কাব্যশ্ৰী বৰুৱা
ওঁহো
তাৰ পাছত আৰু…
মোৰ প্ৰেমত পৰিবৰ মন নগ’ল
ইমান যে ভাগৰ!
ইমান যে হ’ব লাগে কাতৰ!!
শাওন, ফাগুন, আহিন
বাৰে বাৰে আহিল
মই তেতিয়া,
এটা পৰিণত শিল!
ভাগি গুৰি নোহোৱা…
নজহা নপমা
কাব্যশ্ৰী বৰুৱা
ওঁহো
তাৰ পাছত আৰু…
মোৰ প্ৰেমত পৰিবৰ মন নগ’ল
ইমান যে ভাগৰ!
ইমান যে হ’ব লাগে কাতৰ!!
শাওন, ফাগুন, আহিন
বাৰে বাৰে আহিল
মই তেতিয়া,
এটা পৰিণত শিল!
ভাগি গুৰি নোহোৱা…
নজহা নপমা
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)