কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
বিষাদৰ ছাঁ
উত্তম লইং শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক, বৰষুণ মোৰো প্ৰিয় অথচ মই আজি কাৰো প্ৰমিক নহওঁ প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন...
অজগৰ নদীখন
চন্দ্ৰ শইকীয়া নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে ককাৰ ধোঁৱা বৰণীয়া চকুত কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশেৰাতিয়ে দিনে পাৰঘাটৰ...
কোনেনো বুজায় ৰংমিলিক
অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁচা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁজাত নাই আঁকৰী, দুমুঠন বুকু�...
ডি বল ষ্ট’ৰী
অংকুৰিতা ফুকন The epistemology of loss, how to stand up Knowing what every man must one day know... ...
আহিব লগা প্ৰতিটো ফাগুনে ক’ব
দেৱাশিস বুঢ়াগোহাঁই কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ মনৰ ভিতৰত trending-�...
কালি ৰাতি ১ বাজি ৩২ মিনিটত
ৰিপুঞ্জয় বৰুৱা ঋমন এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিবযিহেতু মানুহ...
সকলো একেই আছে...
ডাঃ অগস্ত্য বৰুৱাবাটবোৰ বাটেই হৈ থাকেদুবৰিখিনিহে সলনি হয়সলনি হয় আহ-যাহ কৰা মনবোৰএকেই থাকে বাটৰ তলৰ মাটিচহৰখন সলনি হয়সলনি নহয় তাৰ...
হাতচাপৰিৰ কবিতা
দাদুল ভূঞাসময়ৰ আস্তিন কোঁচাইমেলি দিছোঁ তৰাং পথাৰকম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীতহাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰসকলোৰে ভাল হ’ব, কুশল...
ছ’চিয়েল দিছটেঞ্চ্ !
ফাৰহান জাৱেদঅনেক ভিডিঅ’ ভাইৰেল হৈছেইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছেনিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছেগুণা-গঁথা কৰা মানুহ নাইদেশৰ...
নিত্যানন্দ মৰিছে
নীলাভ সৌৰভ নিত্যানন্দই তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ নগৰৰ হস্পিটেললৈ গৈছিল অঞ্চলটোত চাঞ্চল্যৰ বতাহ প্ৰতিদিনে ঘৰলৈ অহা-যোৱা কৰিবলৈ...
শূন্যগৰ্ভ কলহৰ কাব্য
জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ...
মই নাথাকিলোঁ
ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি মাটি�...
পুতলা পুৰাণ
উজ্জ্বল স্মৰণ দত্ত বত্ৰিছ পুতলাৰ সিংহাসনত পুতলা ৰজা বহিছে পুতলাৰ দেশৰ পুতলাবোৰ পুতলা হৈ আছে দেখা নাই বেয়া কোৱা নাই বেয়া শুনা নাই বেয়া...
সাগৰৰ গোলাপ
কবি- জোৱান ৰেমন জিমিনেজঅনুবাদ- ড° ৰঞ্জিত দত্ত(গীতিধৰ্মী কবিতাৰ কাৰণে ১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেইনৰ কবি Juan Ramon Jimenez...
বসন্তৰ কল্লোলত তোমাৰ আগমন
বিজয় শঙ্কৰ শৰ্মা দলংখন সদায় পাৰ হওঁ মই অকোৱা-পকোৱা এটি দীঘল বাটআৰু চুটি পদূলি তুমি কাষত থাকাঁপ্ৰতিটো পলতেই বাজি থাকেমাথো জীৱনৰ গান...
কুঁহিয়াৰ কথা
স্বপ্নালী কলিতা কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ...
সপোনৰ সোণালী বাহ
ড০ ৰমেশ চন্দ্ৰ গোস্বামী হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয় সপোনটোৱে৷ ময়ূৰপংখীৰ টিঙত বহি নৈৰ বুকুৰে উজাই কেনি উটি যায় (লংকাৰ বণিজ বিচাৰি!)...