ৰ'দে-বৰষুণে ইমান যে গান
লোকনাথ গোস্বামী (৩য় অধ্যায়) (১) মোৰ ওপজা গাঁওখন দ বেছেৰীয়া যদিও, দ গাঁও নামেহে মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
লোকনাথ গোস্বামী (৩য় অধ্যায়) (১) মোৰ ওপজা গাঁওখন দ বেছেৰীয়া যদিও, দ গাঁও নামেহে মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল...
উদয় কুমাৰ বৰুৱা ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত মেৰখাই পৰিছিলো অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি...
আকাশ দীপ্ত ঠাকুৰ কবিতা বুলিলেই হ’ব পাৰে প্ৰতিবাদী নহ’লে নহয় কবি, হয় বেতনভোগী অথবা হিতাধিকাৰী শোভনীয় নহয় কবিৰ অনুভৱত ফুল-তৰা-গান মাত�...
বিকাশ গোহাঁই নাহৰ পাতত লিখিছোঁ তোমাৰ নাম, অ’ মোৰ ব’হাগ চহাৰ প্ৰাণত শিপাই আছে বিহুনাম গৰুহালৰ সলনি টেক্টৰখন আহিল ভালেই হ’ল, কষ্ট লাঘৱ...
লুইতজ্যোতি শৰ্মা ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে...
প্ৰজ্ঞাপাৰমিতা বৰুৱা এদিন তেওঁ ক'লে-আমি এৰাতিৰ বাবে সৌ পাহাৰৰ চূড়াটোলৈ যাম গছ আৰু আন্ধাৰৰ স'তে গা...
নীলোৎপল বৰুৱা মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰপৰা...
অমৃত গোস্বামী কালি জুপুকা মাৰি থাকিয়েই মই দিনটো কটালোঁ; গা-মন দুয়োটাই মোৰ কালি ভাল নাছিল৷ সন্ধিয়া সময়ত মনটো অকণমান সতেজ হওক...
লোকনাথ গোস্বামী(দ্বিতীয় অধ্যায়)(১) কণ্ঠ নে কলম ? কোনটোত অগ্ৰাধিকাৰ দিওঁ ? মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন...
বাব্লু প্ৰসাদ বৰুৱা মই বৰ ভয় কৰোঁ; যদি কেতিয়াবা মোৰ চকুৰ ভোক নাইকিয়া হয় যদি কেতিয়াবা মোৰ হৃদয়ৰ তৃষ্ণা নাইকিয়া হয় যদি মই আকৌ...
ডেইজী অনুৰঞ্জনা চুমা এটিত ভৰ দি ৰৈ থাকে ফাগুন এযুৰি ওঁঠৰ আকাশত গান হৈ বাজি থাকে ফাগুন জপৰা চুলিত কবিতা এটি হৈ উৰি থাকে ফাগুন! চিগাৰেটৰ...
অৰ্চনা পূজাৰী মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম...
নিজৰা ৰাজকুমাৰী ৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ'জ অৱ পেনিক...
মলেন কুমাৰ গগৈ “চাওডাং” বুলিলে আমাৰ সাধাৰণ অসমীয়া মানুহৰ মনলৈ নিশ্চয় শিৱসাগৰ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ জেৰেঙা পথাৰত কোটকোৰা কাঁইটৰ গছ�...
ৰিমলি বৰকটকী মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ'ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য'ত প্ৰাক্ বসন্তৰ সময়ছোৱা�...