কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)
ড° বুলজিৎ বুঢ়াগোহাঁই আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্ৰিকেট, কাবাডী, কাৰাটে, খো-খো...
কেৰ্কেটুৱাটো
h1.post-title{text-align:left; padding-left:10px;} হৰেকৃষ্ণ ডেকা বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা...
কালি আমি নাছিলোঁ
h1.post-title{text-align:left; padding-left:10px;} প্ৰদীপ শইকীয়া মনত নাই কালি আমি নাছিলোঁ আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি...
গৰুখুঁটি চাপৰি
h1.post-title{text-align:left; padding-left:10px;} কিশোৰ বড়ো ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল ......
নভবাকৈয়ে...
h1.post-title{text-align:left; padding-left:10px;} ধ্ৰুৱকুমাৰ তালুকদাৰ নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ আছে আন্ধাৰৰ মাজত এৰি থৈ...
দুটা কবিতা
বিশাল অনুৰাগশীততুমি এৰাসুঁতি এটা হ'লে মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁআৰু ৰ'দলৈ বাট চাওঁ বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ মইতো নহ'লো...
অনুবাদ কবিতা
কোৱাঁচোন, গোলাপ বাৰু নগ্ননে কবি : পাবলো নেৰুদা অনুবাদ : ড° দীপমণি দাস( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম নেফটালি...
ম'বাইল মেনিয়া
গাৰ্গী ভূঞাকিয়নো সাউতকে উঠি দাঁত জিভা নামাজি ম'বাইলছটি মেলিলিবাহিৰলৈ আহ, গছ-বন চাচাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালিসেইছটি যেতিয়া...
শিলৰ কথাৰে
পৰাগজ্যোতি মহন্তআসৈ দিলে শিলৰোনাথাকে অৱকাশ সলাবৰ উশাহকথাচহকী শিলবুৰঞ্জীয়েও ঢুকি নোপোৱা অনেক কথাকথাবোৰ শিলৰশিলৰ কথাৰ আঁৰ-বেৰ নোহোৱা। বৰ...
মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ
প্ৰাঞ্জল জ্যোতি দত্ত লেমটো এহাতে লৈ ওলাই আহিছোঁবাহিৰৰ ঘিটমিট আন্ধাৰত তিতিসি তেতিয়াও থিয় দি আছিল একে ঠাইতেচাৱনিত তাৰ এজোপা উদং গছৰ...
অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী,-ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি...
শিল্পকলা (আলোকচিত্ৰ)
আলোকচিত্ৰশিল্পী: টিকেন্দ্ৰজিৎ দাসজালবন্দী সূৰ্যহেৰা জোনবাইপাখিত বান্ধি পোহৰযাবৰ পৰতক'লা-বগা ধোঁৱাৰ চহৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী...
শিলবোৰ মৃতকৰ স্মৃতি
ড০ নন্দ সিং বৰকলা আমি প্ৰত্যেকেই পথাৰ, প্ৰত্যেকেই প্ৰেম প্ৰত্যেকেই তেজৰঙা যোদ্ধা, শিলৰ আদিম সহোদৰ পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া...
কবিতা : আওপুৰণি প্ৰেমৰ পদ্য
চন্দন গোস্বামী (গীতালি বৰাৰ “গ’ডো আৰু গন্তব্যৰ গল্প”ৰ আধাৰত) গল্প এটাত কবিতাৰ ‘জিন’ বিচাৰি ফুৰোঁতে মেকুৰীজনীৰ নাকত পোৰা মাছৰ...
দুটা বছৰৰ কবিতা
ভাস্কৰ জে নাথ কি কৰিব পাৰোঁ সূৰ্যাস্তৰ বিস্ময় চাই থাকিব পাৰোঁ অথবা গজি থকা বনবোৰ চাই থাকিব পাৰোঁ আৰু ভাবিব পাৰোঁ কোন পাপী হাড়ৰ পৰা...
ফুটপাথৰ ঈশ্বৰ
অৰ্চনা পূজাৰী বিষাণু অহাৰ বহু আগৰ কথা বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ চৌবিছ ঘণ্টাই খোলা থাকে সকলোৰে বাবে...