৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৪ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

লতাৰ দৰে

শান্তনু তামূলী কবিতাবোৰ লতাৰ দৰে সুবিধা পালেই কাষ চাপি আহে হাতত হাত থৈ কথা পাতিবলৈ বিচাৰে কবিতাবোৰ লতাৰ দৰে খিৰিকী খুলিলেই হালি-জালি...

শান্তনু তামূলী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

মই বুলডজাৰে কৈছোঁ

জুবিলী গগৈ নাম শুনি ভয় নাখাব নামে-কামে মই একে বুলি কয় মুখাৰ আঁৰত হেনো মুখ নাই কথা সজাবলৈ শিকা নাই চেহেৰা দেখি ভ‌য় নাখাব নিজৰ ভৰিৰে...

জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

গৃহহীন

গায়ত্ৰী ফুকন এবাৰ কাণ উনাই শুনিবচোন, মৃত অৰণ্যখনত কোনে বিনাই? চৰাইৰ চুবুৰী বিচাৰি কিদৰে ঘুৰি ফুৰে অঘৰী চৰাই। আপুনি-মই গালি-গালাজেৰে...

গায়ত্ৰী ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

বান

সিদ্ধাৰ্থ শংকৰ কলিতা পানীৰ কোনো জিভা নাই হয়তোবা আছিল- আমিহে শুনিবলৈ পাহৰি গ’লোঁ সময়ৰ ভাঁজে ভাঁজে ভাহি অহা সেই প্ৰাচীন পিয়াহৰ মা�...

সিদ্ধাৰ্থ শংকৰ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুন, ২০২৬

দিনলিপি

কাব্যশ্ৰী বৰুৱা জকাইচুকীয়া দুপৰীয়া পকা মাটিচপৰাৰ ধাৰাল জিভা খোজেপতি ফালে ভৰি আবেলি এটা নষ্ট কৰি মানুহবোৰে খেদি খেদি শেষ কৰে দিন এটি৷...

কাব্যশ্ৰী বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৬

কবিতা

প্ৰাণজিৎ মহন্ত সকলোৱে ভালপায় ক’ৰবাত নহয় ক’ৰবাত নিজকে হেৰুৱাবলৈ কিন্তু হেৰুৱাওঁতে নিজকে এনেকৈ হেৰুৱালে ভাল যেনেকৈ অৰণ্যখনৰ মাজ�...

প্ৰাণজিৎমহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৬

লতা এডাল হৈ এন্ধাৰত বগুৱা বাই

অৰুণ গগৈ নিয়ন লাইটৰ পোহৰত চকমকাই থকা চহৰখনে কোনেও নেদেখাকৈ কঢ়িয়াই ফুৰে বিষণ্ণতা বেলিয়ে বিদায় পৰত দি যোৱা এন্ধাৰৰ চাদৰ পিন্ধি মৌন...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৬

শূন্যতা

অৰ্চনা ঠাকুৰীয়া নয়নতৰা মোৰ বৰ মৰমৰ আছিল৷ ভাবিছিলোঁ তেওঁ যেতিয়া মৰিব ময়ো মৰিম৷ আজি তেওঁৰ মৃত্যু হোৱাৰ পোন্ধৰদিন হ'ল ...আৰু মই মাছে-...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৬

পৃথিৱীৰ শেষৰ গছ জোপা

উৎপল বৰকটকী আমি অপেক্ষাত আছোঁ পৃথিৱীৰ শেষ জোপা গছ কটালৈ নিহত গছবোৰৰ শুকান পাতেৰে দলিচা পাৰি মাতিছোঁ অনাগত সময়ক দিনৰ পোহৰ নাঙঠ কৰি...

উৎপল বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুন, ২০২৬

‘কড়ি খেলাৰ সাধু’ত ‘মাদৰ ইণ্ডিয়া’

অমৃত গোস্বামী মই যিটো প্ৰতিষ্ঠানত সুদীৰ্ঘ কালৰ বাবে কৰ্মৰত আছিলো সেই একেটা প্ৰতিষ্ঠানতে ভাৰতীয় ষ্টেট বেংকৰ এসময়ৰ জ্যেষ্ঠ বিষয়া...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২৬

মোৰ দৃষ্টিৰে কবিতা...

প্ৰজ্ঞান প্ৰতিম শৰ্মা কিছু কবিতা পাঠকৰ বাবে; আন কিছু কবিতা নিজৰ বাবে; আৰু নিজৰ বাবে লিখা কিছু কিছু কবিতা সমাজৰ বাবে। প্ৰথমবিধ...

প্ৰজ্ঞান প্ৰতিম শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২৬

আপুনি কি কৰে ?

ৰাতুল মহন্ত ভাৰতৰ মানৱ সভ্যতা প্ৰায় চাৰে চাৰিহাজাৰ বছৰৰ পুৰণি৷ কিন্তু এতিয়াৰ পৰা চাৰিহাজাৰ পাঁচশ বছৰৰ আগতেই আৰম্ভ হোৱা এই...

ৰাতুল মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৬ জুন, ২০২৬

কঁঠাল-গুটি

নৱ ৰাজন ১.আন কোনো ফলৰ গুটিৰ ইমান আদৰ নাইনাঙঠ কৰি চুহি দলিয়াই দিয়া নহয় গিলি দিয়াও নহয় আন ফলৰ দৰেআঙুলিৰে পিটিকি বাহিৰ কৰিসযতনে ৰখা হয়...

নৱ ৰাজন পঢ়ক →
কবিতা আৰ্কাইভ
১৫ জুন, ২০২৬

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (জুন, ২০২৫ সংখ্যাৰ পৰৱৰ্তী অংশ)(২৯) খিৰিকিৰ আইনাখনত ৰাতি হৈ যোৱা বৰষুণৰ টোপাল পৰি ধূলিৰ চামনিৰ ওপৰত দাগ কাটিছিল...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১০ জুন, ২০২৬

যুদ্ধ বিষয়ক

বিকিয়ান বাইলুংন- কৈ জগা চেঁউৰী পোৱালিটো পথাৰত এদল কুকুৰে অকলে পাই কামুৰি মাৰিছেআমি চাই আছোঁ দূৰৰ পৰা চকুত কমৰেড বুকুত তপ্ত তৃষা বৈ...

বিকিয়ান বাইলুং পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মে’, ২০২৬

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ “ বিদ্ৰোহী”কবিতাঃ এটি আলোকপাত

নাছিৰ আহমেদ ১৮৯৯ চনৰ ২৪ মে’ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ চুৰুলিয়া নামৰ এটি সৰু গাঁৱত জন্মগ্ৰহণ কৰা বিদ্ৰোহী কবি কাজী নজৰুল...

নাছিৰ আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ মে’, ২০২৬

শূন্যতা

(জোনমণি দাসৰ সোঁৱৰণত)বন্দনা কৌশিক বৰদলৈ যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে জানেনে পদাৰ্থ বিজ্ঞানৰ শূন্যৰ ধাৰণাক অস্বীকাৰ কৰিও থাকি যায়...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

ভেকুলী সংগীত

দাদুল ভূঞা পানী মৰিশালিত ডুবি মৰিছে মানুহ এবুকু, এডিঙি তাৰ পাছত গোটেইটো নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি উঠা ভেকুলী সংগীতত টোপনি...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

মীনজাতক

এম. কামালুদ্দিন আহমেদঅলপ পানীতেকমাই ফুৰে মাছবোৰসিহঁতক ধৰিবলৈ কতবোৰজাল, চেপা, জুলুকিঅদৃষ্টই যোগান ধৰাতুমি মাছ ধৰা অপূবৰ্ কাৰুময়তাৰেউছলি...

এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

আমাক গছ লাগে

ৰৌচন আলি আকৌ হত্যা কৰা হ'ব গছহত্যা কৰা হ'বঅক্সিজেনগছৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি খেনোৱে মৌন প্ৰাৰ্থনাত ব্যস্ত থাকিবখেনোৱে পালন...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মে’, ২০২৬

বিচাৰি বুকুৰ নীলমণি

ৰিপুঞ্জয় বৰুৱা ঋমন অতদিনে যি কথা কেৱল মই নিজৰ স’তে পাতিছোঁ সেই কথা চালি-জাৰি থাকোঁতে সাৰ পাই উঠে মৰমৰ শোক ! মই সাৰে আছোঁ দুটোপাল...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মে’, ২০২৬

নতুনত্ব একো নাই

জীৱন কিশোৰ মই শুকান পথাৰত নীলা ৰঙা সেউজীয়া চিলা উৰুৱাই থিয় দিলোঁ বাঁহৰ খুটিত ৰং-বিৰঙৰ ত্ৰিকোণ ধ্বজাবোৰ দাঙি দাঙি ৰৈ থাকিলোঁ তোমালোকে...

জীৱনকিশোৰ পঢ়ক →