সুখী মানুহৰ কবিতা
চেনীৰাম গগৈ কথাটো সকলোৱেই জানে কিন্তু কোনেও নেজানে৷ জনাই জানি কৰিব কি খোৱাই খাবই নাকৰ ঘিঁ ! মাহে মাহে পাই আছোঁ বিছ কিলো ফিৰি চাউল সময়...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
চেনীৰাম গগৈ কথাটো সকলোৱেই জানে কিন্তু কোনেও নেজানে৷ জনাই জানি কৰিব কি খোৱাই খাবই নাকৰ ঘিঁ ! মাহে মাহে পাই আছোঁ বিছ কিলো ফিৰি চাউল সময়...
হেমচন্দ্ৰ কছাৰীচালকসকল বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে নহ’বইবা কিয় বহুতে বাটত জুই জ্বলাই নিজৰ লগতে আন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ...
ৰাজেন দাস (হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে) বয়স হ’লে ভয় লাগে জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায় ডেকা কৰাৰ মনো বছৰি উকলি থাকে উভতি নাহে...
পুলেন ৰাজ ডেকাউৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা...
কেশৱ চাউ অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ তেওঁলোক বাৰু...
নীলাভ সৌৰভ এদিন এজন সাধুবাবাই বাটতে মোৰ দেউতাক লগ পাই ক'লে—তোমাক মই এপদ সামগ্ৰী দিমতুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিবযদিহে তুমি...
ৰিপুঞ্জয় বৰুৱা ঋমন হোৱাটছ গয়িং অন ? ঢেৰ কিবাকিবি । দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি গৰু গা-হৰি...
বৰ্ণালী বড়া ছাঁটোৱে কথা নকয়ছাঁটোৱে উশাহ নলয়ছাঁটোৱে গানো নাগায়মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতেছাঁটোৱে মোৰ পিছ নেৰেমই য’লৈকে...
অনুবাদ : ড° দীপমণি দাসতেওঁ আন কোনো নহয়তেওঁ প্ৰেয়সী মোৰনিদ্ৰাত ডুবি ৰোৱা সপোন মোৰতুমি গুচি যাবা, আমি গুচি যাম একেলগেইসময়ৰ সাগৰ...
নৰেন মজুমদাৰ (জন্ম ১৯৪৮) এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা...
ধন দাসহতচকিত ঈশ্বৰআচৰিত কি তৈয়াৰ কৰিলেদুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ যেমাত মাতিব জানে খোজ কাঢ়িব...
নীলিম কুমাৰ নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে...
পংকজ গোবিন্দ মেধি নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল...
ঋষভ নাথ তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি...
ভাস্কৰ জে নাথ ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে...
অলকেশ কলিতা শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ? তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ...