মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায় শ্ৰেণীকোঠাৰ পৰিধি ভেদি The Very Pregnant Ratnottama Ma’am মোৰ প্ৰিয় শীতকালিটো আহি...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায় শ্ৰেণীকোঠাৰ পৰিধি ভেদি The Very Pregnant Ratnottama Ma’am মোৰ প্ৰিয় শীতকালিটো আহি...
লক্ষী প্ৰসাদ ৰেগন বেৰত এখন ধুনীয়া ছবি প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা কোনোবা চিত্ৰকৰে অঁকা মই সদায় সোমাই যাওঁ ছবিৰ গভীৰলৈ তাত দেখোঁ যাদৱ...
অসীম কুমাৰ হাজৰিকা অগ্ৰজ কবি যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’ (২০২২) পঢ়িলে প্ৰথমেই এটা কথা মনলৈ আহে যে এইখন গ্ৰন্থ কোনো উত্তেজি�...
কুব্জিকা কুল কুল সভ্যতাৰ আদিম প্ৰভাতৰ পৰা যুগৰ অন্তহীন পৰিক্ৰমালৈকে নাৰীসত্তাৰ জাগৰণ যেন এক অনন্ত যাত্ৰা—এগৰাকী নাৰী, যাক কেতিয়াবা...
ৰৌচন আলি আন্ধাৰত মুখবোৰ চিনি পোৱা হ'লেখেপিয়াই চালোহেঁতেনকমৰেডৰ মুখবোৰ..উত্তপ্ত গৰমত লোহাৰ দৰে গলে কমৰেড্ আমাৰ চকুতটুনিৰ দৰে জাকপাতি...
মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ য়েটছ, আয়াৰলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৰৰ পানীপোতাত ঘৰচিৰিকা চৰাইবোৰে পাখি মাৰি চিঁ-চিঁয়াই কৰা সেই...
উৎপল বৰকটকী ৰাতিৰ বুকুত কোনোবাই ক’লা সূতা এডালৰে চিলাই থয় ৰাজপথৰ দুয়োকাষৰ নিৰ্জনতা৷ এজনী নাৰী ঘৰলৈ ওভতে—তাইৰ ছাঁটো বাটৰ আগত, তাইৰ...
জুৰি গোস্বামী শৰ্মা মননশীল উপন্যাসসমূহৰ ভিতৰত আকাশ দীপ্ত ঠাকুৰৰ উপন্যাস “বন্দীশাল” পঢ়ি অতিকৈ ভাল লাগিল৷ সহজ-সৰল ভাষাৰ প্ৰয়োগে...
অমৃত গোস্বামী প্ৰত্যেক বছৰেই আহিন-কাতি মাহ সোমোৱাৰ পৰা আৰম্ভ কৰি গোটেই শীতকালৰ সময়চোৱা বিশেষ বাজনা এখনৰ ধ্বনি নগৰে-চহৰে, বাটে-ঘাটে...
ৰাতুল মহন্ত সাধুকথাসমূহ চহা জীৱনৰ অমূল্য সম্পদ৷ পৃথিৱীৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ মাজতে সাধুকথা প্ৰচলিত৷ এই সাধুসমূহে একো একোটা জাতি...
পৰাগজ্যোতি মহন্ত কিদৰে বুজাওঁ নিজকে কিমান যে অসহজ এই কথা অন্তৰাত্মাৰে ভেটাভেটি ভিতৰৰ ন্যায়াধীশেৰে তুমুল বোধ-বিলাপ তামস তীৰত সৌৱা সমুখ�...
হেমন্ত ডেকা কবি ধীমান বৰ্মনৰ ‘হাকুটি সম্ৰাট’ (২০২৫)ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা সীমিত৷ সৰ্বমুঠ ৩৯ টা কবিতা সন্নিৱিষ্ট হৈছে এই সংকলনটিত৷...
সিদ্ধাৰ্থ শংকৰ কলিতা বৈ যোৱা পানীখিনিত ৰূপোৱালী পোহৰৰ ভমক তুমি নৈৰ বুকুত সাঁতুৰি ফুৰা এটা সোণোৱালী চমক চঞ্চল পোহৰৰ মাজত নাচি উঠে সোৱণ...
কাব্যশ্ৰী বৰুৱা ওঁহো তাৰ পাছত আৰু… মোৰ প্ৰেমত পৰিবৰ মন নগ’ল ইমান যে ভাগৰ! ইমান যে হ’ব লাগে কাতৰ!! শাওন, ফাগুন, আহিন বাৰে বাৰে আহিল মই...
প্ৰাণজিৎ মহন্ত ১ গ্ৰীষ্মৰ আধাদিন বৰষুণতেই যায় আমি গম নোপোৱাকৈ জীৱনৰো আধাদিন শেষ হয় টোপনিতেই ২ শৰতৰ জোনটো ওলোৱাৰে পৰা নৈখনৰ মুখখন মৰা...
চন্দ্ৰাৱলী বৰঠাকুৰ “সমাজ, এক সংঘ ,এক সংগঠন আৰু এনে আনুষ্ঠানিক সামাজিক সম্পৰ্ক সমূহৰ সমষ্টি, য’ত ব্যক্তিসকলে পৰস্পৰৰ সৈতে জড়িত হৈ...
অমৃত গোস্ৱামী আমাৰ শৈশৱকালত আমি খেল-ধেমালি কৰিবৰ বাবে ঠাইৰ কোনো অভাৱ অনুভৱ কৰা নাছিলো, সকলো ফালেই খেলা-ধুলা কৰিবৰ বাবে উপযুক্ত মুকলি...
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, একাদশ অধ্যায় Verity : আকাশ ধিয়াই এখন খোলা তৰোৱাল প্ৰায়ে অকলে হাতত গ্ৰীণ টী, কফী (একেবাৰে আৰম্ভণিৰ...