ৰেডিঅ’ জ’কি (Radio Jockey)
ড° বুলজিৎ বুঢ়াগোহাঁই ৰেডিঅ’ জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
ড° বুলজিৎ বুঢ়াগোহাঁই ৰেডিঅ’ জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ...
অৰ্চনা ঠাকুৰীয়া ‘‘The best lack all conviction While the worst are full of Passionate intensity...’’ ( the second coming...W.B Yeats)...
দ্বীপৰাজ হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ কি ঠিক একোটা মুদ্ৰাদোষ বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন কি ঠিক...
স্বপ্নালী কলিতাকথাবোৰ জঁটা হওক বুলি এদিন কোনোবা অচিন ধনুৰ্ধৰে এপাট শৰ মাৰি দিলে কোনোবা অচিন মুখলৈ সেই সময়ত কথাই বাগি মাৰি খেলিছিল...
হেমচন্দ্ৰ কছাৰীবাপুজীৰ চিৰনমস্য মূৰটোতকৈ তেওঁৰ মূৰৰ চাপবোৰৰ প্ৰয়োজনযে বহুগুণেই বেছি সেই কথা সকলোৱে জানে সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ...
অৰ্চনা ঠাকুৰীয়া ঘৰগোনা কথাবোৰ অঘৰী হোৱাৰ বেদনাত খোজবোৰ থৰক-বৰক সম্পৰ্কৰ ভাৰখন গধুৰ তাতোকৈ গধুৰ মন এইবাৰ আহিলে তুলাচনী লৈ আহিবা জুখি...
মিণ্টুল হাজৰিকা শুকাই কাঠ হোৱা ডিঙি বনৰীয়া লতাৰ দৰে একোছা চুলি বুকুত সাবটি বুৰ মৰা বেলি নতুন বৌঠান হালধীয়া কেন্ভাছ ওলমি থাকে গজালৰ...
নিবিড় অনুৰাগ মানস(ভাইটিৰ হাতত) অতদিনে ঘৰলৈ কিমান বসন্ত আহিছে গৈছে ঠিক নাই। বসন্তৰ জানো হিচাপ ৰাখে কোনোবাই! শিমলু ফুলাৰ শেষত কিমানে...
ধীমান বৰ্মন পৃথিৱীত নতুনকৈ ক’বলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া...
কেশৱ চাউফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানোজীৱনৰ প্ৰতি লোভ নাছিল?পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকেমানুহ হৈ...
সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল...
দাদুল ভূঞাফ্লেশ্ববে'কত জিলিকি থাকে কথাবোৰ—গাভিনী ৰাতিৰ এন্ধাৰতহেৰাই যায মৈঠুনৰত সংগীতউচপিচনিৰ দগমগ বেলি এটাচকুত সাৰে থাকেসুখৰ নৈত উটি...
ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে---...
ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা (Jarmila and Ian Milner)অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি... সমাধি... আৰু শাণি�...
দিগন্ত নিবিড়মেটেকাৰ মাজৰ পৰা চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই এদিন আমি ওলাই আহিছিলোঁ ভালপোৱাৰ বাটটোৱেদিকোনোবাই দেখিব কোনোবাই জোকাব...
মূল : জীবনানন্দ দাশ (বাংলা)অনুবাদ : নিৰোদ গোহাঁই কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে...
সুশান্ত বৰা মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে, চুলি সামৰা ইমান সহজ হৈ নুঠে যেতিয়া তেওঁৰ খাৰুৰ...
অনুবাদ : দীপজ্যোতি বৰা (১) অন্তিম উচ্চতা কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ যদিহে দশোদিশ আমাৰ চৌপাশে নহয় আমাৰ সমুখতে...
অনুভৱ তুলসী নেপ্থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায়...