— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| কবিতা | |
|---|---|
| সদাগৰৰ বাগিচা | অলকেশ কলিতা |
| অব্যাহৃত | ৰঞ্জুমণিমহন্ত |
| গছপাত আৰু বৰষুণৰ কণিকা | সৌৰভশইকীয়া |
| মিৰি নাও-ফিৰি নাও | দিলীপ ফুকন |
| উলাহেৰে উভতি চাওঁ-১০ | ড˚ পোনা মহন্ত |
| ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা | নগা টেঙা আৰু নগা ঘা |
| পাঠাগাৰ | অন্যযুগ |
| সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয় | অসমীয়ালৈ ভাবানুবাদ: যশোৱন্ত নিপুণ |
| সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং | নিয়ৰকণা কাশ্যপ |
| ইমানবোৰ | অনুভৱ তুলসী |
| ডেটিং (এক) | সমুদ্ৰ কাজল শইকীয়া |
| দৈনন্দিন | ফাৰহান জাৱেদ |
| অতীত | জুবিলী গগৈ |
| ছাঁ-পোহৰৰ বাট | উদয় কুমাৰ বৰুৱা |
| দুঘৰৰ দোঘোৰা | মুনীন্দ্ৰ মহন্ত |
| শীতৰ এটা ৰাতি | মামণি দাস |
| স্কেচ্ছ্ | হৰেকৃষ্ণ ডেকা |
| শিশুজগত | |
| প্ৰকৃতি | দাদুল দেৱকৃষ্ণ |
| অনুপ্ৰেৰণা | নৱনীতা ভট্টাচাৰ্য্য |
| সেউজপুৰৰ সাধু | স্মৃতিৰেখা দেৱী |
| প্ৰবন্ধ | |
| সম্পাদকীয় | অন্যযুগ সাহিত্য পৰিষদ |
| খোৱাৰ পাতত গুপ্তঘাতক | ৰিপুঞ্জয় বৰদলৈ |
| অসমৰ জনজাতি : হুলস্থূলৰ পৰা প্ৰশান্তিলৈ | সঞ্জীৱ সভাপণ্ডিত |
| দিখৌপৰীয়া কবি হৰেন গগৈৰ কাব্যগ্ৰন্থ— ‘জাৰসন্ধ্যাৰ জুই’ | ৰুদ্ৰ সিংহ মটক |
| আমেৰিকাত এটা অবিস্মৰণীয় অভিজ্ঞতা | অৱনী কুমাৰ শৰ্ম্মা |
| পুৱা-গোধূলিৰ বেলি: দুঃসময়ৰ দস্তাবেজ | গীতালি শইকীয়া |
| কাৰ্টুন | |
| বেহুৱা | চিৰঞ্জীৱ দত্ত |
| ৰন্ধন কলা | নিতুমণি দাস শৰ্মা |
| অনুবাদ | |
| নৱীন কবিলৈ চিঠি | অনুবাদ: ৰমানন্দন বৰা |
| বাঘৰাণী খইৰী | অনুবাদ: |
| আইতাৰ চশ্মা (শিশু অনুবাদ গল্প) | মূল :ৰাস্কিন বণ্ড |
| গল্প | |
| স্পৰ্টছমেন | অনুবাদ: বৰ্ণালী ফুকন |
| বলি | বিদ্যুৎ বিকাশ শৰ্মা |
| খঞ্জৰ-ই-ইস্ক | জুৰি বৰুৱা |
| চেলুলয়ডৰ ৰং ডাঠ বেঙুনীয়া | পৰী পাৰবীন |
| এটা অৰ্ধগল্প আৰু এডাল অৰ্ধমৃত কলম | অৰ্ধমৃত কলম |
| উপন্যাস | |
| চ্যালুইনৰ পৰা লুইতলৈ | ড˚ চন্দ্ৰধৰ চমুৱা |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।