৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপলব্ধি

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৪
১ মিনিট পঠন • ৩১৪৭ বাৰ পঢ়া হৈছে

উদয় কুমাৰ বৰুৱা

“ All beautiful things start from heart”

অনেক অপেক্ষাৰ শেষত এটি মাথোঁ

মুহূৰ্ত - বেলিমাৰ

যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ

এক দুৰন্ত বাসনা

হৃদয়ে বাৰু কেতিয়াবা ভুমুকিয়াইছেনে বেলিৰ ভাৱচোতালত

ৰাতিয়ে জানে এটা সমুজ্জ্বল পুৱাই

বেলিৰ আকাংক্ষা,

অন্তৰাত্মাই বাৰে বাৰে কয়

‘হে সহৃদয়  তুমি মনক সংযত কৰাঁ’

এপাহ ভ্ৰমৰ ফুলেই মনাকাশ কৰিব পাৰে দিক্‌ভ্ৰান্ত, গঢ়ি তুলিব পাৰে নষ্টৰাতি, নষ্টচন্দ্ৰ

হয়, বিশাল আকাশেও ভাবে কেৱল

হৃদয়তহে বাজে অহোৰাত্ৰি ফুলাৰ

মন্ত্ৰোচ্চাৰণ কৰা চিৰসুন্দৰৰ প্ৰসাৰিত গান

কোৱাঁচোন ‘হে প্ৰাজ্ঞ, নহয়নে বাৰু

এয়াই সুৱাগী সত্য

ক্ৰমে মোৰ ব্যাপ্ত আলোকত...

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)