হৰেকৃষ্ণ ডেকা
পশ্চিমৰ
আকাশত ঘৰমুৱা জোন।
তৃপ্ত।
ভাগৰুৱা।
ওৰে ৰাতি
জোনৰ স’তে খেলা কৰি
পৃথিৱীয়ে
কাটি হৈ শুব খুজিছিল।
পূবৰ খিৰিকীৰে
হেঁপাহেৰে বেলিয়ে চাইছিলহে—
হুৰমূৰাই
মানুহৰ কোঢ়ালবোৰ সোমাই আহিল।
শ্ৰব্য ৰূপ
হ
সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)