খিৰিকিৰ বদনাম
অৰ্চনা পূজাৰীবতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেকখঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে----ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
অৰ্চনা পূজাৰীবতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেকখঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে----ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন...
মৃদুল হালৈ এক ৰোৱণ উঠাৰ পাছত দেশ ভ্ৰমণলৈ ওলাল আমাৰ হালৰ গৰুহাল মই বোলো দৌতাহঁত ঔ, ওলাইছহঁক হয় পিছে জান জানো বাহিৰত কেনে চলিছে দিনকাল...
কিশোৰ বড়ো ইকুল-সিকুল ৰঙ্গমঞ্চত ব্যাকুল ইখন নাৱত এখন আৰু সিখন নাৱত আনখন ভৰি মনৰ মাজত বুদ্ধ থাকিলেও যুদ্ধ এখন চলি থাকে সেইকথা নাৱে...
দীপালি দেৱী চৌধুৰী প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ...
অলকেশ কলিতা মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ। ময়ো যত্ন কৰিছোঁ...
জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ...
মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ...
জোনমণি দাস সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ...
প্ৰাঞ্জল হাজৰিকাবৰষুণ মানুহছবিয়ে আপোনাক বিমোৰত পেলাব পাৰেসঁচা-মিছাৰ মাজতবলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ আকাশত ওপঙি আছেখিৰিকী...
জীশোৰ মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে ওলমা তাঁৰ বুলি তাত পাৰ...
মিণ্টু বুঢ়াগোহাঁই পুৰণি হ’ল কথাবোৰ জেওৰা এখনে কিমান দিন বেঢ়ি ৰাখিব মৰিশালী এখন ঘৰৰ বুৰঞ্জী মেলি সৰকি আহে ভৱিষ্যত৷ ককাদেউতা মৰিশালিৰ...
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই...
অনুবাদ : ড° প্ৰাণ্জিৎ বৰা (১) কিমান কঠিন কিমান কঠিন মোৰ দৰে এনেকৈ তোমাক ভালপোৱাটো তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে, মোৰ এই হৃদয়...
মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷ ৰাতিয়ে...