৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৩১ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

কথা দি কথা ৰখা

পংকজ গোবিন্দ মেধি এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি...

পংকজ গোবিন্দ মেধি পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

ছায়াখেল

মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

কজলা শৈশৱ

জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ...

জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

ক’লা পতাকা

দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

শেষ বিশ্বযুদ্ধৰ অশনি সংকেত বতাহত

ৰুদ্ৰ সিংহ মটক শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও অথচ এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২২

আত্মপক্ষ

মৃদুল শৰ্মাআকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰসেউজীয়াৰ ভৱিষ্যতমই দেশৰ পতাকাখন ৰখি আছোঁপৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছেমাটি-মানুহৰ চিতা...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২২

জী আছোঁ

ৰানু বৰুৱা গগৈএজাক শীতল বতাহৰবাবেই জী আছোঁপ্ৰতিনিয়ত পুৱাৰ তপত ঢৌ খেলা ৰ'দআৰু মাটিৰ মৰমত জী আছোঁইয়াত অস্থাৱৰ সকলোদেহমনআৰু সমস্ত চৰাচৰজী...

ৰানু বৰুৱা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২২

চেঁকুৰি আহে ঘোঁৰাপুৱা

নীলিমা ঠাকুৰীয়া হক চেঁকুৰি আহে ঘোঁৰাপুৱা স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ চেঁকুৰি আহে ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য অৰণ্যৰ লেকাম নাই...

নীলিমা ঠাকুৰীয়া হক পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২২

শিপাৰ খোজ

জোনমণি দাসএটা এটাকৈ তৰাবোৰে তোমাকএৰি থৈ যায়,শিলাখণ্ডত তেজ বঁতিয়ায় যেতিয়াঘুমটি যায় ৰাতি-আনকি তেতিয়াও মইচকুৰ এন্ধাৰখিনিত চলন্ত সময়েবৰণ...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২২

সৃষ্টিৰ আৰ্ট

প্ৰয়াগ শইকীয়া হাৰ্টপ্ৰেমৰ পৃথিৱীতসৃষ্টিৰ সৰ্বোত্তম আৰ্টসকলোৱে কয়হেড অভাৰ হাৰ্টইজিপ্টীয় মামীতসম্পূৰ্ণ ওলোটা সংলাপমামীৰ দেহতহেড...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২২

বুট-জোতা

দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই... পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
১৩ ডিচেম্বৰ, ২০২২

দৃশ্যকাব্য- ১

নীলাভ সৌৰভএদিন এটা ঘটনা ঘটিছিল—গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰেঅথচ এৰি থৈ চাকৰিলৈ যায়ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে অথচ বিদায়...

নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
৬ ডিচেম্বৰ, ২০২২

মৰদ কো দৰদ নেহি হ'তা হ্যেঁ

ধন দাস পুৰুষৰ বাবেই নগৰৰ দেৱালবোৰত লিখা হয় 'ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে' বিশেষ কথাটো হ'ল সেইখিনিতেই সিবিধ লাগে ছেঃ আজিও নাকটো জেপতে আছে...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

হে’ প্ৰেম মোক স্পৰ্শ কৰাঁ

উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনি‍পুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

পৰুৱাশিক্ষা

ভাস্কৰ জে নাথ চাৰিবেৰ খহিলেইঘৰ হৈ নাথাকেই কি নতুন কথা! নতুন কথা ক’ব নোৱৰা শোক এটাসদায় লাগি থাকে ৰাতি ৰাতি চকুৰ পতাতক’ৰ জানো সোঁৱৰণিৰ...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

ইম’শ্যনেল ভেম্পায়াৰ

জ্যোতিনীলিমা গগৈ ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰগছপাতবোৰে লুকুৱাইছিলতেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনতঅ’ত-ত’ত লাইট...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

ছায়াকল্প (৫)

আকাশ দীপ্ত ঠাকুৰ (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২২

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব) দাদুল ভূঞাযুদ্ধত উঁৱলি যোৱা চহৰখনলৈযেতিয়া শৰণাৰ্থীসকল উভতি আহিছিলতেওঁলোকে নিজকে চিনি পোৱা...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

মলেঁয়া

(যোৱা সংখ্যাৰ পাছৰপৰা)দাদুল দেৱকৃষ্ণ বৰুৱা(২) অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা

ৰিপুঞ্জয় বৰুৱা ঋমন কাৰণ এটা থাকে কাৰণ নহ’লে নঘটে একোকে কাৰণৰো থাকে একো একোটা আকৃতি যেনে: তেল কয়লা মাটি জাতি-জনজাতি কাৰণ যিয়েই নহওক...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

এমিলি ডিকিনচনৰ কবিতা

এমিলি ডিকিনচনৰ (Emily Dickinson) কবিতাঅনুবাদ : জ্যোতিশিখা দত্তEmily Dickinson(আমেৰিকান সাহিত্যৰ বিখ্যাত কবি এমিলি ডিকিনচনৰ জন্ম হৈছিল...

অনুবাদ:জ্যোতিশিখা দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

কবিতা ফুকন মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰো�...

কবিতা ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২২

বাৰটা পংক্তি

নৃপেন গোস্বামীজানুৱাৰিন বেলিৰ আকাশসন্মুখত বৰ্ষৰ খতিয়ানচাকনৈয়াত বছৰৰ প্ৰতিটো দিনাংক।ফ্ৰেব্ৰুৱাৰিসৰুঙাৰে সৰকা কথাটিশেহৰ পলতহে...

নৃপেন গোস্বামী পঢ়ক →