বহাগৰ কবিতা এফাকি
শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰ�...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰ�...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমিৰ কে জিৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা...
নিৰু দত্তদুগালত সানি চন্দনৰ গুড়ি ঘৰচিৰিকা ওলাল বাজবাহত থাকিল পোৱালি দুটা চিৰিক চিৰিক মাত ।আইদেউৰ চোতালত মৰণা মাৰিছে দুহালকৈ বলধ...
গীত বৈভৱী ১ নিশাৰ এই গহনত বৰ্ষাঘন আকাশ এখন কিদৰে ফাটি পৰিল মোৰ তন্দ্ৰাত মই বুজিব নাই চেতনাৰ চোতাল জুৰি বাদল আৰু বিজুলীৰ উন্মাদ নৃত্য...
হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you...
ৰণ্জিত গগৈ কোনোটোৱে ক’তো একেদৰে একে হৈ থকা নাই খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ ধূলি...
অনুভৱ তুলসী১.শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব। কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ।এটা ধানপাতৰ...
প্ৰাণজিৎ বৰুৱাবিয়েৰৰ গোন্ধ আৰু চুৰটৰ ধোঁৱাত আৱদ্ধবন্ধ কুঠৰীৰ বদনামী বতাহপালেঙত সোতমোচ অন্তৰ্বাসৰ হিচহিচনিফ্ৰেমত বন্দী খাজুৰাহোৰ যুগল...
দিগন্ত নিবিড়যিবোৰ হৈ গ'লসৰি পঁচি মাটি হ'লমৰা জোন এটাৰ স্মৃতি পৰিকল্পনাযিবোৰ হৈ গ'লজ্বলি পুৰি ছাই হ'লবিভ্ৰান্ত আকাশৰ স্বপ্ন...
ধ্ৰুৱজ্যোতি দাসবৰ লাজ লাগিব জানা,যুদ্ধৰ বিষেৰে জন্ম পোৱা অপুৰঠ শিশুহঁতে এদিন যেতিয়া তোমাৰ কথা পঢ়িবসিহঁতৰ পাঠ্যপুথিতলিখিব স্কুলৰ...
মনমী ভট্টাচাৰ্য আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা...
ৰুদ্ৰ সিংহ মটক"Genuine poetry can communicate before it is understood." (T.S.Eliot) মাজৰাতি কোনে কাক চিঞৰে ?(ক'ৰবাত জুই একুৰা জ্বলে...
দুটা বাংলা কবিতাঅনুবাদ : মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ(১) ওপজা দিনমূল (বাংলা) : শঙ্খ ঘোষতোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা...
গীতাঞ্জলি বৰকটকীকেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতিদুচকুত দোৰোণফুলীয়া হাঁহিপঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতিকঠিন অংকত উজুটি খাই পৰে...
পাৰ্থ প্ৰতিম ৰাজকোঁৱৰ Ah women, i do not know how you could contain me in the earth of your soul, in the cross of your arms &nb...