৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৪৭ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৮ জানুৱাৰী, ২০২১

কালিমা

হেমচন্দ্ৰ কছাৰী ন-মাহ ন-দিনৰ সপোন এটাক বহুবাৰ চেষ্টা কৰিও দিঠকৰ ৰূপ দিব নোৱাৰি অন্ধকূপত সোমাল দম্পতী অন্ধকূপেই ৰোহঘৰ ৰোহঘৰ নিৰাপদ...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

মূল কবিতা : The Hollow Men (ৰচনাকাল : ১৯২৫)

কবি : টি. এছ. এলিয়ট অনুবাদ : ড° দীপশিখা ভাগৱতী ৰিক্ত মানুহ বৃদ্ধ জনৰ বাবে একড়ি (১) শুকান তৃণৰে পূৰ্ণ কৰি শিৰসজ্জা, সমগ্ৰতাৰে হাওলি...

(কবিতা)মূল :টি এছ এলিয়ট পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

মূল কবিতা: ছাৰা টীজডে’ল

অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ - ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা...

অনুবাদ:গীতুমণি তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

অঁ

কিশোৰ বড়ো(অঁ- অ)পিৰালিত বহি নখৰ চেপাত ওকণিক বিদায় জনায়উৰ্ণা নোলোৱাকৈ গা লৰাই গাভৰু এজনী পাৰ হৈ যায়‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’......

কিশোৰ বড়ো পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

ৰাতি আৰু মই

মুনমুন সৰকাৰ শইকীয়া বোন্দাপৰ দিয়া ৰাতিটো হাঁহি-কান্দি কান্দি-হাঁহি সি কৈ আছে আৰু কৈ গৈছে তাৰ ক’লা বৰণৰ আঁৰৰ কাহিনী। তাৰ কাহিনীত বুৰ...

মুনমুন সৰকাৰ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

উঁই হাফলুৰ ঘৰ

অৰ্চনা পূজাৰী পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ ভিতৰখন তলাতল ঘৰ বিচুৰ্তি হোৱাৰ পাল কি দেখিলোঁ কি দেখিলোঁ অ’ সৰুকণ সামান্য পোক খলপা-খলপি...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

পুৰণি বগা চোলাটো

ডেইজী অনুৰঞ্জনা পুৰণি বগা চোলাটো মোৰ আলনাত এতিয়া নাথাকে এসোপা কজলা দাগেৰে সি এতিয়া মাথোঁ বিচাৰি ফুৰে পিৰিক-পাৰাক চকুৰ বাট . ৰ লাগি...

ডেইজী অনুৰঞ্জনা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২১

অনূদিত কবিতা

মূল : ফৰাচী ঝঁ ফ’ল্যাঁ (Jean Follain) অনুবাদ : ড° প্ৰশান্ত মিশ্ৰ (১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছা�...

ঝঁ ফ’ল্যাঁ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২১

চম্পা

মনোজ নেওগ চেঁচা। সাবটি শুবলৈ মানুহৰ গাৰ দৰে কাঠৰ তাপ নাই। মানুহ। কাঠ। অৰণ্যত মৰাগছৰ ঠাণি কঁপাই কৰতীয়াল বতাহ। অযথা হেজাৰ মাত হেৰোৱা...

মনোজ নেওগ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২১

মই পাহৰি থকা এটা দিন

মৈত্ৰেয়ী পাটৰ দিনৰ দিনটো দিন এটা পাহৰি থাকিলোঁ আঙুলিত এতিয়া শীত সেমেকা নীৰৱতা দিন এটা পাহৰি থকাৰ দৰে পাহৰি থাকোঁ নিজকো বাঢ়ি আহে...

মৈত্ৰেয়ী পাটৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২১

প্লেটফৰ্ম নং ২১

দ্বীপৰাজ আজি জীৱনৰ কথাকে কোৱা যাওক : (অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম মদ নাখাওঁ ২১-ত ২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি...

দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ জানুৱাৰী, ২০২১

নিজগৰী

নীলিমা ঠাকুৰীয়া হক কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা...

নীলিমা ঠাকুৰীয়া হক পঢ়ক →
কবিতা আৰ্কাইভ
২১ জানুৱাৰী, ২০২১

পাঠাগাৰ

সভ্যতা ১সম্পাদনা : বিপ্লৱজ্যোতি ভূঞা৷ বহু-আনন্দ, নগাঁও, ২০২১ অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত বিভিন্ন সময়ত বিভিন্ন লিটল্‌ মেগাজিন্ বা...

অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ
১ জানুৱাৰী, ২০২১

সদাগৰৰ বাগিচা

অলকেশ কলিতা মোৰ বাগিচাৰ মালীজনক মই কামৰ পৰা অব্যাহতি দিলোঁ। বাৰিষাৰ জান্তৱ সেউজীয়াৰ স’তে যুঁজিছিল তেওঁযিহেতু মই ভাল পাইছিলোঁ একোটা...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২০

অব্যাহৃত

ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয়ৰঞ্জুমণি মহন্ত এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী...

ৰঞ্জুমণি‍মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

গছপাত আৰু বৰষুণৰ কণিকা

সৌৰভ শইকীয়া সকলোতকৈ শক্তিশালী কল্পনাবোৰপোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷ ডাল এৰি হঠাতে কিয় উৰি গ’লা?অলপ আগলৈকে তুমিপ্ৰশ্নবিদ্ধ আছিলা৷...

সৌৰভশইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

মিৰি নাও-ফিৰি নাও

দিলীপ ফুকন বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই লাগি আছিল মিৰি নাও-ফিৰি নাও৷ চৰ্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও নাইবা নৈৰাত্মা...

দিলীপ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

উলাহেৰে উভতি চাওঁ-১০

কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা...

ড˚ পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে...

নগা টেঙা আৰু নগা ঘা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২০

পাঠাগাৰ

আহুতিনগেন গোস্বামীবাণী মন্দিৰ, গুৱাহাটী, ২০১৩পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য...

অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২০

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

No More Clichesমূল: অক্টাভিঅ’ পাজভাবানুবাদ: যশোৱন্ত নিপুণ ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো...

অসমীয়ালৈ ভাবানুবাদ: যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং

নিয়ৰকণা কাশ্যপ সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং, বুজিছাসেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি তেওঁৰ মাতত আছিল উচুপনি�...

নিয়ৰকণা কাশ্যপ পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

ইমানবোৰ

অনুভৱ তুলসী আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

ডেটিং (এক)

সমুদ্ৰ কাজল শইকীয়া কথাবোৰ এনেকুৱা আছিল, নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি ভবাতে থাকিল, কটাহে নহ’ল। কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে গান...

সমুদ্ৰ কাজল শইকীয়া পঢ়ক →