৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জিন্-জিননিৰ পদ্য

লেখকঃ চন্দন গোস্বামী • প্ৰকাশিতঃ ২৭ জুন, ২০২১
২ মিনিট পঠন • ২৬২ বাৰ পঢ়া হৈছে

চন্দন গোস্বামী

চিনে নে
মোৰ শৰীৰটোৱে
মোক
 
ফুচকাৰ টেঙাপানীত ওপঙে
অকণ আকাশ
উহোৱা আলু
প্ৰাচীন সাঁথৰৰ
 
মই বুলি কৈ
মোৰ বুলি কৈ
দেহটো
বণিকৰ
মই মোৰ শৰীৰটোৱে
গেলা আপেলৰ মাজত
খুঁচৰি খুঁচৰি
 
সাগৰৰ ঢৌত ঢৌ তুলি তুলি
কিমান জোৱাৰ-ভাটা
 
পালতৰা কিমান জাহাজৰ অহা-যোৱা
কিমান নাৱিকৰ স্বপ্নাতুৰ নিশাৰ অলেখ অযুত
তৰাৰ চাকি
ভেক্সিন
 
মাটিত গঢ়িলোঁ মাটিৰে মন
পানীত লিখিলোঁ পানীৰে নাম
ছাইৰে আঁকিলোঁ মই মোক
 
মাটিত তুমি তোমাৰহে
পানীত তুমি তোমাৰহে
বালিত তুমি এফালৰ পৰা মাথোঁ মচি
গণিতত
 
নিজানৰ কথনা বনত এপাহ নিয়ৰ ফুলে
 
ওৰে নিশা এটি কবিতাৰ বাবেই
গুণ্গুণ্
 
পল  অনুপল জিন্-জিননিৰ

 

ঠিকনা :
চন্দন গোস্বামী
পঞ্চৱতী, বাৰপূজীয়া
মৰিগাঁও, অসম 
ফোন : ৯৮৫৪৭৯০১৬৭
ইমেইল : chabukdharacrcc@gmail.com
চ
লেখকৰ পৰিচয়

চন্দন গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)