আমাৰ চহৰত বাপু
নীলিমা ঠাকুৰীয়া হক কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে...
অন্যযুগ সূচী
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
নীলিমা ঠাকুৰীয়া হক কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে...
ধীমান বৰ্মন পাৰি গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ পাৰি ছবিৰ জখলাও...
মূল : বুদ্ধদেব দাশগুপ্তঅনুবাদ : প্ৰশান্ত মিশ্ৰ “I want to develop ideas today. If I see that millions are catered for by the cinema, I...
পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ (১) নিজানৰ নৈ; বালিচন্দা সাবটি ৰৈ আছে নিয়ৰ উৰালৈ৷ (২) এবাৰো নাচালা শেৱালিজোপাত ওৰেনিশা তিতি থাকিল হেমন্তৰ বিষাদ৷...
ঋতুবাস্তৱ হাজৰিকাতোমালোকৰ হাতবোৰে কাৰ পৰা শিকিছে নকঁপাৰ মন্ত্ৰশিলৰ দৰে কঠিনকৈ কিহেৰে গঢ়িছা হাতবোৰক’ৰ পৰা আমদানি কৰিছা ৰূঢ়তাদেখিলেই...
প্ৰাঞ্জল হাজৰিকা এলাগী হোৱা টেবুলখনত আজিকালি জেঠি বগায়, মকৰাই ঘৰ সাজে । কাঠেৰে সজোৱা দুটা দ্ৰয়াৰ আৰু মুখবোৰ দেখাপোৱাকৈ আইনা এখনৰ সৈতে...
স্বপ্নালী কলিতা ভোলাই কিনিলে নতুন চোলাটো ৰংটো হেনো ৰঙা , ভায়েকে বোলে, পেণ্ট এটা নল’লি হৈয়ে আছ তই বেঙা! পূজা বুলি আমি যোৱা দুবছৰে একোকে...
পম্পি বৰা বৈশ্য “আঘোণৰ পথাৰৰ গোন্ধ, কেনেবাকৈ নাকত আহি লাগিলেই, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ...
কৰৱী বৰ্মন কলিতা স্বাধীন ভাৰতৰ সকলো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ বাবে গঢ়ি তোলা পৰিকল্পিত সমাজ ব্যৱস্থাটোকেই ‘সৰ্বোদয়’ বোলা হৈছিল...
ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা-পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি...
গায়ত্ৰী দেৱী বৰঠাকুৰশ মানে শৰতশ মানে শৰালিশুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষশ মানে শতৰূপা আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা প...
সংকল্পজিৎ শইকীয়া .pod{ width:100%; max-width:300px; margin-left: auto; margin-right: auto; } .td-left{ text-align:left } .td-right{...
অনুবাদ কবিতা : The Second Coming – W.B. Yeats অনুবাদ: ড০ পোনা মহন্ত (প্ৰখ্যাত আইৰিশ্ব্ কবি ৱিলিয়াম বাট্লাৰ য়েট্ছৰ (William Butler...