নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি
অৰিন্দম বৰকটকী জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
অৰিন্দম বৰকটকী জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ...
ড০ দীপমণি দাস কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ...
জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ-দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷...
দেৱপ্ৰতীম হাজৰিকাযোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি...
ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ...
ড০ দীপশিখা ভাগৱতী ”অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো, আব় স্তব্ধতা দাও, ... ঋতু বিতানে থেমে যাক ...
(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত)এম. কামালুদ্দিন আহমেদনীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক...
ড০ অজিত ভৰালী অসমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন-মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ’ল –...
দেৱকৃষ্ণ বৰুৱা“Painting is a form of poetry made to be seen.” কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’...
কল্যাণী চক্ৰবৰ্ত্তী গগৈ জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি ফুকনৰ কবিতাত প্ৰতীkবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী...
ৰাজীৱ বৰা শিৰোনামটো দেখি ভাব হ’ব পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ, আয়াসসাধ্য আৰু সেন্দূৰীয়া...
(অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম...
চাবিনা বেগম অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন সেই কথা পুনৰাই নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা...
ড০ ৰত্নোত্তমা দাস বিক্ৰম সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হ’ব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ...
গীতিকা শইকীয়া কাব্য সংকলন : জাপানী কবিতা নীলমণি ফুকন প্ৰথম প্ৰকাশ : ১৯৭১ চন, দ্বিতীয় প্ৰকাশ : ১৯৯৩, তৃতীয় সংস্কৰণ : ২০০৫ এটা ভাষা কেৱল...
(১) কবিতাক কল্পতৰু কৰা তাপসজনকবি নীলমণি ফুকন ছাৰক লগ পোৱাৰ পাছত কবিতাৰ প্ৰতি মোৰ ধাৰণা সলনি হৈছিল। ছাৰে এটা ৰাস্তা দেখুৱাই দিছিল। সেই...
ড° নন্দ সিং বৰকলা নান্দনিকভাৱেই সৰল, দৃষ্টিনন্দন শব্দমূল্যৰ অৰ্থঘন চৰিত্ৰৰ শব্দ-বাক্যৰ বিৰল মনাকৰ্ষক গাঁথনি, য’ত ক্ৰমশঃ ভূচিত্ৰাৱলী...
নীলিমা ঠাকুৰীয়া হক ( আৰ্ট বস্তুটো চিৰদিনৰ ডিছছেইটিছফেকছন, অহেতুকী । কিবা এটা প্ৰপাগেট কৰা তাৰ কাম নহয়। ...
ড° চুলতান আলী আহমেদনীলমণি ফুকনৰ কবিতা আলোচনা কৰোঁতে স্বাভাৱিকভাৱে বিদেশী কবিতাৰ প্ৰসংগ আহি পৰে– যেনে, লৰকাৰ কথা আহিছে, ভাস্কো পপা...
বিপুল কুমাৰ দিহিঙীয়া গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’ মই কি নাম দিম... কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ। সৰ্পিল অৰণ্যৰ বাটেৰে...
গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা পানী কৰি অ’লহা নীলকণ্ঠ বীৰ যোদ্ধা অ’লহাৰ বাসন্তী বুকুত ফুলে মাতৃভূমিৰ স্বৰ্গাদপি...
বংশী বৰা এতিয়া সোণাৰুৰ গাভিনী চৰ্যা শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ হাজাৰ নাহৰৰ চাকিৰ শৰাই ৰঙা সাগৰ শিমলুৰ চেলেং বাট স্বৰ্ণ চম্পা...