱে বিদেশী কবিতাৰ প্ৰসংগ আহি পৰে– যেনে, লৰকাৰ কথা আহিছে, ভাস্কো পপা আহিছে...
ড° মৃণাল কুমাৰ গগৈকবিয়ে সূৰ্যোদয়ত কৈছে - ‘‘কত কথা পাহৰি গ’লো, কত কথা পাহৰি থাকোঁ, কেতিয়াবা মনত পেলাবলৈকো কত কথা পাহৰি যাওঁ, আকৌ কোনোবা এটা...