৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২২ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৭ মাৰ্চ, ২০২৪

আই

বিভাৰাণী তালুকদাৰ(এ) আই, এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰীঅগ্নিপাহাৰৰ চিত্ৰলেখা সখীঅনুমানতে আঁকিলা নেদেখা ছবিসমাধান দিলানজনা...

বিভাৰাণী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ফেব্ৰুৱাৰী, ২০২৪

নম্ৰতা আৰু বন্ধুভাবাপন্নতা

প্ৰাঞ্জল বেজবৰা আমি দৈনন্দিন জীৱনত অনেক মানুহৰ লগত সম্পৰ্ক কৰিবলগীয়া হয়। এই সম্পৰ্কবোৰৰ যোগেদি সম্পন্ন হোৱা কাৰ্য অথবা যোগাযোগবোৰৰ...

প্ৰাঞ্জল বেজবৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ফেব্ৰুৱাৰী, ২০২৪

স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ

নীলোৎপল বৰুৱা যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক...

নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২৪

ঘৰ

কৌস্তুভমণি শইকীয়া দত্তদুৱাৰ খিৰিকী নথকা ধোবাংবাং ঘৰআকাশ এখন তাত সোমাই থাকেতুমি এদিনলৈ চৰাই হ’ব পাৰিবামোৰ ঘৰলৈ আহিবা।বানে বুৰাবলৈ একো...

কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

দুটা গোলাপৰ কবিতা

হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ "Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

এমুঠি হেমন্ত

মন্দিৰা গগৈ পাতনি : - কি দি যাবা ? - ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! - কি লৈ যাবা ? - দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু...

মন্দিৰা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

মেঘ ভাঙি কাউৰীবোৰ

ভাস্কৰ জে নাথ ১ মেঘ ভাঙি কাউৰীবোৰ আহিছিল যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি মোৰ চকুৰ আয়নাত ২ কা কা শবদত মই সাৰ পাইছোঁ কৰ’বাত কিবা এটা...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

নাঃ বগা ৰং নালাগে

মনালিছা শৰ্মা ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো...

মনালিছা শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

বেদুইন সখী

মিণ্টুল হাজৰিকা খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ তেওঁৰ...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

তলি-উদি

অৰ্চনা পূজাৰী লখিমী চপোৱাৰ পাছত বাগৰি পৰা নৰানিৰ ওপৰেৰে হুঁচ হেৰুৱাই পাৰ হৈ গ’ল সেইজনী কোন আন কোনো নহয় পাখি গজা বৰদৈচিলা ফাগুনে, নে...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(১৭)মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪

নিজৰা ৰাজকুমাৰী এনাটমী অৱ এ ফল, দ্য হ'ল্ডঅভাৰছ্, পুঅ'ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ'ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

ভ্ৰম

উমানন্দ কলিতা চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম --- ঠিকনা : ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ...

উমানন্দ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৪

ত্ৰিপুৰাই ৰিঙিয়ায়

অংগনা চৌধুৰী বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া...

অংগনা চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৪

অসবৰ্ণ

নীলিমা ঠাকুৰীয়া হকশাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰুগধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰবৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনিআৰু...

নীলিমা ঠাকুৰীয়া হক পঢ়ক →
কবিতা আৰ্কাইভ
২০ ফেব্ৰুৱাৰী, ২০২৪

লুইচ গ্লুকৰ দুটা কবিতা

মূল (ইংৰাজী) : লুইচ গ্লুকঅনুবাদ : ড° ৰঞ্জিত দত্ত২০২০ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আমেৰিকাৰ কবি লুইচ গ্লুকৰ (Louise Elisabeth Glück...

ড: ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৮ ফেব্ৰুৱাৰী, ২০২৪

হাঁহিচম্পা

অৰ্চনা ঠাকুৰীয়াআজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰাকোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে জোনৰ মুখতো দুখৰ দাগআমি কেইগৰাকীমান লগ হ'লেই খুব...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৫ ফেব্ৰুৱাৰী, ২০২৪

চুলি

উৰ্মি জুলী শইকীয়াপাহৰণি নহয় এটা দুখ সৰি পৰা চুলিৰ দুখবোৰকসৰিবলৈ নিদিয়ে হৃদয়ে চুলিখিনিৰে কিবা কৰাটো মোৰ অজুহাতহেআচলতে সেইখিনিতো...

উৰ্মি জুলী শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২ ফেব্ৰুৱাৰী, ২০২৪

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী প্ৰথম অধ্যায় (১) মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৪

চুপ্ : এক প্ৰহসন

নীলোৎপল বৰুৱা(যোৱা সংখ্যাৰ পৰা)‘চুপ্ : এক প্ৰহসন’ৰ প্ৰথম এক পঞ্চমাংশৰ ফৰ্মেশ্বনটোৰ মূল নাটকৰ কাহিনীৰ সৈতে সংগতি নাই। যদিহে সাৰাৎসাৰৰ...

নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৪

সুখী জীৱনৰ বাবে

প্ৰাঞ্জল বেজবৰা মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই...

প্ৰাঞ্জল বেজবৰা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৪

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী জপনা মুখৰ আলাপ : ‘আত্মজীৱনী’ বা ‘আত্মকথা’ লিখাৰ ধাৰণা এটা আগতে মনলৈ অহাই নাছিল৷ কিন্তু সৰুৰে পৰাই কিতাপৰ প্ৰতি প্ৰৱল...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৪

চেলিন ছঙৰ পাষ্ট লাইভছ্

নিজৰা ৰাজকুমাৰী শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা* ১৬ * ৰাতি টোপনি ভাল নহ'ল ষ্টেপানৰ। কেৱল মলেঁয়াৰ কথাই তেওঁক আমনি কৰি থাকিল। তাই প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰত নিশা...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →