৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিগূঢ়

লেখকঃ অজন্ত কুমাৰ বৰা • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৪
১ মিনিট পঠন • ২২১৩ বাৰ পঢ়া হৈছে

 অজন্ত কুমাৰ বৰা

নিগূঢ় জীৱনটো

নিতান্তই নিজৰ

নিজৰ জীৱনৰ নৌকা

নিজৰ মতে বাওঁ

নিজৰ সময়বোৰো

নিজৰমতে নিয়াওঁ

নিজৰ সময়বোৰত

নিৰ্জনতাত বুৰ যাওঁ

নিজৰ সময়বোৰত

নিজকে বুজাবলৈ

নিৰ্মোহ সমালোচনাৰে

নিৰ্মল আইনাত

নিজকে চাওঁ

নিজকে জুকিয়াওঁ

নিজকে সকীয়াওঁ

নিজে নিজৰ বন্ধু

নিজে নিজৰ শত্ৰু

নিজক নিজে নিচিনা

নিশ্চিতভাৱে আত্মপ্ৰতাৰণা

        ---- 

ঠিকনা : 

সালংকৃতা

উন্নয়ন ছুপাৰ মাৰ্কেট

এছ.বি.আই.ৰ যোৰহাট ব্ৰাঞ্চৰ সন্মুখত

যোৰহাট -১

ভ্ৰাম্যভাষ: ৭৬৩৬৮২২৯৮৫

অ
লেখকৰ পৰিচয়

অজন্ত কুমাৰ বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)