৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ১৫ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

পথ কেনি

অৰ্চনা ঠাকুৰীয়া প্ৰলাপ কিয় বকিছা... তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে গলিত মৰাশ সেই একেখন নদীয়েই আনিব পাৰে স্ফটিক পানীৰ জীৱন-যমুনা...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

জীৱন জ্যামিতি

হিল্লোলজ্যোতি সিংহ কথা আছিল দুয়ো একেলগে যোৱাৰ খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

যুগে যুগে

যশোৱন্ত নিপুণ প্ৰত্যেক যুগৰেই এটা সৌন্দৰ্য আছে, প্ৰত্যেক যুগৰেই কিছুমান অভিশাপ আছে । ধীৰ শীৰ্ণ নদীৰ দৰেই পৰ্বত বিদীৰ্ণ কৰা খৰস্ৰোতা...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

ভ্ৰম নহয়, ভয়হে

হেমচন্দ্ৰ কছাৰী বহুতেই কয় মানুহৰ শৰীৰটোহে জ্বলে আত্মাটো নজ্বলে আত্মাবোৰহেনো ভূতহৈ ঘূৰি ফুৰে আমাৰ আশে পাশে আমাৰ গাঁৱত এতিয়াও মানুহক...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
১৮ ফেব্ৰুৱাৰী, ২০২৫

এখন নাও আৰু মহাসাগৰ

কবি- জুৱান ৱানাহ (Xuan WuyNh), ভিয়েটনামঅনুবাদ- ড°ৰঞ্জিত দত্তমই তোমাক এটিকাহিনী ক'বলৈ লৈছোঁএখন নাও আৰু এখনমহাসাগৰৰ কাহিনী।নাম নজনা...

ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
১ ফেব্ৰুৱাৰী, ২০২৫

বোজা কঢ়িওৱা গাধটো আৰু মই

গিৰিজা শৰ্মা গধুৰ মনটো ক’ৰবাত থাপি থ’ব খোজা মুহূৰ্তত মনলৈ আহে সৌ তাহানিৰ ভাৰহীন দিন যেন পাতল ফিৰ্ ফিৰিয়া বুকু জুৰ পৰা এছাটি মলয়া...

গিৰিজা শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৫

বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

হিতেশ মেধি শিতান খেপিয়াই মৰিছো ইলুটি সিলুটি কৰি টোপনিবোৰ অঘৰী বাবেই চকুৰ পতাত বাহ নাবান্ধে হাতখনলৈ চালোঁ নিথৰ হৈ পৰি আছে মোৰ আই...

হিতেশ মেধি পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৫

বন্দীশালৰ এনিশা

নমিতা তালুকদাৰ নিয়ৰে পৃথিৱীখন মেৰাই ধৰিছে এইযেন গিলি পেলাব আকাশ, বতাহ আৰু ৰু-ৰুৱাই থকা নিশাৰ গানটো... কিয় তাত জুপুকা এটা মাৰি চাব...

নমিতা তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৫

কথা কোৱা শিল

নিৰু দত্ত মেটমৰা পথৰুৱা শইচৰ তলত এখন প্ৰাচীন নগৰ বুকুত ধাৰণ কৰি ধন্য ধনশিৰি৷ সৰাপাতৰ আঁৰকাপোৰ আলফুলে তুলি বিস্ময় দুচকুত থাপিলোঁ শতিকাৰ...

নিৰু দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৫

এৰাল

আকাশ দীপ্ত ঠাকুৰ কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান কথাবোৰত এৰাল দিবলৈ টান জাৰণি�...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৫

কিতাপ

ৰুদ্ৰসিংহ মটক[উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৫

প্ৰাকৃতিক-অপ্ৰাকৃতিক

হিল্লোলজ্যোতি সিংহ দুছেও কৰিলেও কেইদিনমানৰ পাছতেই মূৰ দাঙি থিয় হয় কচুৰ কুমলীয়া পাত মাঘতে হওক বা বহাগত কেইবামাহো পৰি থকা কুন্দাটো...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৮

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা অগণন৷ আখৰৰ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৫

স্মৃতিশক্তিৰ বিষয়ে আৰু এটা কবিতা

অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ মনত ৰখা এটা বেচ টান কাম৷ এটা জটিল কাৰবাৰ৷ কিমান যে কৌশল কৰি মনত ৰাখিবলগীয়া হৈছিল অঙ্কৰ...

কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৫

ৰাতি

অৰুণ গগৈ ৰাতিৰ নিজানত কাণ পাতি শুনো হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত মোৰ উৰুখা পঁজাৰ মজিয়াত জোনৰ লুকা-ভাকু পোহৰ মই ৰাতিৰ নীৰৱতা�...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৫

সৰা পাতে ক’ব বসন্তৰ কথা

সঞ্জীৱ বৰুৱাসৰা পাতৰ খৰমৰণিত সাৰ পাই উঠা মৰা ৰাতিটোৰ দৰে অহা-কাইলৈও আহিব নেকি অন্য এটা শীতল ৰাতি? এইবেলি শীতৰ স্পৰ্শত সৰি পৰা উৰিয়ামৰ...

সঞ্জীৱ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৫

মুখৰ কাহিনী

মদাৰজ্যোতি মুখবোৰে ফুলবোৰলৈ চাই আছে ফুলবোৰে পখিলালৈ মুখবোৰে ফুলবোৰলৈ চাই আছে ফুলবোৰে বেলিলৈ এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতককমুখবোৰে...

মদাৰজ্যোতি পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৫

সপোনপুৰী

মূল : লুইচ কেৰ'ল (Lewis Carroll, Dreamland, ইংৰাজী) অনুবাদ : ড° ৰঞ্জিত দত্তযেতিয়া মাজ নিশাৰ কুঁৱলীবোৰে ছানি ধৰে পৃথিৱীখনৰ...

ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৫

বাৰাণ্ডা

ৰৌচন আলি বাৰাণ্ডাত বহি চাই আছোঁ ৰ’দলৈ ৰ’দে চাই আছে আমালৈ আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ এখন বাৰাণ্ডাৰ ঘৰ...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৫

বৰ্ষাশেষৰ পদ্য

উদয় কুমাৰ বৰুৱা লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ বতাহত গুঞ্জন তুলি কোলাহলবোৰ কেতিয়াবাই গুচি গৈছে পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ কলমটিয়াই...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৫

খাকীবোৰ

ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷...

ধ্ৰুৱজ্যোতি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৫

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা আৰ্চিৰ সমুখত থিয় হৈ আপুনিও এজন নাৰ্চিচাছ। কেৱল আপুনি ৰূপান্তৰিত নহয়। মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে যাতে আপুনি...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৪

সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি

অমৃত গোস্বামী “বৰহাটৰ সোৱাদ তামোল এখন খালে, দুখন খাবলৈ মন যাব…” সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ...

অমৃত গোস্বামী পঢ়ক →