কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
ছাঁ-পোহৰৰ বাট
উদয় কুমাৰ বৰুৱাজাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটো সদায় চাওঁ— হেঁপাহ নপলায়তুমি মনে মনে অঁকা ছবিখনত আটাইবোৰ ৰং আহি ভিৰ কৰেহিআন্ধাৰৰ মুখামুখি...
দুঘৰৰ দোঘোৰা
মুনীন্দ্ৰ মহন্তদুঘৰৰ টিনপাতৰ চালি বৈ আহে বৰষুণৰ পানীদুঘৰৰ দোঘোৰাত দুখন চালৰ পানী একেলগ হয় এসোঁতা হৈ বয়দুঘৰৰ ঘৰৰ ভিতৰত হুতাহ বাহিৰ�...
শীতৰ এটা ৰাতি
মামণি দাস কি ক’ব খুজিছিলোঁ নক’লোঁ শুনিবলৈ ব্যাকুল শ্ৰোতা এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন ইমান ঠাণ্ডাত জুই একুৰাৰ আগত ধোঁৱা...
লুট্ফা হানুম ছেলিমা বেগমৰ কবিতা
ড° নিশিগন্ধা তালুকদাৰ আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে...
কথা পাতিম আহাঁ (শিশু কবিতা)
পম্পি বৰা বৈশ্য অ’ ককা অ’ ককা কিনো কৰি আছাআহাচোন কথা পাতোঁ মোৰ কাষত বহা,আজি স্কুলত বাইদেৱে কি শিকালে শুনা। ব’হাগত কুলিয়ে মাতে, জেঠ�...
লাখন খোল নৃত্যনাটিকা
মালবিকা শৰ্মা কাম্বডিয়াত থকা সময়ছোৱাত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰীয় তথা লোকনৃত্য উপভোগ কৰাৰ সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত মোৰ...
কবি আৰু পঢ়ুৱৈ
উদয় কুমাৰ শৰ্মা সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি...
দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)
মূল: ৱিলিয়াম বাটলাৰ য়িট্ছ্ (William Butler Yeats) অনুবাদ: যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায়...
অসমীয়া কবিতাৰ গতিধাৰাত কপিল ঠাকুৰৰ কবিতা
জয়ন্ত ডেকা অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাসত মননশীল কাব্যপাঠেৰে নতুন আশাবাদ কঢ়িয়াই অনা অন্য এগৰাকী কবি কপিল ঠাকুৰ৷ ভাব আৰু অৰ্থৰ সুসংহ�...
উলাহেৰে উভতি চাওঁ-৯
ড০ পোনা মহন্ত তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ ল’ৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া-শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ...
বাঘজান ভেলেঙীৰ সন্তান (কবিতা)
ঋষভ নাথ গুহা ত্যাগ কৰি আহিছেঢেঁকীয়াপতীয়া জুইকুৰাগোঁজৰণিত জীণ গৈছে বেলিঘৰবোৰৰ অংশত শেষৰ মাংসমাটি টোপাটোপে লো-লালটি উধানৰ তেজ টুকি...
টেঙা মৰ্টন (কবিতা)
অংকুৰিতা ফুকনসিকি এটা মুঠিত লৈমই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ‘গেৰেলা’ বৈয়ামকেইটাও...
এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা)
নীলাভ সৌৰভহাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰ�...
বৃন্দাবন যাত্ৰা
ধ্ৰুৱকুমাৰ তালুকদাৰ (এক)কিন্কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ বৃন্দাবনলৈ... ৰাতিৰ...
প্ৰিছ্ক্ৰিপশ্যনৰ চিলা
ভাস্কৰ জে নাথ যেন জোনটো এখন ক্ৰিম সনা ৰুটীহে! ভেলেকা দি কামুৰি থাকোঁ আঙুলিৰ কাঁচিজোন নখ এই কথাবোৰ মোৰ লগত আৰু কাৰ মিলে কোৱা? এঘটি...
বতাহৰ তৰোৱাল
জ্যোতিনীলিমা গগৈ কি উৎসৱ হৈছিল ২০২০-ত? দেশে দেশে সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ বসন্তৰ এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই কাৰো...