নিষ্প্ৰাণ শব্দবোৰ
অলকেশ কলিতা তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল । পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা । চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
অলকেশ কলিতা তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল । পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা । চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে...
গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি...
অমিতাভ ফুকন কিয় তুলিকাত ওমলে আন্ধাৰে লুকুৱাই থোৱা বিলুপ্ত উশাহ টঙি ৰখা চিত্ৰকৰ গ্লানিৰ নয়ন ধুমকেতুৰ পছোৱা কিয় সৃজনত বালিচৰ আপোনঘাটী...
অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলাছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ...
অনুভৱ তুলসী যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ সেই বিশেষ গুণটোগোটেই দিনটো গান গায় গানে শেলুৱৈৰো কাণ-সঁতা লৰায়কাল্পনিক কোনো ব্যক্তিৰ...
ৰাশ্বেল চৌধুৰী পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি চিয়ঁৰিলোঁ যাৰ যি লাগে লৈ যাওক। ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি...
অংকুৰ জ্যোতি বুঢ়াগোহাঁই ৰ’দ লৈ শুই আছে মানুহজনতেওঁৰ চোলাটোএটা শিলৰ ওপৰত শুকুৱাইছে! শিলটোৰ কাষতেমূৰ্চ্ছা গৈ পৰি আছে এখন...
লুইত কিৰণ দাস ঢোলে গুমেগুমায় অ’ সোণপখিলী,এই যৌৱনতে ক’লৈ পলালি?(পলাল নে বান?)টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতালবানে-গানে...
দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ...
উচ্চজিৎ দশগিৰি তাহানি এদিন শ্ৰাৱস্তীৰ অৰণ্যত সৌম্য প্ৰশান্তিৰে বুদ্ধই ক’লে, ‘‘বন্ধু হোৱা, শান্তি পাবা!’’ অঙ্গুলিমালৰ হাতৰপৰা উদ্য�...
কৌশিক জ্যোতি বৰা একে নহয় যদিও ৰণ আৰু ৰণাংগন,একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন...। যুদ্ধত শত্ৰুক...
প্ৰশান্ত মিশ্ৰ ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ...
ৰঞ্জুমণি মহন্ত“পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”— সত্যনাথ বৰাদেৱৰ ‘সাৰথি’ পুথিখনৰ ‘পুথি অধ্যয়ন’ শীৰ্ষক লেখাটোত উল্লেখ থকা এই...
ড° মৃদুল শৰ্মাআধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহুলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ...
ড০ পোনা মহন্ত মোৰ ওপজা ঠাইখনৰ আনুষ্ঠানিক নাম সত্ৰ যদিও উজনিৰ সাধাৰণ গাঁও এখনৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই৷ বৰপেটা বা মাজুলীৰ অগৃহস্থী...
ৰত্না ভৰালী তালুকদাৰ নিক’লা ফুচিনা (Nicola Fucigna) একেৰাহে এগৰাকী কবি আৰু স্থপতিবিদ৷ তেখেত কনষ্ট্ৰাকশ্যন (constructionlitmag.com)...