কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
মৌচুমী বড়া বৰুৱাৰ কবিতাত জীৱনসত্য আৰু সমাজ জিজ্ঞাসা
ৰুদ্ৰ সিংহ মটক মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা...
শেষ প্ৰহৰৰ কিয়দংশ
উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল...
আঁত ধৰাৰ বাট
উজ্জ্বল স্মৰণ দত্ত পট সলাইছিল কাহিনীয়ে ধোবাং বাং মেলা সামৰিব পৰা নাই কথাবোৰ ৷ বলা যুগপট বা গাত কথা নলগা গতিৰে জিনা আথাউনি বাট নাপায়...
‘বৈদিক ভিলেজ’ৰ দুৰ্গাপূজা আৰু ভাললগা সময়
অংগনা চৌধুৰী কলকাতা মহানগৰীত দুই-তিনিবাৰমান দুৰ্গাপূজা চোৱাৰ অভিজ্ঞতা ইতিমধ্যেই স্মৃতিৰ জোলোঙাত সোমাই আছিলেই৷ সেই হৈ-চৈ, সেই ভিৰ-ভাৰ...
ৰুবেন ডাৰিঅ’ (Rubén Darío)ৰ কবিতা
অনুবাদ - পংখী কাজল কায়স্থ ৰুবেন ডাৰিঅ’ৰ প্ৰকৃত নাম আছিল ফেলিক্স ৰুবেন গাৰ্চিয়া চাৰ্মিয়েণ্ট৷ তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ১৮ জানুৱাৰি�...
তৃতীয় বিশ্বৰ কবিতা
ধীমান বৰ্মন এয়া প্ৰথম বিশ্বৰ আকাশ এঙেৰুৱা মেঘ এছটাত আঁউজি কহুঁৱাৰ বতৰ মাজে মাজে নীল কেনভাছত ব্ৰাছ বোলাইছে এন্ধাৰ বৰণৰ শিল্পই এয়া প্ৰথম...
বাটলু-গুটি
স্বপ্নালী কলিতা মাটিৰ ফচ্ফচীয়া লডি এটিত পানীৰ সংমিশ্ৰণে কৰে বাটলু কেতিয়াবা প্ৰতিহিংসা কেতিয়াবা বিনোদন আৰু কেতিয়াবা সি হয় নিজক কৰা...
স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৫
(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী বৰপেটাৰ নাওখেল। দৰ্শকৰ মাজতেই হওক বা প্ৰতিযোগীসকলৰ মাজতেই হওক —উছাহৰ...
দুপৰৰ গণিত
হিল্লোলজ্যোতি সিংহ ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা...
বিষয় : কুকুৰ
হৰেকৃষ্ণ ডেকা (১) আপুনি কুকুৰ বুলি কওঁতে মোক আপুনি কুকুৰ বুলি কৈনিজৰ পোহনীয়া কুকুৰটোকহেতাচ্ছিল্য কৰে৷অনুগত হৈ সি আপোনাৰ সেৱা কৰে,আৰু...
সিহঁত নাহিলেও বসন্ত আহিব!
মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ...
ৰ'দে-বৰষুণে ইমান যে গান
লোকনাথ গোস্বামী (১) চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ...
ৰমেন বৰুৱা
কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি হাবাথুৰি খাইছোঁ বৰ অসহায় সময় লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে...
মোক্ষণাৰ নামত
অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ...
স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা-৪
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব...