৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২৯ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৩

মৌনতা

(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত) আকাশ দীপ্ত ঠাকুৰ বেলি লহিয়ালে বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ'ল শিলৰ নদীয়েদি তপত নিশাহৰ উচুপনি�...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ এপ্ৰিল, ২০২৩

স্পষ্টতা

অলকেশ কলিতাইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে।সাগৰৰ অনন্ত তৰংগৰ ভিতৰ�...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ এপ্ৰিল, ২০২৩

প্ৰশ্নবোধক

ৰেমী শৰ্মাকোনোবাই মাতিলেদুৱাৰখন খুলি দেবৰশী এটা হাতত লৈ মই পানীপতাত ৰৈ আছিলোঁথৰথৰকৈ কঁপা ভৰিহাল মোৰ আছিলকিন্তু ...আঙুলি আৰু...

ৰেমী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ এপ্ৰিল, ২০২৩

ভেকুলী বৰষুণ

প্ৰাঞ্জল হাজৰিকাজিভা ওলোটাই টোৰটোৰাই মাতিবলৈল'ৰাটোক মাকে শিকালেখোনা ভাল হ'বআৰু বেচেৰাই দাঁত কামোৰ খালেখেতিয়কৰ ল'ৰা ।অকস্মাৎ ভেকুলীবোৰ...

প্ৰাঞ্জল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ এপ্ৰিল, ২০২৩

কবিতা

চিন্ময়১. নিমগ্নতাপোহৰ পৰি থকা পুখুৰীটোত ভেকুলীৰ টোৰটোৰণি এডাল সৰল ৰেখাই মোকতলিলৈ নি আছে২. ঢৌহালি পৰা বাঁহজোপাত কেইটিমান চৰাইঢৌ উঠি...

চিন্ময় পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

সমন্বয়

দাদুল ভূঞা হাত এখন আগবঢ়াই দিলোঁদলিয়াই দিলাবুকুখন দিলোঁমৰমেৰেদুছেওকৈ কাটি দুটা ভাগ কৰিলাচকু মুদা কুলি হৈ চাই থাকিলোঁ সময়বতাহত শংখধ্বনি...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

মানুহে যি মন যায় তাকেই কৈছে

উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে... কোনে আনে মোক খালী কৰি ফাগুনৰ দুৱাৰডলিলৈ বতাহে...

উৰ্মি জুলী শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

তৰল

নিবেদন দাস পাটোৱাৰী বাৰে বাৰে কিয় তুমি বৰষুণ হোৱাঁ অইনৰ মলি মচিবলৈ কেতিয়াবাতো ঘৰৰ দমকলটোৰ এগিলাছ পানী হোৱাঁ মোৰ কণ্ঠ তিয়াবলৈ …...

নিবেদন দাস পাটোৱাৰী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

সৰাপাতৰ হালধীয়া সামৰি

মৰমী মুদৈ বাহ এটি সাজিবলৈ গছ এজুপি লাগে পাতসিয়াৰ বুকুত বলে চ’তৰ বা-মাৰলি যাগৈ ফাগুন পছোৱাৰ বেপাৰী মই ইয়াতে সুখী সৰাপাতৰ হালধীয়া...

মৰমী মুদৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত

উদয় কুমাৰ বৰুৱা ৰাতিৰ অতলত নিঃশব্দে মাৰ যায় ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি—...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

খিৰিকিখনত

জোনমণি দাস খিৰিকিখনত এহাল চকু তাতেই আছিল ওপঙি মোৰ নগ্ন প্ৰতিবিম্ব খিৰিকিৰ কাঁচত বতাহে ধূলিৰ ঢাকনি পেলাইছিল বৰষুণে আঙুলি বুলাই মচিছিল...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

সাৰে আছোঁ মাটিত মুখ গুঁজি

জ্যোতিনীলিমা গগৈ গভীৰ টোপনিৰ পৰা উঠি আহিছোঁ মৈদামৰ কাষতে লগ পাই ককাদেউতাৰ হুমকি— সিদিনা আহিছিলোঁহে অতপালি তহঁতৰ বোলোঁ সাৰে আছনে? বুজি...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

দুল

জয়ন্ত দত্ত গান এটাই চকটো কপাই থাকে পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

লোককথা

মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

দুপৰীয়া দুচটা ৰূপালী ডাৱৰৰ টুকুৰা

দেৱাশিস বুঢ়াগোহাঁইতৰাং পুখুৰীটোৰ সিপাৰে বাঁহনিজোপাৰ গুৰিতে বহি আছে উদং এটা দুপৰীয়া৷ এইপাৰত এজুপি বালিচঁহীয়া বগৰী বগৰীজোপাই বেঙা মেলি...

দেৱাশিস বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

কবিতাৰ দিন

হৰেকৃষ্ণ ডেকা কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ৷ সৰাপাতে তল ভৰি আছিল৷ চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ মাৰ্চ, ২০২৩

কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

কিশোৰ মনজিৎ বৰা গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং তথাপি তেওঁৰ বাইচিকলৰ পেডেল ৰৈ নাযায় জুইত পাখি পুৰি মৰিলেও চগাই ভয় নকৰে জ্বলিবলৈ...

কিশোৰ মনজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ মাৰ্চ, ২০২৩

আহাঁ একেলগে সূৰুজমুখী হওঁ

বিজয় শঙ্কৰ শৰ্মা সকলো সপোনেই সপোন হৈ নাথাকে তাৰে কিছু দিঠকো হয়৷ কোনোবাই কয়, হাঁহিতকৈ হুমুনিয়াহৰ তৃপ্তিহে অলপ বেছি শব্দৰ পৃথিৱীত কবিতা...

বিজয় শঙ্কৰ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ মাৰ্চ, ২০২৩

জেউতি ঘৰলৈ আহিলে কলাপাতত কাউৰী পৰে

অৰ্চনা ঠাকুৰীয়া চেপি ধৰা শিলৰ ফাঁকেৰে বৈ আহে এছাটি গৰম বতাহযেন হুমুনিয়াহ! না... নহ’বও পাৰে অ’, এয়া উশাহজীৱনৰ মধুৰ সংগীত... যাৰ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২২ মাৰ্চ, ২০২৩

নিলিখা কবিতাৰ কথা

কুমুদ ঘোষসকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো।নিলিখা কবিতাটোক সাক্ষী...

ড° কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ
২২ মাৰ্চ, ২০২৩

চাৰিওটা বেলেগ

ধন দাস১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁইওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি এইমাত্ৰ উজাই আহিব কবিতাআৰু অপমৃত্যু ঘটিব!২)...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
২২ মাৰ্চ, ২০২৩

পচলা

ভাস্কৰ জে নাথখাবলৈ অনাটো পচলা কোনেনো নাজানে এই কথাননাটো ডাঙৰ হ’ব কলডিলীয়া হাঁহি মাৰি কল লাগিব থোকভৰি অন্ততঃ ভাত নহ’লে কল চলি যায়...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২৩

নিজাৰ পৰা জীৱন

মানসী গোস্বামী এজাৰ নিজাৰ পৰে পকি পকি সৰে ডালিম তেজা শালিকা হয় তুলা আহে একেই থাকে পাছবাৰীৰ তাঁতশাল একেই থাকে আগবাৰীৰ ইন্দ্ৰজিত মালতী...

মানসী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

দুৱাৰ

তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় - দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ...

তৃপ্তি দাস পঢ়ক →