৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৩০ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

এই যে বতৰ

বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ...

বিপুল কুমাৰ দিহিঙীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

গোলাপৰ দিনৰ দুটা কবিতা

ৰঙা গোলাপ ক’লা গোলাপহৰেকৃষ্ণ ডেকাৰঙা গোলাপ“Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton.যেন হাবিত অনাই-বনাই...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

আঙঠি

কিশোৰ বড়ো খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি...

কিশোৰ বড়ো পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

নিঃসংগতাত

ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ মাখি হয়তো এজনী মেকুৰী......

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

ঘুণ

ৰিপুঞ্জয় বৰুৱা ঋমনতেওঁ কয় 'আপুনি বহুত ভাল মানুহ' মানে মই বহুত ভাল মানুহ, এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা।মনত গোপনে গঢ়ি...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

প্ৰেম

ময়ূৰী কাকতি প্ৰেম সৰলমাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰেনিষ্পাপ কেচুৱাটিৰ দৰে যি স্পৰ্শৰ উত্তাপত ঠন ধৰে,কলকলাই ওমলেআৰু মৰমৰ প্ৰতিদান...

ময়ূৰী কাকতি পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৩

বদনামী কবি

নৃপেন গোস্বামীকবিতাৰ মানুহবোৰ বৰ বদনামীলিখে কবিতাসাঁচে সপোনপূৰঠ নোহোৱা সপোন দেখি দেখিবদনামী কবিতাৰ মানুহবোৰইয়াত কবিতাৰ মানুহবোৰকবি...

নৃপেন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৪ ফেব্ৰুৱাৰী, ২০২৩

ধেই

ধন দাসকবিতা এটা লিখাৰ অন্তত্মই ভীষণ অসুখী লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটিকাৰণ বিচাৰি ফুৰোঁ ।হস্তমৈথুনৰ পাছত বিজলুৱা অলপ যেনেকৈ...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
১৪ ফেব্ৰুৱাৰী, ২০২৩

শূন্য-শিলা

বিকিয়ান বাইলুং ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ পিছত দৌৰিছাল ছিগা আঁঠুত নাৰ্জিপাতঔ বাটে গোবাট, গেলা বাঁহনিৰ তল পৰুৱাই পোৱা জীওটোত ভয়...

বিকিয়ান বাইলুং পঢ়ক →
কবিতা আৰ্কাইভ
১৪ ফেব্ৰুৱাৰী, ২০২৩

থাল

গজেন মিলিচিকুনকৈ চিকুনাই থʼব লাগে থালখনযʼত ভৰষা ৰাখিযাপন কৰোঁ ভোকআনৰ ভৰষাত তেওঁনিচুকায় ভাল পায় আনকদিনে দিনে ঠগে নিজকেবান্দৰৰ...

গজেন মিলি পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৩

কবিলৈ কবিৰ চিঠি

প্ৰয়াগ শইকীয়া উৰণীয়া মনে দিলে এটা পাখি ক’লে কলম কৰি কিবা এটা লিখিবা সখী পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল আৰু অনুভৱ দিলে মই যে ভূমি...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৩

বহু কথা নাজানো

দ্বিজেন কুমাৰ দাস বহু কথা নাজানো নজনাবোৰ ভয় বহু প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই পকি সেন্দুৰীয়া হোৱা পথটোৰে গৈ থাকিও থমকো বহু কথা অৱগুণ্ঠণ...

দ্বিজেন কুমাৰ দাস পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৩

জোনৰ হাঁহি

হেমচন্দ্ৰ কছাৰী কালি সন্ধিয়া মোৰ ক্লান্ত দুচকুলৈ চাই জোনে বৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে হাঁহি নহয় যেন এপাট শেলহে আজি-কালি জোনক...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৩

উৰুকাৰ দিনা

হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৩

অন্যকথা

দিগন্ত শইকীয়া বেলেগ কিছুমান কথা বেলেগ কিছুমান চিন্তা চোপ লৈ আছে বেলেগ কিছুমান বুৰঞ্জী বেলেগ কিছুমান বেলাড বেলেগ কিছুনমান বিলাপ বেলেগ...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২৩

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয়...

দীপজ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২৩

অন্য সৰিয়হডৰা

এম. কামালুদ্দিন আহমেদ চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে কেতিয়াবা বোকা আৰু...

এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২৩

পিঞ্জৰা

দাদুল ভূঞাবাঘৰ গোজৰণিত পাৰ হৈ যোৱাকোলাহল ৰাতিটোৰ পeছতপিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমিক'লা গাড়ীত চাইৰেন বজাইসেয়া বাঘ আৰু...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৩

যি আমাৰ ইচ্ছা

গজেন মিলিঘড়ীৰ আঙুলিৰ আমি দাসটোপনি ভগাৰ পৰা টোপনি আহালৈআমাক নচুৱায়আমি নাচি থাকোঁবেলিয়ে উঠা বহা কৰে পুৱা-গধূলিনৈ বয় নিৰৱধিঘড়ীয়ে...

গজেন মিলি পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৩

সৰাপাতক সোধোঁ যদি

অনুভৱ তুলসীসৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা –কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোনআপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথাপাতক পা�...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২২ জানুৱাৰী, ২০২৩

সাগৰলৈ বহু দূৰ

ছালমা জামান মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁথৈ গলোঁ মোকসমস্ত ক্লান্তি নামি গলসাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁএডভেন্চেৰাচ...

ছালমা জামান পঢ়ক →
কবিতা আৰ্কাইভ
১৮ জানুৱাৰী, ২০২৩

ভোগালী

জিতেন পায়েং লেচেৰি বুটলা দিনৰ ইতি পেলাই নৈপৰীয়া বগৰী পকিছে গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি হাফ পেণ্টৰ দাম বাঢ়িছে খেতিয়কৰ ধান...

জিতেন পায়েং পঢ়ক →
কবিতা আৰ্কাইভ
২ জানুৱাৰী, ২০২৩

ড্ৰামা

অলকেশ কলিতাবৰ বেছি এটা বিশ্বাস নকৰিবা, এই যে সৰাপাতক লৈ কিবা এটা ভবা হয়, অথবা এই কুঁহিক লৈ।আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশাআৰু হাঁহি...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছিল৷ পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি...

অত্ৰেয়ী গোস্বামী পঢ়ক →