কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
এণ্টি কবিতা
কোকিল শইকীয়া পৰুৱা এটাৰ লগত কচুৱনি-কাষৰ দেৱাল এখনত ময়ো বগাই বগাই গৈ আছিলোঁ কোনোবাই গাখীৰ খোৱা কেঁচুৱা এটাৰ নেপকিন এখন দেৱাললৈ দলিয়াই...
চক্ৰশিলা ১
পংকজ গোবিন্দ মেধি ভুকি থকা কুকুৰবোৰ নিমাত হৈছিল মানে খাদ্যৰ সন্ধানত চিকাৰী শ্বাপদবোৰে গাঁৱৰ ঠেক অঁকোৱা-পকোৱা নিমাখিত ৰাস্তাবোৰত তহল...
নুবুজা কথাবোৰ…
ডেইজী অনুৰঞ্জনা . যিবোৰ কথা বুজিব পৰা নাছিলোঁ সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ . নুবুজা কথাবোৰৰ বাবেই আমি এৰি আহোঁ আত্মীয়তা, এৰি...
ৰামানুজনৰ ক’লা ছাতিটো হেৰাল
নিবিড় অনুৰাগ মানস পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰাৰামানুজনে মনত পেলাব পৰা নাইতেওঁ পাহৰিছে কি? গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা...
বিষয় : বুদ্ধ
মিণ্টুল হাজৰিকা ৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁবুদ্ধ শ্ৰমিক হোৱা কথাবুদ্ধই কাৰখানা গঢ়াৰ কথা গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই...
জিন্-জিননিৰ পদ্য
চন্দন গোস্বামী চিনে নেমোৰ শৰীৰটোৱেমোক ফুচকাৰ টেঙাপানীত ওপঙেঅকণ আকাশউহোৱা আলুপ্ৰাচীন সাঁথৰৰ মই বুলি কৈমোৰ বুলি কৈদেহটোবণিকৰমই মোৰ...
পুষ্পক ৰথৰ দৰে
হেমচন্দ্ৰ কছাৰী কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে...
হাতী বনাম পৰুৱা
ঋষভ নাথ তুলাচনীৰ এফালে এটা হাতী আনফালে এটা পৰুৱা তুলি দি উকীলে ক’লে - চাওক এতিয়া মহাশয় হাতী মাৰিলে যিমান ডাঙৰ অপৰাধ হয় পৰুৱা মাৰিলে...
ডাফ’ডিলবোৰ
মূল: Daffodils (William Wordsworth) ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি সুউচ্চ পাহাৰ আৰু উপত্যকাৰ...
সৌৰভ কুমাৰ চলিহা
প্ৰশান্ত মিশ্ৰ"সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে অৱান্তৰ"- সৌৰভ কুমাৰ চলিহা।তুমি কেতিয়াও ভবা নাছিলা যে এদিন তেওঁ...
নিৰৱচ্ছিন্নতা
.post-title{ text-align:left!important; padding-left:10px;} (মূল: Continuities, ৱাল্ট হুইটমেন)অনুবাদ: উচ্চজিৎ দশগিৰি কোনো বাস্তৱ...
জীৱন, বাঘচোৰ ইত্যাদি
.post-title{ text-align:left!important; padding-left:10px;} লুইত কিৰণ দাস ‘‘আই ঐ খালে ঐ খালে গৰুটোক বাঘে নিলে...’’ বাঘ খেদিবলৈ গৈ...
উত্তৰ সত্য
.post-title{ text-align:left!important; padding-left:10px;} দিগন্ত শইকীয়া এই যে আমি কওঁ কাউৰী টেঙৰ বৰ ই সত্য নহয় অনেক মাধ্যমৰ চিকাৰ...
পেইন এণ্ড ফেণ্টাছি ফাগুন
.post-title{ text-align:left!important; padding-left:10px;} চুনা কুমাৰ পাঠৰী নৈৰ ঢৌৱে সপোন ভঙা ট্ৰেজিক খেলখন চাই চাই শিলগুটি এটা...
কবিতা থাকে যুগপৎ...
.post-title{ text-align:left!important; padding-left:10px;} উদয় কুমাৰ বৰুৱা যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ...
ঠিকে আছেনে সকলো!
.post-title{ text-align:left!important; padding-left:10px;} ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ...