কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন...
অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ'ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন মই মোক নিঃশেষ কৰাৰ...
সপোনপুৰত জোনাক
উচ্চজিৎ দশগিৰি সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ...
নৃত্যৰতা পৃথিৱীৰ কবিলৈ
জোনমণি দাস দুপৰীয়াটোৰ ডেউকা গজিলত মই পানীৰ পোছাকযোৰ খুলি থ'লোঁ আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ বসন্তক শিলবোৰ নৈ হৈ বৈ গ'ল পখিলাৰ পাখি�...
ভুলতে তোমাৰ ঠিকনা নিদিবা
সুশান্ত বৰা ভুলতে তোমাৰ ঠিকনা নিদিবা ভুল হ’বলৈ ভুলে বাট পালে হোৱাৰ ভুলক ভুল বুলি নক’বা ৷ ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ...
অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত
সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of...
নীলমণি ফুকনৰ কবিতা : বোধ, বৈভৱ আৰু সমৃদ্ধিৰ ব্যাখ্যান
ড° প্ৰাণজিৎ বৰানীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোচনা কৰিবৰ পৰত প্ৰখ্যাত কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে– ‘এক...
নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা
পঙ্কজ প্ৰতিম বৰদলৈ শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা...
নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান
ড° বিনয় কুমাৰ মজুমদাৰ সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷...
‘পাতি-সোণাৰুৰ ফুল’ আৰু বিবিধ সাক্ষাৎকাৰৰ আলোকত নীলমণি ফুকনৰ কাব্যচেতনাত এভুমুকি
ড° প্ৰাণজিৎ বৰুৱা যোৱা শতিকাৰ পঞ্চম দশকৰ মাজভাগত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাৰ ৰং-ৰূপ-ৰস-গন্ধই আধুনিক অসমীয়া কবিতাক বিভিন্ন...
কবিৰ সামাজিক অৱস্থিতি আৰু নীলমণি ফুকন
ড° বিৰিঞ্চি কুমাৰ দাসবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য চিন্তনৰ ক্ষেত্ৰখনত নিজৰ সপ্ৰতিভ উপস্থিতি সাব্যস্ত কৰা ইউৰোপীয় আধুনিকতাবাদৰ...
কবিতা এপাহ সোণ-হালধীয়া ফুল- নীলমণি ফুকনৰ “সম্পূৰ্ণ কবিতা”
পৰী হিলৈদাৰী নীলমণি ফুকনৰ “বুৰঞ্জী” নামৰ বিখ্যাত কবিতাটোৰ এটা বিশেষ ব্যাখ্যাত সমালোচক ড০ হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে ইতিহাসৰ...
নীলমণি ফুকনৰ সিখন হাত...
ধ্ৰুৱজ্যোতি দাস কবিতা - কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা... এই কথাৰ লগত কবিতাৰ অপাৰ...
নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী : এটি সোঁৱৰণ
জয়ন্ত দেৱ শৰ্মা “এটা এটা মাত্ৰ শব্দ সেউজীয়া বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল শব্দটো” কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে...
চেঁচা জামুকীৰ জুই
প্ৰদীপ শইকীয়া যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী...
নীলমণি ফুকনৰ ‘এজন নিঃসংগ মানুহ’
লুইত কিৰণ দাস কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷...