৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৮ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২৫

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ[কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ ডিচেম্বৰ, ২০২৫

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী মন দাপোণত-১৫ (১) টাউনৰ মাটিডোখৰত সৰুকৈ হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী খচকি ট...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৯ ডিচেম্বৰ, ২০২৫

শিপা অথ : পোষ্ট মেলন

ভাস্কৰ জে নাথতোমাৰ ফটো এখন দেখিলো আজিসুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছাদুহাত মেলিমোৰ ল'ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

স্মৃতি

অংশুমান বৰাপুৰণা ঘৰটোৰ পানীপোতাৰেঢপলিয়াই ফুৰোঁকাষত পুৰণি সুহৃদ, নিঃসংগতাঅলপ ছাঁ, অলপ পোহৰ;অলপ শেঁতা, আঁচোৰ খোৱা ছবি—চাই থাকোঁতেই...

অংশুমান বৰা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

ৰাগি

অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি!...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু...

দিব্যাশ্ৰী নিয়ৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

আকালৰ ভোক ঘনাই কাষচপা

লক্ষী প্ৰসাদ ৰেগন পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

১ আঘোণ ২০২৫

বিকাশ গোহাঁই পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ...

বিকাশ গোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

দিশহাৰা

মৃদুল শৰ্মা(উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ)নাহৰৰ তোৰণওপৰত ৰ’দৰ নৈতাৰো ওপৰত স্বৰনক্ষত্ৰপাতৰ ফাঁকে ফাঁকে সৰকি পৰিছেপোহৰৰ ছিটিকণিমায়া...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

ঘিণ ঘিণ দাও ঘিণ

ধন দাসকবিতা লিখা নাই কথাবোৰ হুবহুকৈ যেনেকৈ দেখিছোঁ ঠিক তেনেকৈকামটো নোহোৱালৈকে ভৰি চেলেকিছোঁ তেল পিছলা কথাৰে গছত উঠাইছোঁপোকৰত লাগি...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২৫

একুঁকি কবিতা

প্ৰাণজিৎ মহন্ত (১) সকলো কথাৰে এটা সীমা আছে তোমাক কওঁতে তুমি ক’লা একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু (২) শৰতত দিনে-নিশাই বৰষুণ দি...

প্ৰাণজিৎ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২৫

যশোধৰা

বন্দনা কৌশিক বৰদলৈ শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকা...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

স্বচ্ছতাৰ বাবে ৰৈ যাওঁ

বিনিময় দাস দৃষ্টিৰ সমৰৈখিকভাৱে চাওঁ- চকীখন একে ঠাইতে আছে, মানুহবোৰ ইফাল-সিফাল হ’ল ৷ সোঁফালৰবোৰ বাওঁফালে গ’ল, আৰু বাওঁফালৰবোৰ সোঁফালে...

বিনিময় দাস পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি‌ আছিল তাইৰ হেৰোৱা আঙুঠিটো আঙুঠিটো আগুৰি আছিল এটা ক’লা ৰঙৰ সাপে...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

ভাৰস্তকথা

মিণ্টুল হাজৰিকা কালঘুমটিৰ প্ৰসাধনখিনিৰে ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি যি তপস্বিনী বিড়াল মোৰ ভাৰস্তৰ আলহী...

মিণ্টুল পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

ৰাণী

হেঙুল হাজৰিকা ফুটপাথৰ দোকানত জোতা চাইছোঁ লখিমপুৰৰ ধাৰাসাৰ বৰষুণত পিন্ধিব পৰা ভৰি সুমুৱাই চাইছোঁ আলফুলে পিন্ধাই দিবলৈ জোতাৰ তলত তোমাৰ...

হেঙুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

ঊষা

প্ৰয়াগ শইকীয়া শেষ হল ৰাত্ৰি ঊষা হৈ আহিল উমা ছেত্ৰী আমাৰ ক্ৰিকেটে পালে ছন্দ ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড এই অনন্য আনন্দ...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৫

সময়ৰ কিয় মৃত্যু নহ’ল ?

(প্ৰিয় শিল্পী জুবিন দা-লৈ) পাপু মজুমদাৰ সময়ৰ কিয় মৃত্যু নহ’ল ? সময় নিৰ্মম নিষ্ঠুৰ সময়ে কিয় কাঢ়ি নিলে তোমাক ? আজি বিশ্ব...

পাপু মজুমদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৫

ৰুটি

বিনিময় দাস মানুহজনে সদায় নিজৰ ব্ৰে‍‍‍কফাষ্টৰ পৰা অলপ ৰুটি বেলকনিয়েদি ফুটপাথত পেলাই দিয়ে – ৰাস্তা‍‍‍ৰ কুকুৰ আৰু চৰাইবোৰে খাবলৈ ৷...

বিনিময় দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৮ অক্টোবৰ, ২০২৫

জুবিন

যশোৱন্ত নিপুণ ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা চোলা। ইমান পাতল হ’লা চিলা...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ অক্টোবৰ, ২০২৫

ড০ ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰকৃতি : এটি অৱলোকন

কংকণ বৰা “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্ৰ ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্ৰিয়াসিদ্ধ তৌযত্ৰিক’...

কংকণ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৫

ন্যায়!

ৰৌচন আলিহঠাৎ আদালতৰ কাঠগড়াত 'আইন' আৰু 'ন্যায়'কহাজিৰ কৰোৱা হ'লসন্মুখত এদল মানুহৰ মাজত দুৰ্বাদল কাজিয়া এটি মৃতদেহক লৈ...

ৰৌচন আলি পঢ়ক →