৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ২৪ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৩

কবিতা

ধ্ৰুৱাৰ্ক চৌধুৰী(উৎসৰ্গা : ডঃ হীৰেন গোঁহাই )প্ৰেম মানেই টেকেলি ভঙা খেল প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম মই তোমাৰ নে তুমি মোৰ...

ধ্ৰুৱাৰ্ক চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৩

কৃত্ৰিমৰ নতুন পৰ্ব

চন্দন গোস্বামী বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ...

চন্দন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৩

মোৰ জন্মৰ পাছৰখিনি

ৰেমী শৰ্মা পুৱাইগাড়ীয়ে খুন্দিওৱা কুকুৰটোৰ ওপৰেদি দিনটোৰ গাড়ীবোৰ চলি থাকিলমৰিল জী উঠিল আকৌ মৰিল । তাৰ পাছত চকাৰ তলত মৰিল হাজাৰ বাৰৰাতি...

ৰেমী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৩

অন্তেষপুৰৰ মানুহজন

মিণ্টুল হাজৰিকা( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত ) লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁযাক মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ডিচেম্বৰ, ২০২৩

ভালপোৱা

বিকিয়ান বাইলুংউঁইৰ বাটটোৰ দৰেকেতিয়ানো তোমাৰ প্ৰেমৰ হাফলুত সোমালোওলাই ‌অহাৰ বাট কোনোদিনে বিচৰা নাই,কেঁচুৰ দৰে মাটি খাইমাটিৰ প্ৰতিমা...

বিকিয়ান বাইলুং পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ডিচেম্বৰ, ২০২৩

কবি হোৱাৰে পৰা

ধন দাস সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল আৰু আজি মই কছৰৎ কৰি আছোঁ লাহ দিয়া বেলিটোক লৈকোনখিনিত গুজিম গোন্ধ এটা হ'বলৈ...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

বাটৰ মালিতা

উদয় কুমাৰ বৰুৱা বাটটো মসৃণ নহয় তথাপি যাবই লাগিব মোৰ আগতেও গৈছে বহুজন পাছতো যাব কতজন বিকল্প যেতিয়া নেথাকে ৰ’দ-বৰষুণ ধুমুহায়ো ৰখাব পাৰে...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

সাময়িক

দিগন্ত শইকীয়া লালকাল এখন চহৰ চেতনাত ইথাৰ টোপনিৰ টোপনিতো পতাকা উৰে ভিতৰে বাহিৰে। বাহিৰে মদাৰ । নৰ্দমাত সৰে। সৰি হেৰুৱায়। সপোন আৰু...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

মাটি-দেহ

ঋতুবাস্তৱ হাজৰিকা চগাৰ জীৱন জীছোঁ উৰাৰ কৌশল শিকোঁতেই সৰি পৰিছে পাখি এন্ধাৰত যেতিয়াই চাওঁ নিজক চকুৰ বিৱৰ্ণ আইনাত পৰি থাকে অলৰ নিথৰ...

ঋতুবাস্তৱ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

খবৰ

উজ্জ্বল স্মৰণ দত্ত চিলনীয়ে থপিওৱাদিখবৰদাতাক খবৰে টানে ।খবৰৰ বাবেই খবৰ বাঢ়েখবৰবোৰ খবৰ থকালৈহে খবৰ ৷চানাচুৰ খবৰতবেমাৰ বাঢ়ে পুৰণি চহৰখনৰ...

উজ্জ্বল স্মৰণ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

কাহিনী

বন্দনা কৌশিক বৰদলৈ আমি কথাবোৰ দেখি থাকোঁ সিহঁতক সজাওঁ আৰু নাম দিওঁ কাহিনী এক কাহিনী দুই একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ কাহিনীৰ...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

নাকফুলি

কেশৱ চাউ এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা গ’লা যে গ’লা - এবাৰ হ’লেও উভতি নাচালা! মই ৰৈ আছিলোঁ কেনেবাকৈ ঘূৰি...

কেশৱ চাউ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

পাৰাস্তম্ভ ১০°

ৰিপুঞ্জয় বৰুৱা ঋমন পাৰাস্তম্ভ ১০০ বিষে কোঙা বাওঁ খোপনি কুট্কুটনি কামোৰণি ঠাণ্ডাত বেছি আমনি । জীৱ যাবলৈ ধৰা বেচেৰা কোষবোৰে ছটফটাইছে...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

কেঁকুৰি

অৰ্চনা ঠাকুৰীয়া মানুহৰ তেজৰ ৰং কেনে ? বিহুৱানখনৰ ফুলৰ ৰং যেনে হাঁহিয়ে পোহৰাই নে চাকিয়ে পোহৰাই আমাৰ সময়? উত্তৰটো মোক এতিয়াই লাগে মই...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৩

সেই কথা ভাবি কি লাভ

সাগৰ সৌৰভ ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতেউত্তেজিত জনতাই মানুহজনক কোবাই কোবাই মাৰি পেলালে৷ সেই...

সাগৰ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৩

গান গোৱা মাছ

প্ৰাঞ্জল হাজৰিকা যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল সিহঁত পুনৰ উভতি আহিছে কিছুমান মাছ ক’লা কিছুমান নীলা কিছুমান দ্বিমাত্ৰিক...

প্ৰাঞ্জল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৩

বেথা

লুইত কিৰণ দাস লেচেৰী ধান ফুটিছে কঁঠালপতীয়া চকৰিত যেন ব্ৰহ্মাণ্ড ঘূৰিছে মাঘৰ মেজিত যিদিনা আমি জহিছিলোঁ মাছ পোৰা গোন্ধাইছিল চুবুৰী...

লুইত কিৰণ দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৩

অনুবাদ কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্তমই নাজানো কিয়মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ডচকু দুটা মেলি আকাশৰ বিপৰীত দিশে চালোঁউচুপি আছে ডাৱৰবোৰে সেয়েহে ময়ো...

মূল : মৰিছ্ ৰজেনফিল্ড,ইউজেনিও মণ্টেল পঢ়ক →
কবিতা আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২৩

চিঞৰ

ৰৌচন আলিচিঞৰবোৰ গুচি যায়উভতি নাহেবিচাৰি ফুৰোঁকালি মৰা চিঞৰটোআদবাটত আজি আয়ে তাহানিতে 'পোনাকণ' বুলিমৰা চিঞৰটো বিচাৰিয়েই নৈৰ ঘাট...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৩

আবেলি

যশোৱন্ত নিপুণ এৰি অহা ঠাইবোৰ আকৌ বিচাৰি ছাঁবোৰো দীঘল হৈ গুচি গৈছে । ইমান খালি হৈ যাম বুলি জনাহ'লে বজাৰলৈ হয়তো কেতিয়াও নগ'লোহেঁতেন...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২১ নৱেম্বৰ, ২০২৩

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী ১) জনম জনম সাধুৰ সংসৰ্গ সেই সাধুবোৰৰে ঠেং দীঘল পেটত অদ্ভুত কথাৰ মেৰপেচ ২) ৰজাৰ চুলি দীঘল হৈ গৈ আছে নাপিতে কাটে কিদৰে...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২০ নৱেম্বৰ, ২০২৩

যুদ্ধত ঈশ্বৰ নিহত...

ধ্ৰুৱজ্যোতি দাসখবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেইকথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে...

ধ্ৰুৱজ্যোতি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৩

একাত্ম

হিল্লোলজ্যোতি সিংহ নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৩

অনুবাদ কবিতা

মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া) থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা কবিতা এযুৰি কান্দি থকা চকু হালি...

মূল: নিকিতা স্তানেস্কু (ৰোমানিয়া) পঢ়ক →