৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
গ
অন্যযুগ লেখক উপনামঃ গায়ত্ৰী দেৱী বৰঠাকুৰ

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ১৪ টা

গায়ত্ৰী দেৱী বৰঠাকুৰৰ প্ৰকাশিত লেখাসমূহ

কবিতা ০১ October, ২০২৬

আই

গায়ত্ৰী দেৱী বৰঠাকুৰ ধায়ে তোৰ-মোৰ নাই কটাৰ দিন ধৰি আই মই তোৰ হ’ব পৰা নাই মোৰ কৰি ল’ব পৰা নাই তোৰ চকুলো অথবা...

কবিতা ৩১ July, ২০২৬

হামিদ

গায়ত্ৰী দেৱী বৰঠাকুৰ বয়স নোহোৱাকৈ বুজন হৈ পৰা হামিদক আজি চিনাকি কৰি দিওঁ বুলি ভাবিছোঁ সময় আছে নে আপোনাৰ?...

কবিতা ১৯ May, ২০২৬

শকুন্তলা

গায়ত্ৰী দেৱী বৰঠাকুৰ উত্তৰাখণ্ডৰ ঘৰবোৰ ফাঁটোতে যোশীমঠৰ বেৰবোৰ কঁপোতে শকুন্তলাৰ চেলফোন আছিল ফ্লাইট ম’ডত মন...

কবিতা ২৮ April, ২০২৬

সুন্দৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ...

কবিতা ২২ January, ২০২৬

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

গায়ত্ৰী দেৱী বৰঠাকুৰ কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে যে খৰস্ৰোতা নদীবোৰে ক্ৰমাৎ পাহৰি পেলাইছে গতিশীলতাৰ...

কবিতা ২৫ December, ২০২৫

অৰ্থৱাদ*

(অৰ্থৱ বেদৰ দুটা মন্ত্ৰৰে এটা কবিতা...)গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) অ’ প্ৰিয়া তোমাৰ-মোৰ এই যে চকুকেইটা সেইকেইটাই...

কবিতা ৩১ August, ২০২৫

সেন্দূৰ

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু...) মোৰ হাতত এখন আতচী কাঁচ ভৰ...

কবিতা ২৪ June, ২০২৫

এষ্ট্ৰ’ন’মিকেল প’য়েট্ৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) জিৰ’ ছেড’ ডে বেলিটোৱে যেতিয়া থিতাপি লয়হি আপোনাৰ মূৰৰ ওপৰত তেতিয়া লগ এৰে ছাঁটোৱেও...

কবিতা ৩১ March, ২০২২

যুদ্ধভূমিত জীৱনৰ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা পানী কৰি অ’লহা নীলকণ্ঠ বীৰ যোদ্ধা অ’লহাৰ বাসন্তী বুকু�...

কবিতা ২৯ January, ২০২২

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ(এক)চিক্ চিক্ চিকাতুমি বোলে ভালপোৱাঁ খাৰুপেটীয়াৰ জিকা ।কোৱাঁচোন কোৱাঁ, ৰেলগাড়ীৰ কেইটা...

কবিতা ২৭ December, ২০২১

প্ৰাচেত

(প্ৰচেতসো অহম্ -উত্তৰকাণ্ড-৯৬/১৯)গায়ত্ৰী দেৱী বৰঠাকুৰশতিকাৰো বহু শতিকাৰে পৰাকবি এজনঅভিমানত আছেভিতৰ...

কবিতা ২৮ September, ২০২১

পূজাৰ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰশ মানে শৰতশ মানে শৰালিশুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষশ মানে শতৰূপা আহিন মাহ�...

কবিতা ১৮ August, ২০২১

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ তালৱ্য শ শাওণ তালৱ্য শ শিৱ শাওনত শিৱ অতি ব্যস্ত নে ব্যতিব্যস্ত বাঘৰ ছালখন খুলি থৈ পানী...

কবিতা ২৯ March, ২০২১

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল এটি মুদ্ৰাৰ দৰে...