কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
উৰন্ত শিলালিপি
এম. কামালুদ্দিন আহমেদ কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ সভ্যতাই মোট সলাব...
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, পঞ্চম অধ্যায় নতুন খোজবোৰ কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন...
প’ডকাষ্টত ফাগুন
চুনা কুমাৰ পাঠৰী কনটেণ্ট ক্ৰিয়েটৰ ঋতুৰ নৱতম বৰ্ণাঢ্য আয়োজন— ষ্টুডিঅ’ত অতিথি ফাগুন৷ ছিৰিয়াছনেছ্, একদম নাৰ্ভাছ ফিল৷ চুচুকচামাক চাৱনি৷...
স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২০
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী জুবিনৰ সেই দৰদী কণ্ঠ কাণত বাজে— জেতুকা পাতৰ দৰে/ মোক বুলাই...
ভগা বীণৰ বিনয়ী তাঁৰ
অৰ্চনা ঠাকুৰীয়া ব’ৰাগীৰ বীণে বিনালে সৰুজুৱে উচুপি উঠে মেঘবোৰে পাহাৰখন সাৱটি জীৱনৰ ৰচনা পঢ়ে গোকুলৰ বকুলে কাৰবাবে মালা গুঠে গন্ধৰ্বৰ...
নেমু ফুলৰ গোন্ধ
অৰুণ গগৈ পিতাইৰ পুৰণি পিৰালিত বহি থাকোঁতেনেমু ফুলৰ গোন্ধ এটা নাকলৈ উজাই আহিল সাউতকৈ পুৰণি পেৰা এটা মনৰ মাজত খোলখাই গ’ল শুকুৰ আৰু...
পৈয়েকৰ মূৰখোৱা
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰাগ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকেকূজৰ মূৰত কিল পৰেকথাৰ কথাত শেল মাৰে সাপ হৈ খুটে...
নিশব্দঃ কান্দোন
কৌস্তুভ বেজবৰুৱাৰাস্তাৰ কাষত মই পৰি আছোঁচকুৰ সন্মুখত আকাশখন কঁপিছে।এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ —মোৰ পুচ্ছ নাচিছিল,জীৱনটো সহজ যেন...
ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা
উৎপল বৰকটকী জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ ছাই নহয়জ্বলি জ্বলি শেষ নহয় সকলো জুইসকলো জুইৰ অন্ত নাথাকে পোহৰৰ বাবেও জুই লাগে সুখত জ্বলে...
পাৰ্ৱতী তিৰ্কীৰ কবিতা
অনুবাদ : মৃদুল মৰাণ (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ...
মিনি কাজিৰঙা’–ওৰাং ৰাষ্ট্ৰীয় উদ্যান
অমৃত গোস্বামী &n...
আমাক ঈশ্বৰ লাগেনে নালাগে!
ৰৌচন আলি ভগা দলঙত ওলমি থকা কংক্ৰীটৰ দৰেইঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহঈশ্বৰৰ ঘৰত ঈশ্বৰ নাইঈশ্বৰৰ য'ত ঘৰ নাইতাতেই নিশ্চল হৈ পৰি...
ৰ'দে বৰষুণে ইমান যে গান
লোকনাথ গোস্বামী মন দাপোণত-১৬ (১) নামৰূপলৈ বুলি গাঁৱৰ ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু...
‘লাষ্টগেট’ৰ এটি সন্ধিয়া
অমৃত গোস্বামী “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু...
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ...
শালিধানৰ সপোনত
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ...