সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা
শ্ৰদ্ধাঞ্জলিসৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
শ্ৰদ্ধাঞ্জলিসৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী...
চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্ৰাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু...
দেৱজিৎ ভৰালী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ...
পঙ্কজ প্ৰতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্ৰাক্স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্ৰায়...
মেঘনা চৌধুৰী (ফট' দিব‘‘প্ৰতিজন অৰ্জুনকেই একোজন কৃষ্ণ লাগে’’— আঠোটা খণ্ড চোৱাৰ পাছত নৱম খণ্ডটোত অৰ্ঘ (কুনাল ৰয় কাপুৰ) নামৰ আপাতদৃষ্টি�...
দ্বিজেন কুমাৰ দাস স্মৃতি চপাই উৰি যায় অতৃপ্ত আত্মাৰ এটি চৰাই ডাক্তৰে নজনালে প্ৰাৰ্থনাইও নিদিলে উমান মেঘৰ এজোলা বিস্ময় মলঙা কপাল...
(শ্লেভয় জিজেকৰ ৰগৰেৰে...) দিগন্ত শইকীয়া বপুৰা সিয়ান বৰ আঁহতৰ তলত জিভা ধৰাই থাকোঁতে এদিন ওপৰৱালাৰ পৰিল নজৰ ধৰাই নিলে তাক বঁটাই নে গতাই...
(উৎসৰ্গঃ নীলপৱন বৰুৱা)বিপুল কুমাৰ দিহিঙীয়াঠিক দুপৰ নিশাৰ কথাযীশুক ক্ৰুচত দিয়াৰ পাছতজেৰুজালেমত পোহৰ। ৰঙা পোহৰওখ ওখ পাইন গছবোৰে...
মঞ্জিত হাজৰিকাকঁঠাল গছত উঠি মলুৱাইপকা কঁঠাল খাই,গোটেই গাতে লাগিল এঠাএৰুৱাৰ উপায় নাই।।এৰুৱাব নোৱাৰি কঁঠাল এঠামলুৱা জXপিয়াই ফুৰে,তাকে...
ধীমান বৰ্মন (end of dhoni era or no end of dhoni era!!) যদিওবা গুঁজৰি আছেবাঘ বুঢ়া হৈছে সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰাবাঘৰ ৰক্ষা নাই বুলি...
খনিন্দ্ৰ ভূষণ মহন্ত(১)ছোঁ হৈ দুলি আছিলোঁ পথাৰত বতাহৰ বেগেৰে কোনে আহি ক'লেঃজীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে বনৰীয়া ফুলবোৰ শুই থকা...
গীতিমণি হাতীমূৰীয়া অহৰহ বুৰ গৈ আছোঁ কোলাহলতঅথচ আমি নীৰৱতাৰেই নিসংগ হাঁহি বিলোৱা মানুহবোৰো হঠাৎঈশ্বৰৰ স’তে গুচি যায়। ব্যস্ততাত খামুচি...
ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্ৰাসে গিলি হাঁহি থকাঅন্ধকাৰ...
পম্পি বৰা বৈশ্য আগকথা ...."ঘূৰ্ণীয়মান বিশ্বৰ সময় অশান্তযাযাবৰী মানৱৰ অস্থিৰ স্বপ্ন" সমগ্ৰ বিশ্ব বৰ্তমান অশান্ত। পৃথিৱীৰ অসুখ, প্ৰকৃতিও...
ড° দেৱজিৎ শইকীয়াশুকান হৈ আহে আমাৰ সাহপিত,পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচিমনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–“মনত ৰাখিবিহঁক,চালনীৰে...
হিমাংশু ভাগৱতী৫৪৩ + ২৪৫ = ০ভুল বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ মাজে-সময়ে হাতৰ নখত লগাই দিয়া চিয়াঁহীকণনীলা বুলিয়ে সৰলভাৱে ভবা যায়অথচ...
মূল কবিতা : The Waste Land কবি : টি.এছ. এলিয়টঅনুবাদ : ড° দীপশিখা ভাগৱতীসলিল সমাধি (Death by Water) সেই ফণিছিয়াৰ নাৱিক ফেলবচ্ , এক মৃ�...
অনুবাদ: ড০ প্ৰাণজিৎ বৰা ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আদি বহু দেশতে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা লোক আছে। আমাৰ নতুন...
জোনমণি দাস কাকতি গাঁৱৰ কমল ককাইকবিতা-চবিতা লিখে,দূৰবীণ লৈ ৰাতি দুপৰতোদূৰণিৰ তৰা লেখে।আঙুলিৰ মূৰত ঘনাই গণিঅলেখ-অযুত তৰা,কাকতি গাঁৱৰ...
মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert)অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ (কবি পৰিচিতি: ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ...
অত্ৰেয়ী গোস্বামীআহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম...