৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৩৩ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
১৮ ছেপ্টেম্বৰ, ২০২২

সোণালী চৰাই

খনিন্দ্ৰ ভূষণ মহন্ত চেপা যন্ত্ৰণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি শিকলি পিন্ধি শুই আছে সোণালী চৰাই ধূমায়িত চহৰখন অস্থিৰ কৰি দেৱাল�...

খনিন্দ্ৰ ভূষণ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৮ ছেপ্টেম্বৰ, ২০২২

মূঢ়মতি

ধীমান বৰ্মন দুটা শাৰীৰ মাজৰ শূন্যতাক পঢ়িবলৈ নিশিকিলোঁ আমি মূঢ়মতি নাজানো ভকতি আমি কি মূঢ়মতি? সঁচাই নাজানো ভকতি? আমি পঢ়িলোঁ ক'লা আৰু...

ধীমান বৰ্মন পঢ়ক →
কবিতা আৰ্কাইভ
১৮ ছেপ্টেম্বৰ, ২০২২

চিত্ৰকৰ

কুশল দত্ত চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত চীন থাইলেণ্ড জাপান কোৰিআ নীলা ঘননীলা বেঙুনীয়া কমলা ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া ঘননীলা গেৰুৱা...

কুশল দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২২

মোৰ বেগ

উৰ্মি জুলী শ‍ইকীয়া মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক তুমি যে দেখিছা হাঁহিটো, ওহোঁ ! সেয়া মোৰ নহয় মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ...

উৰ্মি জুলী শ‍ইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ আগষ্ট, ২০২২

কথা-সমকাল

মদাৰজ্যোতিবতাহৰ পকনীয়াইকি কি উৰুৱাই নিলেতাকে চালোঁ চৌপাশেকোমল শয্যাৰ বাবেধূনি থোৱা তুলাবোৰপৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখিক'তো একো...

মদাৰজ্য‍োতি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ আগষ্ট, ২০২২

গোমা

দিগন্ত শইকীয়া চহৰৰ ওপৰেৰে ধুমুহা গছবোৰ! গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি ঢাপ চোতাল সৰাপাতৰ সাগৰ সকলো সৰাপাত পশুৱেও নাখায় অলক্ষিতে...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ আগষ্ট, ২০২২

উলাহেৰে উভতি চাওঁ : ২০

ড° পোনা মহন্তটিৰাপ সীমান্ত দেখিলোঁ মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয়...

ড° পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২২

এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ

ড° মৃদুল চন্দ্ৰ শৰ্মা অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্ৰ পৃথিৱীৰ ৰেচম মানচিত্ৰত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে। ব্যৱসায়িকৰূপ�...

ড° মৃদুল চন্দ্ৰ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ আগষ্ট, ২০২২

ক’ভিড-১৯ৰ বিষাণু বা ভাইৰাছৰ সংক্ৰমণ ক্ষমতা আৰু আপেক্ষিক আৰ্দ্ৰতা

ড° ভাৰত বৰুৱা আমাৰ শৰীৰৰ পৰা নিক্ষেপিত হোৱা বিষাণু বা ভাইৰাছক আমি আজিৰ যুগত “এৰ’ছ’লাইজড্ ভাইৰাছ” বুলি কওঁ। এই এৰ’ছ’লাইজড্ ভাইৰাছ মূলতে...

ড° ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২২ আগষ্ট, ২০২২

আৱাহন

অত্ৰেয়ী গোস্বামী বন্ধ হৈ গৈছে সৃষ্টিৰ সকলো কপাট কঁৰাল মৰা তেজ গোটা এটা হৈ নিজৰ ৰাজকীয়তা প্ৰদৰ্শনত ব্যস্ত শ্বেতকণা, অন্ধকাৰ গহ্বৰ ভেদি...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৯ আগষ্ট, ২০২২

লৱণ-কথা

দাদুল দেৱকৃষ্ণ বৰুৱা সাধুটো মনত আছেনে আপোনাৰ? ল’ৰালিতে শুনা সেই ৰজাজনৰ সাধুটো যে! তেওঁৰ যে চাৰিগৰাকী কন্যা আছিল। কোনগৰাকী কন্যাই ৰজাক...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২২

পৰ-কথা

বিভাৰাণী তালুকদাৰ ধপ্‌ধপ্‌ পাখিৰ মাত শুনা কিজানি ধূপৰ গোন্ধত বাৰে বাৰে দুগাল মচা গোন্ধাওঁ জানো ধূপৰ দৰে! ধোঁৱাই ঢকা চিমনিৰ তলত শিখা...

বিভাৰাণী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৭ আগষ্ট, ২০২২

হেমাংগ কুমাৰ দত্তৰ কবিতা : এক পৰ্যালোচনা

টুনুজ্যোতি গগৈ অসমীয়া সাহিত্য জগতত এগৰাকী মননশীল কবি আৰু প্ৰাবন্ধিক হিচাপে‍ এক স্বকীয় আৰু সবল পৰিচয় গঢ় দিবলৈ সক্ষম হোৱা হেমাংগ কুমাৰ...

টুনুজ্যোতি গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৭ আগষ্ট, ২০২২

আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

ড° পবন কুমাৰ চহৰীয়া আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত-মোচ খোৱা কাপোৰ-কানিৰে ভাবুক মুখৰ ছবি এখন আৰু...

ড° পবন কুমাৰ চহৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৫ আগষ্ট, ২০২২

আৱেগিক কৌষ্ঠকাঠিন্য

অৰ্চনা ঠাকুৰীয়া খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি ডিঙিত চৰ্চৰণি পিঠিত কাৰোবাৰ হাতৰ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৫ আগষ্ট, ২০২২

সপোনত লগ পোৱা পদাতিক এজন

পৰাগজ্যোতি মহন্ত এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ সন্ধিৰ সময়তে শেতেলিতে এটা সপোন দেখিলোঁ- সপোনতে লগ পালোঁ এজন পদাতিকক আশাৰ এটা পূৰ্ণ...

পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৪ আগষ্ট, ২০২২

অন্য এটা দিনৰ বাবে

অভিজিত গগৈ ছাঁত পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ’দাবলৈ আনিছে ৰছীৰ বান্ধ খুলি খৰিবোৰ এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে সদায় অহাৰ...

অভিজিত গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৪ আগষ্ট, ২০২২

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ

ধ্ৰুৱজ্যোতি দাস ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ বাবে জিদ ধৰিছে যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে আকাশ আৰু মাটিৰ আন্দোলনৰ শ্লোগানবোৰ...

ধ্ৰুৱজ্যোতি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২২

দেউতাৰ তেজ-ঘামৰ টোপালবোৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ কুৱঁলীবোৰৰ মাজৰ এটা গলিয়েদি চহৰখনে মোক বিচাৰি আহিছে - লাহে লাহে আন্ধাৰ হৈ পৰা বোকাময় পথাৰ এখনৰ মাজত হাতত কঠিয়া...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২২

“মুংখ”ৰ চিঞৰটোৱে

জোনমণি দাস “মুংখ”ৰ চিঞৰটোৱে মুখ মেলি খেদে-- ঘোলা কণীৰ চোকোৰা ভাঙি ওপজে মৃত্যু তিয়নি সলাই তৰাবোৰ নামে পানীত আখলৰ জুয়ে বেৰ বগাই আটাল...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২২

ভাবি চালোঁ

ভাস্কৰ জে নাথ ছালবোৰ নিমজ কৰিম বুলি আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২২

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি

(গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি) বৰ্ণালী বড়া ছিগি যোৱা চেতাৰৰ তাঁৰ বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা ৰেপি ৰেপি ৰাতিৰ...

বৰ্ণালী বড়া পঢ়ক →
কবিতা আৰ্কাইভ
২০ জুলাই, ২০২২

উঁইচিৰিঙাৰ মাত

দিলীপ ফুকন যোৱাটো শতিকাৰ এখন বিৱৰ্ণ কেলেণ্ডাৰৰ পাতৰ মাজৰ পৰা কোনোবাই মাত লগালেহি: ‘ভালে আছেনে? আমি সত্তৰৰ দশক৷’ সত্তৰৰ দশক? উঁইচিৰিঙাৰ...

দিলীপ ফুকন পঢ়ক →