৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৫০ / ৫০ (প্ৰদৰ্শন: ২১ টা)
কবিতা আৰ্কাইভ
১৮ অক্টোবৰ, ২০২০

ইণ্টাৰভিউ

ৰচনা পাঠকইণ্টাৰভিউ! ইণ্টাৰভিউ!প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’পদবীটো হ’ল এটা ‘নাইট চকীদাৰ’ প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷ গদাধৰে ভাবি আছে...

ৰচনা পাঠক পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

মূল কবিতা: ‘The Fire Sermon’ (The Waste Land)

কবি: টি.এছ. এলিয়টঅনুবাদ: ড° দীপশিখা ভাগৱতীঅগ্নি শৰণ ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷...

মূল (ইংৰাজী): টি.এছ. এলিয়ট পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২০

কবিতা

আন এখন আৰ্চিহৰে‍কৃষ্ণ ডেকা মই এই আৰ্চিখনত সোমাই যাওঁ৷ মই নেদেখা হওঁ বাহিৰৰ পৰা অদৃশ্য নোহোৱাকৈ৷ ইয়াত লগ পাওঁ বহুতকে যিসকলক হয়তো...

সুদৰ্শনা বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২ ছেপ্টেম্বৰ, ২০২০

ক্যব্যশিল্প

কি মায়াত ধ্ৰুৱকুমাৰ তালুকদাৰ কি মায়াত বন্দী জীৱন কালি ফুলি থকা ফুলবোৰ দেখি ভাবিছিলোঁ ঘৰ নাবান্ধো ফুলনি এখনকে পাতিম... আজি ঘৰ...

শ্ৰেষ্ঠ কবিতাৰ কাহিনী পঢ়ক →
কবিতা আৰ্কাইভ
২ ছেপ্টেম্বৰ, ২০২০

পৰ্যটন উদ্যোগ আৰু নাহৰআটি থানৰ সম্ভাৱনীয়তা

সত্যেন্দ্ৰ বৰদলৈ নাহৰআটি থান মানুহ ভ্ৰমণবিলাসী। সেয়ে সুন্দৰ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰি বা তেনে ঠাইত ভ্ৰমণ কৰি...

পাৰভীন চুলতানা পঢ়ক →
কবিতা আৰ্কাইভ
২ ছেপ্টেম্বৰ, ২০২০

পঢ়ুৱৈৰ মতামত

’অন্যযুগ’-ৰ আগষ্ট সংখ্যাত সঞ্জীৱ সভাপণ্ডিতদেৱৰ লিখাটিৰ সৈতে আমি আৰু এটি কথা যোগ দিব খুজোঁ যে বৰ্তমান অসমৰ নতুন প্ৰজন্মই কম দিনতে ধনী...

নিৰ্বাচিত মতামত পঢ়ক →
কবিতা আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

অথ বণিক-সম্বাদ

ড° খগেশ সেন ডেকা (সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) একালৰ এটি গুপুত কাহিনী৷ এজন দোকানী আছিল, গেলামালৰ দোকানী৷ ভিতৰুৱা গাঁৱৰ তেনেই...

কবিতা আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

পাঠাগাৰ

দৰ্শনৰ কাহিনী: উইল ডুৰাণ্টৰ দৃষ্টিৰে ড° গিৰীশ বৰুৱা। সব্যসাচী, যোৰহাট, ২০১৯ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰি দাৰ্শনিক...

অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ আগষ্ট, ২০২০

মূল কবিতা: The Waste Land

কবি: টি.এছ. এলিয়ট অসমীয়া অনুবাদ: ড° দীপশিখা ভাগৱতী ছন পৰা মাটি দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess ) উজ্জ্বল সিংহাসনৰ দৰে, যি...

কবি: টি.এছ. এলিয়ট পঢ়ক →
কবিতা আৰ্কাইভ
৩ আগষ্ট, ২০২০

'অন্যযুগ' এক অনুভৱ আৰু উপলব্ধি

পৰাগজ্যোতি মহন্ত স্থাৱৰ অথবা অস্থাৱৰ সকলো সম্পদেই মানুহক আৱৰি থাকে, ৰক্ষণাবেক্ষণ দি থাকে৷ গতিকে, মানুহৰ জীৱনৰ এৰাব নোৱৰা, অবিচ্ছেদ্য...

নিৰ্বাচিত মতামত পঢ়ক →
কবিতা আৰ্কাইভ
২ আগষ্ট, ২০২০

মুকলি মঞ্চ

লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য কলচুম বিবি অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা...

কলচুম বিবি পঢ়ক →
কবিতা আৰ্কাইভ
২ আগষ্ট, ২০২০

পাঠাগাৰ

এই শিতানত পঠনীয় গ্ৰন্থৰ আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব। অন্যযুগৰ সম্পাদনা কক্ষই যুগত কৰা এই শিতানত প্ৰকাশৰ উদ্দেশ্যে সদাশয় পাঠকসকলেও...

অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ
২ আগষ্ট, ২০২০

মূল কবিতা: The Waste Land

কবি: টি.এছ. এলিয়ট অনুবাদ: ড° দীপশিখা ভাগৱতী ছন পৰা মাটি প্ৰথম: মৃতকৰ সমাধি (The Burial of the Dead ) কি নিষ্ঠুৰতম মাহ এপ্ৰিল, মৃ�...

কবি: টি.এছ. এলিয়ট পঢ়ক →
কবিতা আৰ্কাইভ
২ আগষ্ট, ২০২০

কাব্যশিল্প

স্পৰ্শহীন স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ নিষিদ্ধ। কিন্তু তাৰ মাতে তাইৰ ওঁঠ স্পৰ্শ কৰিছিল৷ নিষেধাজ্ঞাৰ নঙলা জঁপিয়াই তাত চুমা খাইছিল। তাইৰ...

দুটি কবিতা পঢ়ক →
কবিতা আৰ্কাইভ
১৭ জুন, ২০২০

কাব্যশিল্প

স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়। চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে, আৰু স্পৰ্শত আচল হৈ পৰে। এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়...

লবংগলতা পঢ়ক →
কবিতা আৰ্কাইভ
১৫ জুন, ২০২০

মুকলি মঞ্চ

অসমৰ বসন্ত কালীন উৎসৱ লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি...

চৰলাৰ ভেলা চৰাই পঢ়ক →
কবিতা আৰ্কাইভ
১৪ জুন, ২০২০

চাংমাইশাল

সুৰভি দত্ত কোমল চাউলৰ টাৰ্ট অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটালিৰ...

সুৰভি দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৪ জুন, ২০২০

কুমুদ ঘোষৰ কবিতা: অসমীয়া ভাষাৰ ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সম্পৰীক্ষা

ৰুদ্ৰ সিংহ মটক Poetry should be simple, sensuous and passionate. — জন মিল্টন কোনে জানো কৈছিল— জগতৰ জীৱন সাহিত্য, সাহিত্যৰ জীৱন কাব্য...

ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সম্পৰীক্ষা পঢ়ক →
কবিতা আৰ্কাইভ
১৪ জুন, ২০২০

গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান এটা জনপ্ৰিয় পাঠ্যক্ৰম হ’ল— গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰম। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
১৩ জুন, ২০২০

যুগসন্ধিৰ মহীৰুহ

অমূল্য বৰুৱা জন্ম: ৩০ জুন, ১৯২২ মৃত্যু: ১৮ আগষ্ট ১৯৪৬ যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জে.বি....

অন্যযুগ পঢ়ক →