৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ১০ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৫

প্ৰভাতৰ পৃথিৱীৰ ৰ’দৰ গান তোমাৰ নাম

ৰুদ্ৰ সিংহ মটক জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ‌ লৈছিলা আৰু কি আচৰি�...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৫

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৫

অজানিতে চুই যায়......

বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চু‍‍‍প, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ...

বিনিময় দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৫

নৈঃশব্দ

বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা ... এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ছেপ্টেম্বৰ, ২০২৫

কাউৰী

ৰৌচন আলি চানাৱালাৰ চানা বন্ধা কাগজএটুকুৰাৰ মাজত নিদ্ৰাহীন চকু দুটা লৈশুই আছিল এটা কবিতাচানাৱালাৰ ওচৰলৈ ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ছেপ্টেম্বৰ, ২০২৫

মৃত‍্যু

দিগন্ত শইকীয়ামৃত‍্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছেভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত‍্যুকথা মৃত‍্যুগান হতাশাত মৃত‍্যু...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

ৰ'দে-বৰষুণে কিমান যে গান

লোকনাথ গোস্বামী(১৯)মন দাপোণত-১১(১) ভাড়া ঘৰ এটা সময়ত এৰিব লগা হ’ল ভাড়া ঘৰত থাকোতে এটা ঘটনা ঘটিছিল৷ ঘটনাটো মই এতিয়াও পাহৰিব পৰা নাই৷...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

ছাই সত্য

হিল্লোলজ্যোতি সিংহ মোক জ্বলোৱাৰ পাছত মোৰ ছাইখিনি নৈত উটুৱাই নিদিবা শেষ ৰাতিলৈ কমাটোৰ দৰে তাত শুই থাকক কুকুৰ এটা অন্ততঃ মোৰ উমক অৱজ্ঞা...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

সেন্দূৰ

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু...) মোৰ হাতত এখন আতচী কাঁচ ভৰ দুপৰীয়াৰ ৰ’দত বহি ক’তবাৰ...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২৫

নিৰ্জনতাৰ কবিতা

ভাস্কৰ জে নাথ ১ এইবেলি দেওলগা দুপৰীয়া এটাৰ কথা ভাবি থাকোঁতে দুটি সোণালী মাছে কুটকুটাইছে মোৰ দুয়োখনি গাল আৰু মই ভাস্কৰ্য এটাৰ দৰে থৰ হৈ...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

অনুতাপ

পঙ্কজ নয়ন নষ্টালজিয়াৰ গোপন হেঙুলত জীৱন এক অচিনাকী মেঘ প্ৰেমহীন এক নিৰ্বাক সন্ধ্যা তোমাৰ নামেৰে এদিন মানস সৰোবৰ জ্বলি উঠিছিল...

পঙ্কজ নয়ন পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

অলীক চিন্তন

হেমচন্দ্ৰ কছাৰী স্তন্যপায়ী সকলো পুংলিংগৰে থাকিব লাগিছিল একোটা স্তন যেন সূৰুযৰ কিৰণ - কুঁহিপাতৰ জীৱন আহকচোন কৰোঁ, আমাৰেই কিছু ক্ষেত্ৰ...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

মোৰ সময়

হৰেকৃষ্ণ ডেকা মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

তুমি মোৰ চহৰখনৰ নিচিনা

উৰ্মি জুলী শ‌ইকীয়া তুমি, মোৰ চহৰখনৰ নিচিনা ভগা-ছিগাঅমীমাংসিতবিতৰ্কৰে ভৰাএটা যন্ত্ৰণা শেষ নহয়আৰু এটা যন্ত্ৰণা লগ হয়যানজঁটৰ দৰে...

উৰ্মি জুলী শ‌ইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৫

সৰু মানুহবোৰ

বন্দনা কৌশিক বৰদলৈ প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন মৰে শীততো মৰে দুই এজন ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰ�...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

আহাৰৰ কথা...

ড॰ হেমন্ত কুমাৰ হাজৰিকা খেতিয়কৰ বোলে বৰ সাহ ন-আলি দি থাকোঁতে কেতিয়াবা সন্ধিয়া নামে ধনগুলৈ জ্বলিলে পোহৰৰ বাট বিচাৰি ফুৰে সৰ্বহ...

ড॰হেমন্ত কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

ইয়াত এজোপা গছ থকা হ’লে

লক্ষী প্ৰসাদ ৰেগন ঘৰ্ষণত ক্ষয় যায় শিলো হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয় যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে হিংসুক জন্তুবোৰ...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
১২ আগষ্ট, ২০২৫

মানৱ গ্ৰহাণুবোৰ

প্ৰশান্ত মিশ্ৰমানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ'ব।কাৰ বাবে আকাশ মুকলি আছিল আছিল মেঘৰ দ্যুতিপথাৰৰ পৰা ঘূৰি অহাৰ পথতআঁহত গছৰ ছাঁ; নৈৰ...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৫

সপ্তপদী

অৰ্চনা ঠাকুৰীয়া এক কবিতা এক জটিল চৰিত্ৰ প্ৰতীক, চিত্ৰকল্প পাঠকেহে বিচাৰি উলিয়াই কবিয়েতো সহজভাৱেই কয় মনৰ কথা সেয়ে, কবি মোৰ মনৰ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৫

অ' জীৱনান্ত

মৃদুল শৰ্মা(অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত)কেতিয়ানো তুমি মোক স্পৰ্শ কৰিলা?কৰমৰ্দন? আলিঙ্গন? চুম্বন?নে তোমাৰ স্পৰ্শৰেই মই মই হৈছিলোঁআৰু...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

দহন

মৃদুল কুমাৰ বৰ্মন জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটো�...

মৃদুল কুমাৰ বৰ্মন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

অহা জনমত তাই তেজীমলা হ’ব

অত্ৰেয়ী গোস্বামী জন্ম, জন্মান্তৰ, পূৰ্বজন্ম বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত দোলক হৈ দুলি থাকে অহৰহ৷ আকৌ এটা জনম হ’বনে? সেই জন্মত মনুষ্যৰ...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

ৰাতিৰ কথা

হিল্লোলজ্যোতি সিংহ ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে...

হিল্লোলজ্যোতি সিংহ পঢ়ক →