৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৪২ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

কফিন

মূল : ৱি‍লিয়াম ষ্টেনলি ব্ৰেথৱেটঅনুবাদ : মৌচুম বৰুৱা পৃথিৱীৰ বুকু সাবটিশুই আছোঁ—কবৰৰ অন্ধকাৰত৷য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাইআৰু...

অনুবাদ:মৌচুম বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

অজগৰ ১

পংকজ গোবিন্দ মেধি কোনে কাক ৰিঙিয়াই মাতিছে দেৰেক পাহাৰৰ চাংমাহঁত নেকি পাহাৰত প্ৰতিধ্বনিত হৈ উলটি অহা শব্দৰ সুহুৰি কি কৈছে তেওঁলোকেকাক...

পংকজ গোবিন্দ মেধি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

মৃতকসকল

মূল (বাংলা) : বুদ্ধদেৱ বসুঅসমীয়া ৰূপান্তৰ : এপ’লো খাটনিয়াৰশুনিছোঁ জীৱিতৰ ভৰেৰে এই পৃথিৱী পৰিশ্ৰান্ত৷ কিন্তু ভাব হয় মৃতকৰ সংখ্যা...

অনুবাদ: এপ’লো খাটনিয়াৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

ফুটবল পয়েট্ৰি

ফুটবলৰ জন্মসৌৰভ শইকীয়াপাহাৰৰ গৰ্ভ ফালি শিশু সূৰ্য ওলাই আহিলসৰল, প্ৰাথমিকসৌ বেলিটোৰ মাজতেফুটবলৰ জন্ম:নিৰ্জন শালবন ভেদি জীয়া সূৰ্য উঠি...

সৌৰভ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

বিপ্লৱ প্ৰতীক

অনুভৱ তুলসী মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈউদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতীচীনৰ টনা-আঁজোৰাৰ পৰা...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

হয়তো অৱধাৰিত আছিল

উদয় কুমাৰ বৰুৱা হয়তো অৱধাৰিত আছিল শংখ হোৱাৰ বাসনা খেজুৰ পাতৰ আগেৰে নামি অহা জোনাকত তিৰবিৰাইছিলোঁ সেই তিৰবিৰণিয়ে ভেদিছিল শংখ বেচা...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

সপোনৰ বেপাৰী

হৰেকৃষ্ণ ডেকা সপোন বেচা মানুহবোৰে সপোন বেচিবলৈ আহিছে। সপোনৰ পেৰাটো খুলি চাব নোৱাৰোঁ। সপোনবোৰ উৰি যাাব। তেওঁলোকে আমাক সপোনবোৰ পেৰাটোতে...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

অ’নাম

প্ৰয়াগ শইকীয়া বলি আৰু বামন দুয়োৰে অ’নামত উপস্থাপন বলি দানী মহাবলী ত্ৰিলোকৰ অধিকাৰী দনুজ বামন অৱতাৰী দশাৱতাৰৰ পঞ্চমজনা বিচাৰিছিল...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

বুৰবুৰণি

জোনমণি দাস তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই। লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই খালী গিলাচত বাকি...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

এজামচন্ (Assumption)

সুশান্ত বৰা ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ ছেপ্টেম্বৰ, বৰষুণ...

সুশান্ত বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

কৰুণা

অলকেশ কলিতা (বান্ধৱী সঙ্গীতা মেধিৰ হাতত) ধৰিব পাৰিছানে ৰাতি, তোমাৰ চৰাইজনীৰ মাতত, মোৰ অন্তৰাত্মাই চিপ কঢ়া ? শুনি থাকাঁ তাৰ স্বৰ...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

পান্থশালাত এদিন চিত্ৰকৰ

জ্যোতিনীলিমা গগৈ (প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে - ‘যোৱাঁ, ৰং-তুলিকা সামৰি...

জ্যোতি নীলিমা গগৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱাভৈয়াই শুনআমাৰ কওঁ ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁআঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁনিয়াৰি�...

অলকা মহন্ত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ বেলি চোৱা বেলিকা চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল জাৰ লাগিছিল চকুত লানিকৈ ৰোৱা সেউজীয়াৰ মাজত শিৰীষৰ পাত সৰকি নামি...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২১

অকণিয়ে অঁকা ছবি‍

অকণিয়ে অঁকা ছবি শিতানত এইবাৰ আগবঢ়াইছোঁ গুৱাহাটীৰ হ’লী চাইল্ড স্কুলৰ পঞ্চম মানৰ ছাত্ৰী জাৰ্নভি ভি কলিতা, নুনমাটি, গুৱাহাটীৰ অসম জাতীয়...

সমৃদ্ধৰাগ শইকীয়া, জানভি ভি কলিতা, সৌজন্য কাশ্যপ বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২১

আফ্ৰিকাৰ লোককবিতা

অনুবাদ: ড° প্ৰাণজিৎ বৰা ১ তেওঁ‌ক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে...

অনুবাদ :ড° প্ৰাণজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২১

মাত-কথা

দিগন্ত কুমাৰ বড়া কাউৰীয়ে ৰমলিয়ায় কা কা কৰি। ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।। মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ। সাপৰ ফোঁচফোঁচনি...

দিগন্ত কুমাৰ বড়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২১

ষ্টপিং বাই ৱুডছ অন এ স্নোৱি ইভনিং

মূল (ইংৰাজী): ৰবাৰ্ট ফ্ৰ’ষ্ট অনুবাদ : ড০ দীপশিখা ভাগৱতী মই জানো কোন এই অৰণ্যৰ অধিৰাজ। যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস; নেদেখিব তেওঁ মোক...

অনুবাদ:ড° দীপশিখা ভাগৱতী পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২১

স্বাধীনতা

মূল : লেংষ্টন হিউজ অনুবাদ : মৌচুম বৰুৱা ভয়, শংকা অথবা দমনৰ মাধ্যমেৰেআহিব পাৰে জানো স্বাধীনতা?ওহোঁ নাহে,আজি নাহে,কাইলৈ নাহে,অথবা কোনো...

কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২১

ছন্দৰীতি

মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল...

অনুবাদ: কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২১

বায়’টেকন’ল’জি

ড° বুলজিৎ বুঢ়াগোহাঁই বায়’টেকন’লজি পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান...

ড˚ বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২১

সেই দীঘল দিনবোৰত

দেৱৰাজ মিলিদিন-ৰাতিৰ চিন নথকা সেইদীঘল দিনবোৰতমাৰ মুখৰ হাঁহিটো চুটি হয়।ওন্দোলাই অহা তামৰঙী ডাৱৰৰ বৰষুণজাক সৰসৰকৈ সৰেআঁচলৰ সিটো...

দেৱৰাজ মিলি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২১

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

নীলাভ সৌৰভএটা গাহৰি ৰ'দ কচুতলিত সেমেকি আছেকচুপাতত গজাল বৰষুণহাত ভৰি মেলি পৰি আছে ফটাকানি পথভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ'দৰ'দখিনি...

নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
২২ আগষ্ট, ২০২১

আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয়

পল্লৱী শইকীয়া আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু...

পল্লৱী শইকীয়া পঢ়ক →