কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
তুমি যেতিয়া বৃদ্ধা হ’বা
মূল : When You Are Old by W.B. Yeatsঅনুবাদ : ৰঞ্জুমণি মহন্ত যেতিয়া বয়সে জুৰুলা কৰি তোমাৰ চুলিত ৰূপালী ৰহণ সানিব জুহালৰ কাষত কলমটিয়াই...
স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১১
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী কোঠাৰ ভিতৰৰ পৰিৱেশ৷ বিছনাত জৰ্জ বেকাৰ৷ পুতলা ঘৰ এটি হাতলৈ তুলি ডলী...
নাও বাই বাইজেনটিয়ামলৈ
মূল : W.B. Yeatsঅনুবাদ : অনুভৱ তুলসীএইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু,যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই–সৌ মৃত্যুমুখী প্ৰজন্ম...
অনসুয়া আৰু বিজয়া
মূল : W.B. Yeatsঅনুবাদ : অনুভৱ তুলসী[স্বৰ্ণযুগৰ ভাৰতৰ সৰুকৈ এটি মন্দিৰ৷ গাতে গা লগাই এখন উপবন, গাতে গা লগাই এক অটৱী৷ অনসুয়া সেই...
এটি মদ্যপান কৰা গীত
মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তফটিকাখিনি মুখত পৰাৰ লগে লগেইদুচকুত জিলিকি উঠিল প্ৰেমজন্মৰ পৰা বৃদ্ধ হৈমৃত্যু বৰণ...
দ্বিতীয় আগমনি
মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তবৃত্তাকাৰে ঘূৰি ঘূৰিলাহে লাহে বহল হৈ গৈছেসাগৰীয় ঢৌবোৰ,গঙ্গাচিলনীজনীয়েও শুনা নাই এতিয়াতাইৰ...
প্ৰেমৰ যন্ত্ৰণা
মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তঘৰৰ পানীপোতাতঘৰচিৰিকা চৰাইবোৰেপাখি মাৰি চিঁ-চিঁয়াই কৰাসেই মনোমোহা কাজিয়াবিলাক,অজস্ৰ তৰালিক...
শীতল স্বৰ্গ
মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তহঠাতে দেখিলোঁ মইমৃত্যুসম শীতল এখনচমকি উঠা আকাশ,মোৰ এনে লাগিছিল যেন বৰফবোৰ গলিছেচাৰিওফালে...
প্ৰেম আৰু পক্ষী
মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তনাটকখন চাই থকাৰ নিচিনাকৈয়েপাৰ হৈ গ'ল ক্ষণবোৰ। মোৰ প্ৰজ্ঞা আনিব পাৰে মাথোঁ প্ৰেমেহে।এই...
ডব্লিউ বি. য়েট্ছৰ কবিতা আৰু প্ৰতীক
ৰমানন্দন বৰা কুৰি শতিকাৰ আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্লাৰ য়েট্ছৰ জীৱন আৰু কৰ্ম...
স্বচক্ষে নিজ মৃত্যু দেখা এক আইৰিছ বৈমানিক
মূল : ৱিলিয়াম বাটলাৰ য়েটছ অনুবাদ : অনুভৱ তুলসী জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি ডাৱৰৰ দেশৰ কোনো এক অজান জেগাত যাৰ বাবে এই সমৰ সিহঁতক মই...
য়েটছৰ সন্ধানত : য়েটছ আৰু আৰ্যাৱৰ্তীয় ঐতিহ্য
ভাস্কৰ জ্যোতি নাথ য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে...
ৰ’দে-বৰষুণে কিমান যে গান
লোকনাথ গোস্বামী(মন দাপোনত - ৯) &n...
তেওঁ তোমাৰ নিজৰ ভিতৰতে
ৰিপুঞ্জয় বৰুৱা ঋমন জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি বিষাদগ্ৰস্ততাত চকুলো টুকি ফাগুনৰ ফেৰী ঘাটত সৰাপাতকেই ফুল বুলি বুটলি ভ্ৰমত ভ্ৰমি...
মোৰ সৰু চহৰখনৰ গাথা
গিৰিজা শৰ্মা পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ সৰু চহৰখনৰ জনজীৱন য’ত গেলি-পচি জী থাকে অনেক যৌৱন শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন কিছু অনাখৰী...
কি চৰাই? - সেই চৰাই
জৰসিং ইংতি ক্লেংদুন এটা নিৰ্জন দুপৰীয়া চাৰিওফালে বতাহৰ উপস্থিতি যেন শূন্য আকাশত ওলমি আছে উদাস সূৰ্য গছৰ হালধীয়া পাতবোৰ বিষণ্ণ আৰু...
বসন্তৰ চহৰত তুমি মোৰ বিষণ্ণ প্ৰেয়সী
ৰুদ্ৰ সিংহ মটক কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ...
ভোকৰ সাধুকথা
অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল...
মৃত প্ৰাৰ্থনা
কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত ভোগ আৰু...