কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
জীৱন দ্বিঘাত সমীকৰণ
চুনা কুমাৰ পাঠৰী কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি সপোনৰ বাট ইমান সৰলৰৈখিক নহয় কোনো ভালপোৱাতে পূৰ্ণতা নাই জীৱনৰ জটিল...
গুণ্গুণনিৰ সুমথিৰাটো
ধ্ৰুৱকুমাৰ তালুকদাৰ গুণ্গুণাই থাকোঁতে গানটো পকি উঠিল পকি উঠিল পশ্চিম গাৰোপাহাৰৰ এটা সুমথিৰাৰ দৰে তুমি বুকুত এবুকু মেঘ লৈ উৰি ফুৰিছিলা...
অতিসাম্প্ৰতিক
অংকুৰিতা ফুকন ফৰকাল হওক বুলিয়েই ফুটা কপালখন উবুৰিয়াই থওঁ বৰষুণৰ বিছনাত মায়াৰ মোহনাত বহি কাণ পাতি শুনো টোপ গিলা মাছৰ সেমেকা বিলাপ চকুৰ...
সুখ জলকুঁৱৰী হ’ল
কৌস্তুভমণি শইকীয়া দত্ত ক্ষণিকৰ সুখ ডেও দি গুচি যায়। শোকে দুখে ভাগৰোঁ তেজে ঘামে তিলে তিলে গঢ়া জীৱন। বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ কাক...
এটি প্ৰেমৰ কবিতা
ৰূপা বৰপূজাৰী নীলা পাহাৰ এটাৰ বুকুত ৰুই দিলোঁ এটা সপোন আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি এদিন মোৰ লতাসেৰীয়া দুহাতেৰে জানোচা ঢুকি পাওঁ...
আউলী বাউলী এগৰাকী বোৱাৰী, বুঢ়া ডাঙৰীয়া ইত্যাদি (ইটো সিটো বহুতো)
অজন্ত কুমাৰ বৰা প্ৰতিজন মানুহেই জীৱনৰ বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়৷ কিছুমান অভিজ্ঞতা দুখৰ, কিছুমান সুখৰ আৰু কিছুমান...
ভ্ৰম-অন্তৰীক্ষ
গীত বৈভৱী (১) শেঁতা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন এই ভ্ৰমৰ চহৰ বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত ভাৰ্জিনিয়াই কয় এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা...
তোমাকেই যি ক’লো
দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ... কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা...
অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া
শৰ্মিষ্ঠা প্ৰীতম নামিবলৈ ধৰা বেলিৰ ৰঙে কিয় দুখাকুল কৰে হৃদয় ক’ৰপৰা উঠি আহে উদভ্ৰান্ত আন্ধাৰৰ কঠিন হাত ধোঁৱাই ধোঁৱাই উৰি ফুৰা...
এই আছোঁ, এই নাই
সুকুমাৰ চেতিয়াএই আছোঁ এই নাইপৰুৱা, মাখি আৰু মহৰ দৰেজীৱন অনিশ্চয়তাৰ মাজে মাজেআছোঁ মানে এক সঞ্জীৱননাই মানে নাইচাবলৈ গ'লে কথা...
মৃত্যু নহয় শিল্প
গজেন মিলিআজি বাতৰিৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামতেএটা অপুৰঠ প্ৰেমবাঢ়নি পানীত বুৰিবুৰবুৰণি হৈ ফুটি গʼলমাক দেউতাক আৰু ভনীয়েকৰ জীয়া সপোনবুকু...
পোহনীয়া চৰাইৰ শোক
ৰাজীৱ বৰা পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু জামুৰঙৰ জিভাখন উলিয়াই তাই সিঁয়াৰে সুহুৰিয়ায় নোলাবি চৰাই...
হ’ল-নহ’লৰ ছনেট
সমুদ্ৰ কাজল শইকীয়া হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল? হ’লবোৰেৰে কিছুমান যে নহয় - বুজিলোঁ অতখিনি নহ’লবোৰেৰে হ’ল কি কি সেয়াও...
মই আকৌ উভতি আহিব খোজোঁ
কৌশিক জ্যোতি বৰা (এক) শুই থকা ফুলপাহ কোনে চুই দিলে নীৰৱ কোমল সময় কাপত কোলাহলৰ হলাহল কোনে বাকি দিলে বতাহত যে তেজ তেজ গোন্ধ (দুই) ওখ...
এজেবা কেঁচা নিমখ
ৰিপুঞ্জয় বৰুৱা ঋমন নিয়মত নচলা ৰজাৰ বজাৰ জীৱশ্ৰেষ্ঠ নে জানোৱাৰ ? ব্যস্ত ফুটপাথ ভিৰ চিটিবাছ কোনে শুনে কাৰ কথা ভগাব নোৱাৰি জিভাৰ আধা !...