কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
নৱবৰ্ষৰ শুভেচ্ছা
পংকজ গোবিন্দ মেধি নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছাক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছাকেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষ মানে...
এটা মেটাফৰিক কবিতা
শিখা গোস্বামী মহন্ত“O My Love’s Like A Red, Red Rose”Robert Burnsকবিতা এটা লিখিবলৈ নিৰাই লওঁচক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতালভেঁকুৰি...
অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমীৰ কে.জি.-ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি...
ভোগবাদী পৃথিৱীত খেয়ালী কবি
প্ৰাঞ্জল কুমাৰ লাহনএই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কামকবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনেকবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ...
টুনী চৰাই অ’ টুনী চৰাই
ধ্ৰুৱজ্যোতি দাসটুনীঅ’ টুনী চৰাই,তোৰ ঠোঁটত কি গুটি আনিছআনিছ কি গছৰ গুটি?পানীৰ পকনীয়াইথানবান কৰিলে গেঁৰধৰা পথাৰ;নৈয়ে অনা বালিৰ তলত পো�...
টেমিচুৰুণী
প্ৰদীপ শইকীয়াঅকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিলদেখাত একোৱেই নাছিলনতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছেভাঙিব নোৱৰা তলাটো এটা অংকঘৰ...
এই চহৰ— এটি প্ৰৱণতা
উদয় কুমাৰ বৰুৱাশীতৰ কুহেলিকা পাৰ হৈক্ৰমাৎ সুৰভিত হয় নষ্ট সময়মৰা শামুকৰ খোলাত মাৰ যায়অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহআৰু মই স্বপ্নমাতাল হৈ খোজ...
অমৰত্বৰ ফুচফুচনি (Whispers of Immortality) by T S Eliot
মূল : টি. এছ. এলিয়টঅনুবাদ : এম. কামালুদ্দিন আহমেদবাৰুকৈয়ে ৱে'বষ্টাৰ মৃত্যুৰে আছিল আচ্ছন্নআৰু দেখিছিল লাওখোলা ছালৰ তলৰ; আৰু মাটিৰ তল�...
এদিনৰ বাবে তোমাৰ ওঁঠযুৰি
দিগন্ত নিবিড়এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল'লোঁআৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক'লোঁপৃথিৱীৰ সকলো দুখকে ভাল পাই...
প্ৰয়াগ শইকীয়াৰ কবিতা
ঊষৰ ভূমি(টি এছ এলিয়টৰ 'ৱেষ্টলেণ্ড'ৰ অনুবাদেৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা কবি অজিৎ বৰুৱাৰ পূত স্মৃতিত)ঊষৰ ভূমি ক'ত আছে ঊষৰ ভূমিব্যক্তিগ�...
চৰাইবোৰৰ কথা
h1.post-title{text-align:left; padding-left:10px;} স্বপ্নালী কলিতা আবেলি নীহাৰে বাৰাণ্ডাত বহি ককাকক মাতিলে আহাঁচোন বুলি। হয়নে অ’ ককা!...
পানীৰ তলৰ কাৰেং
h1.post-title{text-align:left; padding-left:10px;} অত্ৰেয়ী গোস্বামী লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে...