৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৩৮ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

অসমীয়া বুৰঞ্জী সাহিত্যৰ কিছুমান আৰোপিত বিভ্ৰাট

দীপক শইকীয়া ধৰা হওক আপুনি (ইয়াৰ পিছত আপোনাক “পাঠক” বুলি সম্বোধন কৰা হ’ব) এটা তত্ত্ব আগ বঢ়ালে, “দুই আৰু দুই যোগ কৰিলে চাৰি হয়”...

দীপক শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ (১) পহুৱে বোলে ‘খহু হ’লে শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে চাহৰ লগত ফেঁহু। (২) দেখিছানে বাৰু কাকু? ৰাকুদা কিমান...

অনসূয়া বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

আধা

অত্ৰেয়ী গোস্বামী জীৱনটো ভগাওঁতে দুফাল হ’ল নিজৰ ভাগত পৰিল আধা৷ চকুত পোহৰ পৰিল কপালত বহিল সৰলৰেখা৷ এন্ধাৰতো সঠিক হিচাপ ক’ত কেই গজ কিমান...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

তুমি অহাৰ দিন

অমিতাভ ফুকনতুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱাজোনাকত মুকুতাসুৱাসত শেৱালিতুমি অহাৰ দিনাই গ্ৰহণ লুকায়কোলাহল ঘৰচিৰিকাৰহেঁপাহৰ ডোঙাতুমি অহাৰ...

অমিতাভ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

ডেইৰি টেকন’লজি (Dairy Technology)

ড° বুলজিৎ বুঢ়াগোহাঁই ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

তলসোঁত

দিগন্ত শইকীয়া পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি নাওবোৰ ফিৰি...

দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মোৰ প্ৰশ্ন আপুনি

ঋষভ নাথ কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত। জুয়ে চোবাই চুহি শুহি শৰীৰৰ...

ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

ইচ্ছাবৰ্ণনা

প্ৰদীপ শইকীয়া আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়�...

প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

স্তাৱক

অজন্ত কুমাৰ বৰাএকেই পুৱাএকেই পোহৰআমিহে ৰং সানিঅভিধা দিওঁনতুনৰআমি মুখতো ৰং সানোনিচিনিবলৈ নিজৰ নিজৰ মুখৰং সানিলেও নিজৰ মুখনিজৰ ওচৰ�...

অজন্ত কুমাৰ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

সভ্যতা

প্ৰশান্ত মিশ্ৰ আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিলআমি তলসৰা বিচাৰি গৈছিলোঁকোনেও কেতিয়াও নভবা এটি...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

সন্ধান

আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্ৰাঞ্জল কুমাৰ লাহন বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ...

প্ৰাঞ্জল কুমাৰ লাহন পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শিপা

উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁদেৱকৃষ্ণ বৰুৱাৰ কেইটামান গ্লাছ ফাইবাৰ আৰু পোৰামাটিৰ শিল্পকৰ্ম পূৰ্বৱৰ্তী পৃষ্ঠা PRINT...

দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈউকি মাৰি পাৰ হৈ গ'ল ভাটিমুৱা ৰে'লখন বতাহত ৰৈ গ'ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত বতাহজাক গধুৰ, শীত নামিছেসেমেকা আবেলিৰ...

ববী বৰ্ণালী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

পুলিৎজাৰ বঁটা বিজয়িনী ছেইণ্ট ভিনচেণ্ট মিলেৰ কবিতা

অনুবাদ : মানসজ্যোতি শৰ্মা (আমেৰিকাৰ গীতিকবি আৰু নাট্যকাৰ এডনা ছেইণ্ট ভিনচেণ্ট মিলেৰ জন্ম হৈছিল ১৮৯২ চনৰ ২২ ফেব্ৰুৱাৰি তাৰিখে৷ মেইনিৰ...

অনুবাদ: মানসজ্যোতি শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

চাৰিটা কণ কবিতা

অৰুণ গগৈ ১কাছ আছিল কণী লেখিনদীৰ বালিত বহি,এক দুইকৈ গণি শেষ হ'লবজাই দিলে বাঁহী৷২ভালুক আছিল হাবিৰ মাজতখাম বুলি ভাবি মৌ,বতাহ অহাত গা�...

অৰুণ গগৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ(এক)চিক্ চিক্ চিকাতুমি বোলে ভালপোৱাঁ খাৰুপেটীয়াৰ জিকা ।কোৱাঁচোন কোৱাঁ, ৰেলগাড়ীৰ কেইটা বাৰু চকা ক'ব নোৱাৰিলে ককায়ে...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

কালি ৰাতি মৰাৰ দৰে

ভাস্কৰ জে নাথ কাষ চাপি কাষ চাপি এয়া ক’লা টোপনিৰ পৰা সাৰ পাই নেদেখা কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা কালি ৰাতি মই মৰিছিলোঁ ৰংবোৰে...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

জলজ

জ্যোতিনীলিমা গগৈ দ পুখুৰীৰ পাৰত ঔ ফুলিছিল ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল এশৰীৰ সপোন যখিনীয়ে ৰন্ধা বেলা তেনেই ৰিঙা ৰিঙা বতাহত ভিক্ষু...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

ভাবনাত

গীত বৈভৱীভাবনাত এয়া মৃত্যুগীতএখন চহৰ চটফটাই চটফটাই মৰিছেমৃত্যুৰ আগতেমোৰো এটা কবিতা লিখাৰ মন আছিলএটা গান গোৱাৰ মন আছিলএটা হিমেল সন্ধ্যা...

গীত বৈভৱী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

এই ভোগালীত

হৰেকৃষ্ণ ডেকা শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷ আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

ঠেঙালপঁজা

মিণ্টুল হাজৰিকা মহাদেশৰ এটা অংশত এঘৰত খাচি ডেকাৰ স্বৰটিৰ সুৰত জোনাক সৰিছে আন্ধাৰ ফুটাই খিৰিকীয়েদি সোমাই আহি ৰিণি ৰিণি সেই সুৰে বুকু�...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

পৰীক্ষা

(পৰম শ্ৰদ্ধাৰ এম কামালুদ্দিন আহমেদ ছাৰৰ কৰকমলত) স্বপ্নালী কলিতা ধহ্‌মহ্‌কৈ সোমাই আহিলোঁপাকঘৰত ৰ’লোঁহি। দেখিলোঁ, মায়ে এটা গোল ৰুটিক...

স্বপ্নালী কলিতা পঢ়ক →