৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২৭ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৩

বাণী

চয়নিকা ভূঞা বেলি লহিয়াবৰ হ'ল কথাষাৰৰ সত্যতা তেতিয়াও বিচাৰ নহ'ল অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্তনঘটিবলগীয়া ঘটনাএটাক লৈ ইমান...

চয়নিকা ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৩

দৃশ্যপট

দিলীপ ফুকনকুঁহিপাত যেন কোমলস্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেইবাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ।বাহিৰলৈ চালোঁনাই, গছে কুঁহিপাত মেলা...

দিলীপ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৩

ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত(১)গীটাৰগীটাৰখনৰ কান্দোন আৰম্ভ হ'ল।নিঃশেষ হ'ল পুৱাৰ পিয়লাবোৰ। গীটাৰখনৰ উচুপনি আৰম্ভ হ'লইয়াক নিশ্চুপ কৰাটো...

ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২২ জুলাই, ২০২৩

অমৃতা প্ৰীতমৰ তিনিটা কবিতা

অনুবাদ : দীপজ্যোতি বৰা (১) এখন চিঠি মই– এচুকত পৰি থকা এখন কিতাপ অথবা কোনো সন্তৰ সিদ্ধ-বচন, ৰুদ্ৰাক্ষৰ এডাল মালা অথবা কামশাস্ত্ৰৰ এটা...

অনুবাদ : দীপজ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২২ জুলাই, ২০২৩

বাদশ্বাহ গোলাম

উজ্জ্বল স্মৰণ দত্ত ইলাহী কথাবোৰত পাক ধৰিছে চাপৰি বাজিছে চাপৰত ৰাগীত ৰাগী লাগিছে ৷ কাকূতি বাঢ়িছে আকুতি বাঢ়িছে মেহফিল বহিছে মজলিছ বঢ়িছে...

উজ্জ্বল স্মৰণ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৬ জুলাই, ২০২৩

খামদৈ কুঁৱৰীৰ কথকতা

অংকুৰণ আৰ্ফ পদ্যকথা – ১ সময়ৰ পথেদি এটা কাহিনী এই গড়ৰ ওপৰেদি বুৰঞ্জীৰ ঘোঁৰাত উঠি খটপ খটপকৈ পাৰ হৈ যায় সময়ৰ সুৰুঙাৰে সৰি পৰা মাটিৰঙী...

অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ
৬ জুলাই, ২০২৩

বেলিটোক লগত লৈ যাওঁ ব’ল

দাদুল ভূঞা অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি জৰা, ব্যাধি সকলোতেচোন আছোঁ...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
৬ জুলাই, ২০২৩

ধৃতৰাষ্ট্ৰৰ ডায়েৰী

অন্বেষী বৰা মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে...

অন্বেষী বৰা পঢ়ক →
কবিতা আৰ্কাইভ
৬ জুলাই, ২০২৩

ছাতি ফুলা বতৰ

নীলাভ সৌৰভ ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল...

নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৩

মহানগৰ

উদয় কুমাৰ বৰুৱা কত যে সপোন উজাই আহে ৰাতিৰ নীৰৱতা ভেদি তাৰে এটাৰ গাত ভেজা দি পালোঁহি এই মায়াৰ নগৰ । যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৩

মাটিমুখ

মিণ্টুল হাজৰিকা “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷” ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৩

সেইদিনা

জয়ন্ত দত্তসেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু... আমি বাপেকৰ ফালৰ পৰা চাই বাপেকক শুদ্ধ দেখিছিলোঁ আৰু...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৩

এখন হাতল ভগা চকী

জুনু বুঢ়াগোহাঞি নাথ এইযে আমি কিমান হেৰুৱাই আছোঁনিজক নিজৰে পৰাহেৰাই আছোঁ ইজন-সিজনৰ পৰাকাৰো খতিয়ান নাই ৷কোমল মাটিত গজা গাঁওখনহেলনীয়া...

জুনু বুঢ়াগোহাঞি নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৩

আইৰ আশীসূতাৰ চাদৰখন

মিণ্টু বুঢ়াগোহাঁইআইৰ আশীসূঁতাৰ শুকুলা চাদৰখনৰ আঁচলতমুখ গুজি নিজকে ৰক্ষা কৰা দিনৰে পৰাআত্ম সন্তুষ্টিৰে অনুভৱ কৰোঁ সুখ ৷ভাতৰ নিসনিৰে...

মিণ্টু বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুন, ২০২৩

প্ৰেমৰ বাবে

পৰাগজ্যোতি মহন্ত জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে...

পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুন, ২০২৩

নিচুকনি গীতত টোপনি নাহে...

অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকুকেনেকৈ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুন, ২০২৩

বৰষুণ, তুমি

মূল: কে সচ্চিদানন্দন অনুবাদ উৎপল দত্ত সেয়া বৰষুণ আছিল নে তুমি? তাত সুগন্ধ আছিল তীব্ৰ বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ, আমৰ ঠাৰিৰ...

মূল : লুইছ গ্লুক পঢ়ক →
কবিতা আৰ্কাইভ
২২ জুন, ২০২৩

শেষ গান

বিজয় শঙ্কৰ শৰ্মাঠিক কেঁকুৰিটোৰ আৰম্ভণিতেশুভ্ৰবসনেৰে আবৃতবুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ আকাশৰ ফালে ওখ হৈ হৈ নোহোৱা হৈ গৈছিলসিদিনাৰ...

বিজয় শঙ্কৰ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
১৭ জুন, ২০২৩

তাত কি হৈ আছে

ৰিপুঞ্জয় বৰুৱা ঋমন তোমালোকে সপোন দেখিব নোৱাৰাঁ দুখ বাঢ়িব নিজৰ মতে সপোন নেদেখিবা আমি দেখুৱালেহে দেখিবা এতিয়াও বুজি উঠা নাই ? তাত কি...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
১৭ জুন, ২০২৩

এদিনাখন অন্ধ কুকুৰণী

অনুভৱ তুলসী আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা হঠাতে সকলো সলনি হৈ গ’ল সলনিৰ নাটকীয় পট পৰিৱৰ্তন এই...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
১০ জুন, ২০২৩

ইমান লাহে লাহে ৰাতি হৈছে

অলকেশ কলিতা১আজি ইমান লাহে লাহে ৰাতি হৈছে, মই মোৰ শব্দবোৰ ঘঁহি মাজি চাফ-চিকুণ কৰি থৈ দিছোঁ কেতিয়াবাই,আৰু অপেক্ষা কৰিছোঁ তুমি মোক কিবা...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
১ জুন, ২০২৩

চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন

ড০ নন্দ সি বৰকলা আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু...

নন্দ সিং বৰকলা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

সন্ধি

যশোৱন্ত নিপুণ বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে এটা ঘৰ বিচাৰি লৈছিলা, ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ বেৰবোৰত ৰং লগাবলৈ ৷ কিন্তু যিটো...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

ঊষা-নিনাদ

বিজয় শঙ্কৰ শৰ্মা মফচলত এজাক ধুমুহাই উৰুৱাই আনিছিল এখনি নীলা চাদৰ বতাহত উৰি থকা চঞ্চল চিলাৰ দৰে উৰিয়েই আছিল সেই নীলা চাদৰ অনিৰুদ্ধ হৈ...

বিজয় শঙ্কৰ শৰ্মা পঢ়ক →