৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ১৮ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৪

গুলী-ধেমালি

প্ৰদীপ শইকীয়া ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা...

প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৪

উপলব্ধি

উদয় কুমাৰ বৰুৱা “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত - বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৪

শেষ

হিল্লোলজ্যোতি সিংহ “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৪

কোলাহল

যশোৱন্ত নিপুণ যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী-৮ - (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৭ ছেপ্টেম্বৰ, ২০২৪

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন মৰা শামুকৰ খোলা এটা কুৰুকি কুৰুকি সোমাই আছোঁ শংখ এটাত সোমাব পৰা হ’লে ভাল আছিল তুমি হয়তো দেখিলাহেঁতেন শংখটো!...

প্ৰাঞ্জল কুমাৰ লাহন পঢ়ক →
কবিতা আৰ্কাইভ
৭ ছেপ্টেম্বৰ, ২০২৪

অলপ মেটাফৰিকেল

চুনা কুমাৰ পাঠৰী ১. ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু...

চুনা কুমাৰ পাঠৰী পঢ়ক →
কবিতা আৰ্কাইভ
৬ ছেপ্টেম্বৰ, ২০২৪

মানুহবোৰ আছেনে ঘৰত

মানস প্ৰতিম দত্ত মেঘৰ চুলিৰ মাজেৰে সৰকি অহাএজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙিচৰাইবোৰ গুচি গৈছেজন্তুবোৰ গুচি গৈছে...

মানস প্ৰতিম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৬ ছেপ্টেম্বৰ, ২০২৪

পচিশ জুলাই দুহেজাৰ চৌব্বিশ

হৰেকৃষ্ণ ডেকা কলম বিচাৰি আছোঁ। বহীৰ খোলা পাত উকা। প্ৰহৰবোৰ গৈ আছে। দিন বাগৰিব, সময় ৰৈ নাথাকে। খোলা পাতত নেদেখা আখৰেৰে সময়ে লিখিব...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
৪ ছেপ্টেম্বৰ, ২০২৪

এশাৰীৰ কবিতা

গুণ মৰাণ ঠিকনা গ্ৰন্থকীটে হাত দাঙি ক’লে- কবিতা তেজৰ ৰক্ত কণিকা পোৰণি বেলিক দেখি জ্বলে জোন- জোনক দেখি জ্...

গুণ মৰাণ পঢ়ক →
কবিতা আৰ্কাইভ
৪ ছেপ্টেম্বৰ, ২০২৪

পৃথিৱীলৈ

মাধুৰ্য্য গোস্বামী জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো মৰণশীল কথাকবিতা চকুৰ দাবানলত দগ্ধ...

মাধুৰ্য্য গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৪

পানীৰ সাধু

অৰুণ গগৈ মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়া�...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৪

চিন্তন

অৰ্চনা ঠাকুৰীয়া এক ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায় আৰুনো কিমান দিন ? জীৱন, জীৱৰ বিলৈ হাঁহোৱে বা কান্দোৱেই আপোনাৰ ক্ষতি কি? দুই তাত এজোপা গছ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ আগষ্ট, ২০২৪

ভেলেকী–মেলেকী

দ্বীপৰাজ ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থ’লে গাজি-মগুৰ সোৱাদো বাঢ়িব। সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে...

দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২৪

ছাঁতত্ত্ব

দীপিকা শইকীয়া মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ” বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে...

দীপিকা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২৪

শামুক

অনুভৱ তুলসীসেইদিনা এছাটি বতাহেগান্ধ-বিৰিণাৰজন্মদিন পালিছিলসেই উছৱলৈ তোমাকো মাতিছিলবতাহৰ কথা তুমি নোৱৰাঁ পেলাবগৰখীয়াহঁতে শুনাকৈবতাহে...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৪

ভেকচিন

ৰাজীৱ বৰা আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল যেতিয়া আমাক বচাবলৈ তেওঁলোক উঠিপৰি লাগিল এতিয়া মই নাজানো মই বাচি আছোঁনে মোৰ ভিতৰত বাচি আছে...

ৰাজীৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

হালধিবাৰীত বৰষুণ

সঞ্জীৱ বৰুৱা নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন । তেজে তুমৰলি দিগন্ত নেওচি উপভোগ...

সঞ্জীৱ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

ওভতনি

অত্ৰেয়ী গোস্বামী উভতিব খুজিলেও উভতিব নোৱাৰি বন্ধনো নাই, মায়াও নাই৷ অথচ চাৰিওদিশে চাৰিওটি বাট বন্ধ৷ কথাটো সহজকৈ ভাবিব পাৰি সহজ হ’ল...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

কাক- কাব্য

বিভাৰাণী তালুকদাৰ হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট ডেউকাত আঙঠা বান্ধি বনাই...

বিভাৰাণী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা - ৩

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই—...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

আস্বাদিত ধান

এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ...

এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ আগষ্ট, ২০২৪

আত্মপাঠ

হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ ওপজা...

হিতেশ মেধি পঢ়ক →