৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২৫ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৩

জীৱন জিন্দাবাদ

বিপুল কুমাৰ দিহিঙীয়া এটা ব্ৰেকিং নিউজৰ পাছত পূৰ্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ......

বিপুল কুমাৰ দিহিঙীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৩

২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত(১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো তেতিয়া তাত আছিল এক গভীৰ নিশ্বাসআৰু তেতিয়া তাতেইথিয় হৈ আছিল পৰ্বতটো...

মূল : ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছি পঢ়ক →
কবিতা আৰ্কাইভ
২৬ অক্টোবৰ, ২০২৩

কবিতা

মূল (বাংলা): - ডাঃ চাব্ৰিনা ৰুবিন অনুবাদ : উৎপল দত্ত দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা...

মূল (বাংলা): ডাঃ চাব্ৰিনা ৰুবিন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ অক্টোবৰ, ২০২৩

কইনা কন্দা শিলৰ পুৰাণ

অংকুৰণ আৰ্ফ পুৰাণ পদ্য - ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্ৰাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে...

অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ অক্টোবৰ, ২০২৩

ইলেকট্ৰ’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই ইলেকট্ৰ’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৪ অক্টোবৰ, ২০২৩

শেলুৱৈ মালিতা

জ্যোতিনীলিমা গগৈ নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ অক্টোবৰ, ২০২৩

বুদ্ধই যুদ্ধ কৰিব জানে

অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৩ অক্টোবৰ, ২০২৩

প্ৰকৃতি

ধ্ৰুৱাৰ্ক চৌধুৰীসুনীল আকাশৰ বুকুতউৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰেপাহাৰৰ সৈতে আলিংগনৰ খেলা কৰেআকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ...

ধ্ৰুৱাৰ্ক চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৩

মৃত

ধৰিত্ৰী বৰুৱা বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ...

ধৰিত্ৰী বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৩

টুথব্ৰাছ

ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছে‍ঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম...

ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৩

চকুৰ ভাষা যেন অন্তহীন

প্ৰেমনাৰায়ণ নাথ আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ...

প্ৰেমনাৰায়ণ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৩

শৰৎ

হৰেকৃষ্ণ ডেকা মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপাফুলিছে ৷ মই দূৰত ৷ ইয়াত প্ৰৱাসৰ শৰৎ ৷তাত পাতৰ ৰঙীন মদ। আজি কুঁৱলী পৰিছে। ইমান দূৰত,ইমান...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
৪ অক্টোবৰ, ২০২৩

অযোধ্যাকথন

স্বপ্নালী কলিতা"এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই"ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়াহোৱাৰ কথাটো কিবাগোলমলীয়াৰামে অযোধ্যাত যুৱৰাজৰ ভাও...

স্বপ্নালী কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২৩

মাটিৰ মাত

দীপিকা শইকীয়া মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে...

দীপিকা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

একো নাখাই শুলা যে?

হিল্লোলজ্যোতি সিংহ - নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ... নোখোৱাকৈ পাৰ কৰিছোঁ...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

অচেতকনামা

দ্বীপৰাজ ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ একুৰা জুই । খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো...

দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

দেউতা

নীলিম কুমাৰ বহু বছৰ হ’ল দেউতাই আমাক এৰি থৈ যোৱাৰ৷ ওহোঁ! এৰি যোৱা বুলি ভাবিছিলোঁহে! এৰা নাছিল৷ কিয়নো আজিকালি মই অকলে গাড়ী চলাই থাকিলে...

নীলিম কুমাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনি’: পৰিপাৰ্শ্ব-সমালোচনা, ৰোমাণ্টিকতাবাদ আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুনঃপঠন

জ্যোতিষ্মান দাস ইউৰোপৰ ‘যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ ‘আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই...

জ্যোতিষ্মান দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

অবৈধ

ড° মৃদুল শৰ্মাকাকো স্পৰ্শ নকৰাকৈ মই ক’ত পাম ভোকৰ ভাতআন্ধাৰ-পোহৰৰ নিৰ্জন গোপন গলিত কেনেকৈ বিচাৰিমহতাশা পাহৰা ৰংকোনেও স্পৰ্শ নকৰিলে মোৰ...

ড° মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

জীৱন-বন্দনা

জুবিলী গগৈ নজনাকৈয়ে আহিলোঁ বহুদূৰ নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰেদুচকুত আন্ধাৰ লৈ পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা...

জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

অনাহূত

ৰেমী শৰ্মা এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই চিনেমা হলটোৰ ভাগি পৰা...

ৰেমী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

তিনিটা কবিতাৰ কথা

নীলাভ সৌৰভ এটা কবিতাই খুন্দা মাৰিলে আন এটাক মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে এটা প্ৰেমৰ আনটো বিচ্ছেদৰ বজাৰ-সমাৰ ইত্যাদিৰ মাজত কবিতাই...

নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৩

হাতুৰি

মূল (ইংৰাজী) : কাৰ্ল ছেণ্ডবাৰ্গ অনুবাদ : জ্যোতিশিখা দত্তমই দেখিছোঁপুৰণি ঈশ্বৰৰ প্ৰস্থানআৰু নতুন ঈশ্বৰৰ প্ৰৱেশদিনৰ পাছত দিনআৰু বছৰৰ...

মূল (ইংৰাজী) : কাৰ্ল ছেণ্ডবাৰ্গ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৩

কবিতা

অনুভৱ তুলসী ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামতকৈ জোনলৈ যোৱা বাছৰ ভাড়া কম তথাপি সকলো বাছ খালী জোনত ভোটকেন্দ্ৰ হেনো নাইকীয়া ৰাজআলি আছে...

অনুভৱ তুলসী পঢ়ক →