৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ১ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায় শ্ৰেণীকোঠাৰ পৰিধি ভেদি The Very Pregnant Ratnottama Ma’am মোৰ প্ৰিয় শীতকালিটো আহি...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৬

মাটিৰ গান

শিখা গোস্বামী মহন্ত বতাহৰ ঢৌ লাগি জান-অজান মুগ্ধতাই আঁজুৰি সজাইছে আঁৰবেৰৰ ৰূপৰেখা হাত সেমেকাই তোলা মোৰ মাটিৰ কথা কৈ থাকিব মই নেজানো কি...

শিখা গোস্বামী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৬

ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে

লক্ষী প্ৰসাদ ৰেগন বেৰত এখন ধুনীয়া ছবি প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা কোনোবা চিত্ৰকৰে অঁকা মই সদায় সোমাই যাওঁ ছবিৰ গভীৰলৈ তাত দেখোঁ যাদৱ...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৬

প্ৰাতিস্বিক স্মৃতিৰ পৰা কাব্যিক অভিজ্ঞতালৈ : ‘ছেফটিপিন মৰা ৰুমালবোৰ’

অসীম কুমাৰ হাজৰিকা অগ্ৰজ কবি যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’ (২০২২) পঢ়িলে প্ৰথমেই এটা কথা মনলৈ আহে যে এইখন গ্ৰন্থ কোনো উত্তেজি�...

অসীম কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৬

সংগ্ৰামী নাৰী : গৃহকোণৰ পৰা ৰণক্ষেত্ৰলৈ

কুব্জিকা কুল কুল সভ্যতাৰ আদিম প্ৰভাতৰ পৰা যুগৰ অন্তহীন পৰিক্ৰমালৈকে নাৰীসত্তাৰ জাগৰণ যেন এক অনন্ত যাত্ৰা—এগৰাকী নাৰী, যাক কেতিয়াবা...

কুব্জিকা কুল কুল পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৬

বাটটো

হেমচন্দ্ৰ কছাৰী বাটটো সাপ নদী মৰুৰ মাজে মাজে হাবিৰ মাজে মাজে কেতিয়াবা পানী উভৈনদী কেতিয়াবা শুকান তলি মোলাই কাঠনীবাৰী এটা বৃহৎ প্ৰসংগ...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৮ অক্টোবৰ, ২০২৬

কমৰেড্ আছেনে সাৰে...

ৰৌচন আলি আন্ধাৰত মুখবোৰ চিনি পোৱা হ'লেখেপিয়াই চালোহেঁতেনকমৰেডৰ মুখবোৰ..উত্তপ্ত গৰমত লোহাৰ দৰে গলে কমৰেড্ আমাৰ চকুতটুনিৰ দৰে জাকপাতি...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২৬ অক্টোবৰ, ২০২৬

প্ৰেমৰ যাতনা

মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ য়েটছ, আয়াৰলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৰৰ পানীপোতাত ঘৰচিৰিকা চৰাইবোৰে পাখি মাৰি চিঁ-চিঁয়াই কৰা সেই...

অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ অক্টোবৰ, ২০২৬

নাটকীয়

নীলাভ সৌৰভ এই শান্তি কিমান ভয়ানক কিমান কিমান ভালপোৱাৰ কথা কৈ প্ৰতিকূলতাত মৰি যোৱাৰ সমান শান্তিৰ বাবে যুদ্ধ কৰি মৰি যোৱা যুঁজাৰু আৰু...

নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ অক্টোবৰ, ২০২৬

গৰ্ভগৃহৰ বাহিৰত

উৎপল বৰকটকী ৰাতিৰ বুকুত কোনোবাই ক’লা সূতা এডালৰে চিলাই থয় ৰাজপথৰ দুয়োকাষৰ নিৰ্জনতা৷ এজনী নাৰী ঘৰলৈ ওভতে—তাইৰ ছাঁটো বাটৰ আগত, তাইৰ...

উৎপল বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
২১ অক্টোবৰ, ২০২৬

আকাশ দীপ্ত ঠাকুৰৰ 'বন্দীশাল'

জুৰি গোস্বামী শৰ্মা মননশীল উপন্যাসসমূহৰ ভিতৰত আকাশ দীপ্ত ঠাকুৰৰ উপন্যাস “বন্দীশাল” পঢ়ি অতিকৈ ভাল লাগিল৷ সহজ-সৰল ভাষাৰ প্ৰয়োগে...

জুৰি গোস্বামী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২০ অক্টোবৰ, ২০২৬

শীতকালৰ বিশেষ বাজনাখন― ধুনীৱলাৰ স্মৃতিকাতৰ কাহিনী

অমৃত গোস্বামী প্ৰত্যেক বছৰেই আহিন-কাতি মাহ সোমোৱাৰ পৰা আৰম্ভ কৰি গোটেই শীতকালৰ সময়চোৱা বিশেষ বাজনা এখনৰ ধ্বনি নগৰে-চহৰে, বাটে-ঘাটে...

অমৃত গোস্ৱামী পঢ়ক →
কবিতা আৰ্কাইভ
২০ অক্টোবৰ, ২০২৬

“মাহীআইৰ দৃষ্টি” আৰু আমাৰ মানসিকতা

ৰাতুল মহন্ত সাধুকথাসমূহ চহা জীৱনৰ অমূল্য সম্পদ৷ পৃথিৱীৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ মাজতে সাধুকথা প্ৰচলিত৷ এই সাধুসমূহে একো একোটা জাতি...

ৰাতুল মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৬

স্বগতোক্তি

পৰাগজ্যোতি মহন্ত কিদৰে বুজাওঁ নিজকে কিমান যে অসহজ এই কথা অন্তৰাত্মাৰে ভেটাভেটি ভিতৰৰ ন্যায়াধীশেৰে তুমুল বোধ-বিলাপ তামস তীৰত সৌৱা সমুখ�...

পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৬

ভোক

অৰূপজ্যোতি হাজৰিকা য’লৈকে যাওঁ ত’তে দেখা পাওঁ ভোকৰ তাড়নাত পৰি থকা ঈশ্বৰৰ অভিশাপ ভোক ছলনাময়ী ভোক মমতাবিহীন কোনোবাই কিনি আনে ভোক...

অৰূপজ্যোতি হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৬

কবিতাৰ বৰ্তমান-বৰ্তমানৰ কবিতা: ‘হাকুটি সম্ৰাট’

হেমন্ত ডেকা কবি ধীমান বৰ্মনৰ ‘হাকুটি সম্ৰাট’ (২০২৫)ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা সীমিত৷ সৰ্বমুঠ ৩৯ টা কবিতা সন্নিৱিষ্ট হৈছে এই সংকলনটিত৷...

হেমন্ত ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
১৬ অক্টোবৰ, ২০২৬

সোৱণ ডঁৰিকণা

সিদ্ধাৰ্থ শংকৰ কলিতা বৈ যোৱা পানীখিনিত ৰূপোৱালী পোহৰৰ ভমক তুমি নৈৰ বুকুত সাঁতুৰি ফুৰা এটা সোণোৱালী চমক চঞ্চল পোহৰৰ মাজত নাচি উঠে সোৱণ...

সিদ্ধাৰ্থ শংকৰ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
১৬ অক্টোবৰ, ২০২৬

সিহঁত

বাব্‌লু প্ৰসাদ বৰুৱা সিহঁতে খেদিলে ফুলি থকা সূৰ্যমুখী ফুলবোৰৰ উজ্জ্বল নীৰৱতা সিহঁতে ল’ৰা-ছোৱালীহঁতৰ ওঁঠৰ হেঙুলীয়াখিনি কাঢ়িলে সিহঁতেৰ...

বাব্‌লু প্ৰসাদ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১৬ অক্টোবৰ, ২০২৬

শিল হোৱাৰ মন্ত্ৰ

কাব্যশ্ৰী বৰুৱা ওঁহো তাৰ পাছত আৰু… মোৰ প্ৰেমত পৰিবৰ মন নগ’ল ইমান যে ভাগৰ! ইমান যে হ’ব লাগে কাতৰ!! শাওন, ফাগুন, আহিন বাৰে বাৰে আহিল মই...

কাব্যশ্ৰী বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১ অক্টোবৰ, ২০২৬

আই

গায়ত্ৰী দেৱী বৰঠাকুৰ ধায়ে তোৰ-মোৰ নাই কটাৰ দিন ধৰি আই মই তোৰ হ’ব পৰা নাই মোৰ কৰি ল’ব পৰা নাই তোৰ চকুলো অথবা তোৰ সমস্ত দুখ&n...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
১ অক্টোবৰ, ২০২৬

চাৰিটা কবিতা

প্ৰাণজিৎ মহন্ত ১ গ্ৰীষ্মৰ আধাদিন বৰষুণতেই যায় আমি গম নোপোৱাকৈ জীৱনৰো আধাদিন শেষ হয় টোপনিতেই ২ শৰতৰ জোনটো ওলোৱাৰে পৰা নৈখনৰ মুখখন মৰা...

প্ৰাণজিৎ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১ অক্টোবৰ, ২০২৬

সামাজিক সংহতি: বাস্তৱ নে বিভ্ৰম

চন্দ্ৰাৱলী বৰঠাকুৰ “সমাজ, এক সংঘ ,এক সংগঠন আৰু এনে আনুষ্ঠানিক সামাজিক সম্পৰ্ক সমূহৰ সমষ্টি, য’ত ব্যক্তিসকলে পৰস্পৰৰ সৈতে জড়িত হৈ...

চন্দ্ৰাৱলী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
১ অক্টোবৰ, ২০২৬

লুকা-চুৰি, চোৰ-পুলিচ, আৰু হ’দৌ গুটিমাৰলি

অমৃত গোস্ৱামী আমাৰ শৈশৱকালত আমি খেল-ধেমালি কৰিবৰ বাবে ঠাইৰ কোনো অভাৱ অনুভৱ কৰা নাছিলো, সকলো ফালেই খেলা-ধুলা কৰিবৰ বাবে উপযুক্ত মুকলি...

অমৃত গোস্ৱামী পঢ়ক →
কবিতা আৰ্কাইভ
১ অক্টোবৰ, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, একাদশ অধ্যায় Verity : আকাশ ধিয়াই এখন খোলা তৰোৱাল প্ৰায়ে অকলে হাতত গ্ৰীণ টী, কফী (একেবাৰে আৰম্ভণিৰ...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →