কবিৰ বাবে অঁকা ছবিবোৰ
ড° সঞ্জীৱ বৰা লগ পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো- যেন অলপ...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
ড° সঞ্জীৱ বৰা লগ পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো- যেন অলপ...
ড° ৰত্নোত্তমা দাস বিক্ৰম ক/ নৱেম্বৰ মাহৰ সোতৰ তাৰিখ, চন দুহেজাৰ ন খাকী য়ুনিফৰ্মৰ চোলাৰ বাহুত তৰা থকা দিল্লী পুলিচৰ এজন বিষয়াই মোৰ কঁপি...
জয়চন্দ্ৰ হাজৰিকা এগৰাকী মননশীল কবিৰ কাব্য-জিজ্ঞাসা, কাব্য-সাধনাক এগৰাকী নিঃকিন পাঠকে সম্যকভাৱে উপলব্ধি কৰিব নোৱাৰিলে এক দুঃখবোধে...
প্ৰদীপ শইকীয়া(প্ৰতি অনুভৱ তুলসী)মেঘপটীৰে বাট বুলিলে দুয়োৰে মাজত কণমানি বাঁহীৰ ফুটাৰে কোমলকৈ ফু এটিৰ বাট শিৰীষজোপাৰ আদৰ-আঁচলতআপুনি...
অংকুৰ ৰঞ্জন ফুকন ‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ তুলসী কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা...
অসীম কুমাৰ হাজৰিকা অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি আৰু অস্তিত্ব এক মৌন, গহীন মানসিক যন্ত্ৰণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি...
প্ৰাক্কথন : ক’ভিড মহামাৰীৰ ভয়াৱহতা ক্ৰমে ক্ৰমে পাতলি আহিছে। স্বাভাৱিক হ’বলৈ যত্ন কৰিও পৃথিৱীখন স্বাভাৱিক হ’ব পৰা নাই, কাৰণ খুব কম...
দিগন্ত শইকীয়া আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে'মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন্যতম। বিষয়বস্তুৱেই হওক বা...
ডo জ্যোতিৰেখা হাজৰিকা বাস্তৱিক জগতত মানৱ মাত্ৰেই চকুৰে দেখা, কাণেৰে শুনা সকলো কথাই অনুভৱ আৰু উপলব্ধিৰ মাজেৰে বাংময় ৰূপ লাভ কৰে৷...
ৰৌচন আলি অনুভৱ তুলসী অসমীয়া কাব্যজগতৰ এটা নামেই নহয় তেখেত এক বিৰল কাব্যিক সত্তাৰ অধিকাৰী। কুৰিখন কবিতাপুথিৰে অসমীয়া কাব্যজগতক সমৃদ্ধ...
ড॰ প্ৰিয়দেৱ গোস্বামী কেতিয়াবা কোনো এখন ঠাই বা কোনো এটা দৃশ্য দেখিলে আমি আৱেগ ভৰা ভাষাৰে কওঁ : ইমান ধুনীয়া! তেনে ধৰণৰ আৰু অনেক কথা আছে৷...
ৰাজীৱ বৰা জাপানী মৃত্যু কবিতাৰ ইংৰাজী সংকলনৰ আগকথাত সংকলক-অনুবাদক য়েল হফমেনে লিখিছে– Death may indeed by nothing itself, yet the...
ড॰ নিৰোদ গোহাঁই যোৱা শতিকাৰ শেষৰ ফালৰ দুটা দশকত অনুভৱ তুলসীৰ কবিতাই আমাৰ পাঠক মনক জোকাৰি গৈছিল, দোৰোণ ফুলেৰে আৰম্ভ হৈছিল৷ তেওঁৰ প্ৰথম...
ড॰ বিন্দু ভূষণ বৰা শব্দ হ’ল মানুহৰ বোধ আৰু বুদ্ধিৰ স্মাৰক৷ শব্দৰ সাধনা পৃথিৱীৰ কঠিনতম আৰু পৱিত্ৰতম সাধনাসমূহৰ অন্যতম৷ আধুনিক অসমীয়া...
নীলিমা ঠাকুৰীয়া হকআন্ধাৰত এটি জোনাকী পৰুৱাসুখৰ চিত্ৰকল্পশব্দ সান্ত্বনাৰ বুলনিভঁৰালত মেটমৰা দুখ অ’ নাজমাচিৰালফটা বুকু পথাৰত পাৰি...
হৰেকৃষ্ণ ডেকা মগজুৰ ৰক্তক্ষৰণ হৈ অচেতন হোৱাৰ দিনটোৰ নিচেই ৰাতিপুৱা ... তেওঁৰ সৈতে মোৰ যোগাযোগ হৈছিল৷ বহু আগৰে পৰা সেই দিনটোলৈকে তেওঁৰ...
পঙ্কজ নয়ন (অনুভৱ তুলসীলৈ শ্ৰদ্ধাৰে) নৈ নহয়, শব্দ-সাগৰত সমাহিত মন দৰ্শনৰ ছাঁ পিন্ধি অহা দীপ্ত সপোন। সাধাৰণত অসাধাৰণ বিষণ্ণ ফাগুনত ৰচা...
উদয় কুমাৰ বৰুৱা (সদ্যপ্ৰয়াত কবি অনুভৱ তুলসীৰ পৱিত্ৰ সোঁৱৰণত) (১) ফাগুনক বিদায় বুলি কোৱাৰ পাছতো ৰৈ যায় শুকান ডালত কিছু ৰঙীন স্তৱক কোনে...
ড০ অৰ্চনা পূজাৰী কবিৰ বিষয়ে লিখিবলৈ গৈ কবিৰ কবিতাৰ শাৰীটোৰেই শিৰোনামটি ঠিক কৰিলোঁ অনুভৱ তুলসীয়ে যেন সকলো কথাই জানিছিল৷ সকলো কামেই নিজৰ...
এম. কামালুদ্দিন আহমেদ অনুভৱ তুলসী(১৯৫৮-২০২৫)ৰ অকাল বিয়োগে তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভূত কৰাইছে। তেওঁৰ কবিতাৰ সমালোচনামূলক লেখাৰ...
ডাঃ অপূৰ্ব কুমাৰ শইকীয়া অনুভৱ তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷ এয়া কবিজনাৰ প্ৰতি উচ্চমত বা...
ডাঃ নীলাক্ষী চলিহা গগৈ পৃথিৱীৰ প্ৰতিজন পাঠকৰে জীৱনৰ তাৎপৰ্য বেলেগ৷ জীৱনক গ্ৰহণ কৰাৰ ধৰণ বেলেগ৷ পাঠকে আপোন কবি বা গল্পকাৰ বুলি ভাবিবলৈ...