৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আই

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ১ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৩৩৬ বাৰ পঢ়া হৈছে

 গায়ত্ৰী দেৱী বৰঠাকুৰ


 

ধায়ে তোৰ-মোৰ 

নাই কটাৰ দিন ধৰি 

আই 

মই তোৰ হ’ব পৰা নাই 

 

মোৰ কৰি ল’ব পৰা নাই  

তোৰ চকুলো

অথবা তোৰ সমস্ত দুখ 

 

আই হুমুনিয়াহবোৰ তোৰ 

 

মোৰ ভাগত ফচল 

তোৰ কপালৰ ঘামৰ 

 

মই মচিব  পৰা নাই 

তোৰ য’ত  গ্লানি-অপমান 

আঁতৰাব পৰা নাই 

তোৰ মুখৰ আঁচোৰ – সময়ৰ  

 

 মোৰ ভাগৰ 

বৰ ভাগৰ 

 

সাতো জনমৰ কথা নকওঁ আই

এই জনমতে  মই চোন তোৰ 

 পো হ’ব পৰা নাই 

 পো হ’ব পৰা নাই 

 পো হ’ব পৰা নাই ....

 

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)