৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেন্দূৰ

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৫
১ মিনিট পঠন • ৪৪৩৫ বাৰ পঢ়া হৈছে

 গায়ত্ৰী দেৱী বৰঠাকুৰ

 

(এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু...)

 

মোৰ হাতত 

এখন আতচী কাঁচ

 

ভৰ দুপৰীয়াৰ ৰ’দত বহি

ক’তবাৰ শুকুৱাইছোঁ 

কাগজৰ শুকান সভ্যতা

 

আইনাত

ঝুম কৰি পঢ়িছোঁ

স্বগতোক্তিৰ ইতিবৃত্ত 

অথবা প্ৰতিসৰণৰ সূত্ৰ

 

সুউচ্চ অট্টালিকাৰ 

পূৰ্ণদৈৰ্ঘতাত চুই চাব খুজিছোঁ

প্ৰতিবিম্বৰ সৎ স্বৰূপ 

 

আঁহা এতিয়া

সমতলৰ সেঁওতাত 

নিৰ্ণয় কৰোঁ 

প্ৰতিফলিত ৰশ্মিৰ দূৰত্বৰ মান..

 

---

 

তেজপুৰ,

শোণিতপুৰ-৭৮৪০০১

8822943064

 

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)