৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২৩ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২৪

বৰষুণৰ কাপোৰ

মুনীন্দ্ৰ মহন্ত বেলগছজোপাৰ পাত কাকিনি তামোলৰ গা মাটিৰ গোন্ধ পিন্ধিছিল সকলোৱে বৰষুণৰ কাপোৰ শেৱালিজোপাত ফুল নাছিল জলফাই গছতো নাছিল ফুল...

মুনীন্দ্ৰ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২৪

আন্ধাৰতো যি উজ্জ্বল

জ্যোতিনীলিমা গগৈ প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে - মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

কাফন

ছালমা জামান ( মোৰ মৃত্যু কামনা কৰাসকললৈ ) তীব্ৰ ভয়ত আন্ধাৰ গভীৰলৈ নামে পোহৰে নোসোধে আন্ধাৰত যি দেখোঁ বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ...

ছালমা জামান পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

নদীৰ মোহত বন্দী গাভৰুজাক

লক্ষীপ্ৰসাদ ৰেগন পাৰতে গাগৰি এৰি নামিছে গাভৰুজাক বোঁৱতী নদীত পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই আৰম্ভ হ’ল খিলখিল হাঁহি তাৰে মাজৰ...

লক্ষীপ্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

তৰমুজৰ দৰে

নিৰু দত্ত চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থ’লোঁ । কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত তৰমুজৰ ভিতৰ�...

নিৰু দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

ক’ৰবাত কিবা এটা ঘটিছে

বন্দনা কৌশিক বৰদলৈ ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলাবুৰ যাব খোজা বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ দুখন...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

আৱেগিক মানুহবোৰ ফেৰীৱালা

ৰিপুঞ্জয় বৰুৱা ঋমন যোৱাটো এপ্ৰিলৰঅপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰতনখদীঘল নৈখনে কৈছিল হাত সাৰিবলৈকেকিছুমান কথা নোকোৱাই ভালহা�...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

মৰাৰ পাছত থাকিব কি

ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে... তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

উঁইচিৰিঙাৰ শ্ৰুতলিপি

জোনমণি দাস ১. সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল জাক হেৰুওৱা চৰাইটোৰ মাত, উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল তুলসী তলৰ চকুটো। ২....

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৪

ছেহল'ম ফ্ৰেডমেনৰ দুটি কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্তকবি পৰিচয় : ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান - ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক...

ড: ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২০ জানুৱাৰী, ২০২৪

বিষয় : জীৱন

জৰসিং ইংতি ক্লেংদুন (১) একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত মৰুভূত নিজৰ ছাঁ খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ পানী এটোপা চকুলোৰে...

জৰসিং ইংতি ক্লেংদুন পঢ়ক →
কবিতা আৰ্কাইভ
২০ জানুৱাৰী, ২০২৪

তিনিটা কবিতা

হৰেকৃষ্ণ ডেকা(১) ৰাম আপোনাৰ ৰাম আৰু বাপুৰ ৰামযদি একেজন হয়,মই বাপুৰ ৰামক ৰাম বুলি ক’মআৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷বাপুৰ ৰাম হৃদয়�...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২০ জানুৱাৰী, ২০২৪

মন-ফুলৰ চিঠি

ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল...

ধৰিত্ৰী বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৩

চুপ : এক প্ৰহসন

নীলোৎপল বৰুৱা বহু বছৰ আগৰ‌ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম...

নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২৩

নৈতিকতা

প্ৰাঞ্জল বেজবৰা আজিকালি আমাৰ সমমাজত কিছুমান কথা বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে...

প্ৰাঞ্জল বেজবৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২৩

স্তৱক

শিখা গোস্বামী মহন্ত(১)গৈ থকাটো যিমান সহজৰৈ দিয়াটো সিমান কঠিনযাওঁ বুলি গুচি যাব পাৰিউলটি আহো বোলোতেইএহেজাৰ অসহজ উশাহ(২)খিৰিকিৰে জুমি...

শিখা গোস্বামী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২৩

মডেলিং (Modeling)

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২৩

বোধ

দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২৩

লজেঞ্চ দিয়া লʼৰাজন

অমৃত গোস্বামী আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে‌ দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা।‌ দহোটীয়া হাইস্কুললৈ‌ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২৩

ৱেলকাম নৱবৰ্ষ

অনুভৱ তুলসীব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰেমন-মগজু ধোওঁতেমুঠিয়ে মুঠিয়ে চুলি সৰিলতবছৰটো সাং হʼলনখ কটা কটাৰীৰচেতনাৰ উপৰিতলতকঠুৱা খৰমৰ...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৩

আত্মিক

বিপ্লৱ চুতীয়াএয়া শলিতা পোৰাৰ সময়চৌদিশে আচল-নকলৰ বৰ্ণান্ধতামোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা'বৈকাল'ত থাউনি নোপোৱা অলেখ...

বিপ্লৱ চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৩

তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথামূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন'বেল বঁটা)যেতিয়া মই পিছলৈ উভতি...

ড০ ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৩

সকলোবোৰেই পৰিৱৰ্তন হয়

মূল : বাৰ্টোল্ট ব‌্ৰেখট বাংলা অনুবাদ : নাসিৰ উজ জামান অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব...

ৰুদ্ৰসিংহ মটক পঢ়ক →